অসম লাইভ ২৪ঃ মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জয়লাভ।
গোলাঘাটত বিজেপিৰ অজন্তা নেওগৰ জয়লাভ। কংগ্ৰেছৰ বিতোপন শইকীয়াক পৰাস্ত কৰি জয়লাভ অজন্তা নেওগৰ। নাহৰকটীয়াত তৰংগ গগৈৰ জয়লাভ। পৰাস্ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ।
থাওৰা সমষ্টিত জয়লাভ কংগ্ৰেছৰ সুশান্ত বৰগোহাঁইৰ
তেজপুৰত অগপৰ পৃথ্বীৰাজ ৰাভাৰ জয়লাভ
মার্ঘেৰিটাত বিজেপিৰ ভাস্কৰজ্যোতি শর্মাৰ জয়লাভ
চতিয়াত বিজেপিৰ পদ্ম হাজৰিকাৰ জয়লাভ। পৰাস্ত কংগ্ৰেছৰ প্ৰাণেশ্বৰ বসুমতাৰী।
গহপুৰত বিজেপিৰ উৎপল বৰাৰ জয়লাভ
মৰিয়নীত কংগ্ৰেছৰ ৰূপজ্যোতি কুর্মীৰ জয়লাভ
কোকৰাঝাৰ (পূব)ত লৰেন্স ইছলাৰীৰ জয়লাভ
কলিয়াবৰত অগপৰ কেশৱ মহন্ত বিজয়ী
ছয়গাঁৱত কংগ্ৰেছ প্ৰার্থী ৰেকিবুদ্দিন আহমেদৰ জয়লাভ
বিহালীত বিজেপিৰ ৰঞ্জিত দত্তৰ জয়লাভ
বোকাখাতত অগপৰ অতুল বৰাৰ জয়লাভ
বোকাজানত বিজেপিৰ ডাঃ নোমল মমিনৰ জয়লাভ
থাওৰা সমষ্টিত জয়লাভ কংগ্ৰেছৰ সুশান্ত বৰগোহাঁইৰ
বঙাইগাঁৱত জয়লাভ অগপৰ ফণীভূষণ চৌধুৰীৰ জয়লাভ
ডিব্ৰুগড়ত বিজেপিৰ প্ৰশান্ত ফুকনৰ জয়লাভ
টীয়কত অগপৰ ৰেণুপমা ৰাজখোৱাৰ জয়লাভ
তিনিচুকীয়াত বিজেপিৰ সঞ্জয় কিষাণৰ জয়লাভ
পলাশবাৰীত বিজেপিৰ হেমাংগ ঠাকুৰীয়াৰ জয়লাভ
বকোত কংগ্ৰেছৰ নন্দিতা দাসৰ জয়লাভ
কাটলিচেৰাত aiudfৰ সুজামুদ্দিন লস্কৰৰ জয়লাভ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ