• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

4 months ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

7 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

8 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

8 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

10 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

10 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

11 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

12 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

12 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

13 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

14 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

15 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

editor by editor
March 30, 2026
in জীৱনশৈলী
0
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এপ্ৰিল মাহৰ আৰম্ভণিতেই স্থান সলনি কৰিব মঙ্গলে৷ ২ এপ্ৰিল শুক্ৰই মীন ৰাশিত প্ৰৱেশ কৰিব৷ তাতেই পূৰ্বৰে পৰাই অৱস্থান কৰিছে সূৰ্য আৰু শনিয়ে৷ ইয়াৰ ফলত তাতেই গঠিত হ’ব ত্ৰিগ্ৰহী যোগ৷ ইয়াৰোপৰি মীন ৰাশিত গঠিত হব আদিত্য মঙ্গল যোগ৷ ইয়াৰ পাছতেই ১১ এপ্ৰিলত বুধ মীন ৰাশিলৈ আহিব৷ ফলত চতুৰ্গ্ৰহী যোগ আৰু বুধাদিত্য যোগ তৈয়াৰ হ’ব মীন ৰাশিত৷ এই যোগ চাৰি দিন স্থায়ী হব৷ কাৰণ ১৪ এপ্ৰিল সূৰ্য মীন ৰাশি এৰি মেষ ৰাশিত প্ৰৱেশ কৰিব৷ এই সকলো গ্ৰহৰ গোচৰ আৰু শুভ যোগৰ কাৰণে এপ্ৰিল ২০২৬ নানান দিশৰ পৰা ভাগ্য খুলিব পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক এই তালিকাত কোন কোন আছে?

মেষ ৰাশি

এপ্ৰিলত ঈৰ্ষণীয় সাফল্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ আগন্তুক মাহত আপুনি কাঙ্খিত সাফল্য পাব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ আৰ্থিকভাৱেও আগন্তুক মাহ ভাল অৱস্থানত থাকিব মেষ ৰাশিৰ জাতক৷ নতুন চাকৰি লাভৰ যোগ আছে৷

মিথুন ৰাশি

এপ্ৰিল ২০২৬ লাকী মাহ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ পৰিশ্ৰম কৰিলে তাৰ ফল অৱশ্যেই পাব৷ ব্যৱসায়ীয়েও ডাঙৰ সাফল্য পাব৷ মাহৰ আৰম্ভণিতে প্ৰমোছন পাব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ যোগ আছে৷ দাম্পত্য জীৱনত সুখ থাকিব৷

সিংহ ৰাশি

এপ্ৰিল ২০২৬ত সাফল্য আৰু সপোন পূৰণ হোৱাৰ মাহ হব সিংহ ৰাশিৰ জাতকৰ৷ আগন্তুক মাহত আপোনাৰ সন্মুখত বহু সুখৰ মুহূৰ্ত আহিব৷ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ ঘৰ আৰু বাহিৰত সন্মান লাভ কৰিব৷ কৰ্মক্ষেত্ৰত নিজৰ দক্ষচাৰ কাৰণে প্ৰশংসা পাব৷ আইনী যুঁজৰ ফল আপোনাৰ পক্ষে থাকিব৷

তুলা ৰাশি

এপ্ৰিলত সকলো কামত ভাগ্যক নিজৰ কাষত পাব তুলা ৰাশিৰ জাতকে৷ বহু কাম আপুনি সহজে সম্পন্ন কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত চিনিয়ৰ আৰু জুনিয়ৰসকলৰ সৈতে সম্পৰ্ক ভাল হব৷ সময়ৰ ভিতৰত গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কামত সাফল্য পাব৷

ধনু ৰাশি

এপ্ৰিল লাকী মাহ হ’ব ধনু ৰাশিৰ জাতকৰ৷ কামৰ সূত্ৰে যাত্ৰা কৰিব পাৰে৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হব পাৰে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ আগন্তুক মাহত আৰ্থিক পৰিস্থিতিও আপোনাৰ পক্ষত থাকিব৷ কেৰিয়াৰত আগন্তুক মাহত উন্নতি কৰাৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

July 16, 2026
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

July 16, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

July 16, 2026
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
Next Post
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.