অসম লাইভ ২৪ঃ অসমত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে লাভ কৰিছে অগ্ৰগতি?
চাবুৱাত কংগ্ৰেছৰ অজয় ফুকনৰ অগ্ৰগতি
বৰচলাত অগ্ৰগতি কংগ্ৰেছৰ আৰ পি শৰ্মাৰ
বাঘবৰত অগ্ৰগতি AIUDFৰ ৰাজীৱ আহমেদৰ
ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদৰ অগ্ৰগতি
সৰুপথাৰত বিশ্বজিৎ ফুকনৰ অগ্ৰগতি
নাজিৰাত অগ্ৰগতি লাভ দেৱব্ৰত শইকীয়াৰ
লক্ষীপুৰত মুকেশ পাণ্ডেৰ অগ্ৰগতি
কাটিগড়াত খালিলুদ্দিন মজুমদাৰৰ অগ্ৰগতি লাভ
পানেৰীত বিশ্বজিৎ দৈমাৰীৰ অগ্ৰগতি
মাজবাটত অগ্ৰগতি লাভ চৰণ বড়োৰ
বৰমাত আগবাঢ়ি আছে ভূপেন বড়ো
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ