• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমত পুনৰ বিজেপিৰ চমকপ্ৰদ বিজয়, কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?

অসমত পুনৰ বিজেপিৰ চমকপ্ৰদ বিজয়, কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?

5 years ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

ভাগ্যই ল’ব নতুন গতি, শনি জয়ন্তীত কৰক এই কাম!

2 hours ago
NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

3 hours ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

4 hours ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

4 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

5 hours ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

5 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

6 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

6 hours ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

7 hours ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

8 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

9 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমত পুনৰ বিজেপিৰ চমকপ্ৰদ বিজয়, কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?

editor by editor
May 3, 2021
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
অসমত পুনৰ বিজেপিৰ চমকপ্ৰদ বিজয়, কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?
0
SHARES
512
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসমত পুনৰ বিজেপিৰ চমকপ্ৰদ বিজয়। দ্বিতীয়বাৰৰ বাবে দিছপুৰ বিজেপিৰ দখললৈ। কোন সমষ্টিত কোনে মাৰিলে শেষ হাঁহি?

বিজেপিৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) ৰাতাবাৰী-  বিজয় মালাকাৰ

২) পাথাৰকান্দি – কৃষ্ণেন্দু পাল

৩) শিলচৰ – দ্বিপায়ন চক্ৰৱৰ্তী

৪) ধলাই-  পৰিমল শুক্লবৈদ্য

৫) উদাৰবন্দ-  মিহিৰকান্তি সোম

৬) লক্ষীপুৰ-  কৌশিক ৰায়

৭) হাফলং-  নন্দিতা গাৰ্লোছা

৮) বোকাজান-  নোমল মোমিন

৯) হাওৰাঘাট-  দৰছিং ৰংহাং

১০) ডিফু-  বিদ্যাছিং ইংলেং

১১) বৈঠালাংছ’-  ৰূপছিং টেৰণ

১২) বিজনী-  অজয় কুমাৰ ৰয়

১৩) পাটাছাৰকুছি-  ৰঞ্জিত দাস

১৪) পলাশবাৰী-  হেমাংগ ঠাকুৰীয়া

১৫) জালুকবাৰী-  হিমন্ত বিশ্ব শৰ্মা

১৬) দিছপুৰ-  অতুল বৰা

১৭) গুৱাহাটী(পূঃ)-  সিদ্ধাৰ্থ ভট্টাচাৰ্য

১৮) হাজো-  সুমন হৰিপ্ৰিয়া

১৯) কমলপুৰ-  দিগন্ত কলিতা

২০) ৰঙিয়া-  ভৱেশ কলিতা

২১) নলবাৰী-  জয়ন্ত মল্ল বৰুৱা

২২) ধৰ্মপুৰ-  চন্দ্ৰমোহন পাটোৱাৰী

২৩) ছিপাঝাৰ-  পৰমানন্দ ৰাজবংশী

২৪) ঢেকীয়াজুলি-  অশোক সিংঘাল

২৫) বৰছলা-  গণেশ লিম্বু

২৬) ৰঙাপাৰা-  কৃষ্ণকমল তাঁতী

২৭) চতিয়া-  পদ্ম হাজৰিকা

২৮) বিশ্বনাথ-  প্ৰমোদ বৰঠাকুৰ

২৯) বিহালী-  ৰঞ্জিত দত্ত

৩০) গহপুৰ-  উৎপল বৰা

৩১) জাগীৰোড-  পীযুষ হাজৰিকা

৩২) মৰিগাঁও-  ৰমাকান্ত দেউৰী

৩৩) নগাঁও-  ৰূপক শৰ্মা

৩৪) বঢ়মপুৰ-  জিতু গোস্বামী

৩৫) হোজাই-  ৰামকৃষ্ণ ঘোষ

৩৬) লামডিং-  শিবু মিশ্ৰ

৩৭) সৰুপথাৰ-  বিশ্বজিত ফুকন

৩৮) গোলাঘাট-  অজন্তা নেওগ

৩৯) খুমটাই-  মৃণাল শইকীয়া

৪০) মাহমৰা-  যোগেন মহন

৪১) সোণাৰি-   ধৰ্মেশ্বৰ কোঁৱৰ

৪২) বিহপুৰীয়া-  অমিয় কুমাৰ ভূঞা

৪৩) লখিমপুৰ-  মানৱ ডেকা

৪৪) ঢকুৱাখনা-  নৱ দ’লে

৪৫) ধেমাজি-  ৰণোজ পেগু

৪৬) জোনাই-  ভূবন পেগু

৪৭) মৰাণ-  চক্ৰধৰ গগৈ

৪৮) ডিব্ৰুগড়-  প্ৰশান্ত ফুকন

৪৯) লাহোৱাল-  বিনোদ হাজৰিকা

৫০) দুলীয়াজান-  তেৰছ গোৱালা

৫১) টিংখাং-  বিমল বৰা

৫২) নাহৰকটীয়া-  তৰংগ গগৈ

৫৩) তিনিচুকীয়া-  সঞ্জয় কিষাণ

৫৪) ডিগবৈ-  সুৰেন ফুকন

৫৫) মাৰ্ঘেৰিটা-  ভাস্কৰ শৰ্মা

৫৬) ডুমডুমা-  ৰূপেশ গোৱালা

৫৭) শদিয়া-  বলীন চেতিয়া

৫৮) যোৰহাট-  হিতেন্দ্ৰনাথ গোস্বামী

৫৯) মাজুলী-  সৰ্বানন্দ সোণোৱাল

৬০) পানেৰী- বিশ্বজিত দৈমাৰী

কংগ্ৰেছৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) কৰিমগঞ্জ(উত্তৰ)- কমলাক্ষ দে’ পুৰকায়স্থ

২) কৰিমগঞ্জ(দঃ)-  ছিদ্দিক আহমেদ

৩) বৰখলা-  মিছবাহুল ইছলাম লস্কৰ

৪) কাটিগড়া-  খলিলুদ্দিন বৰভূঞা

৫) দক্ষিণ শালামাৰা-  ৱাজেদ আলী চৌধুৰী

৬) গোলকগঞ্জ-  আব্দুছ ছুভান আলী সৰকাৰ

৭) অভয়াপুৰী(উত্তৰ)-  আব্দুল বাতেন খণ্ডকাৰ

৮) অভয়াপুৰী(দক্ষিণ)-  প্ৰদীপ সৰকাৰ

৯) দুধনৈ-  যাদৱ স্বৰ্গীয়াৰী

১০) গোৱালপাৰা(পূঃ)- আবুল কালাম ৰশিদ আলম

১১) গোৱালপাৰা(পশ্চিম)- আব্দুৰ ৰছিদ মণ্ডল

১২) জলেশ্বৰ-   আফতাবুদ্দিন মোল্লা

১৩) বৰপেটা-  আব্দুৰ ৰহিম আহমেদ

১৪) বাঘবৰ-   শ্বেৰমান আলী

১৫) সৰুক্ষেত্ৰী-   জাকিৰ হুছেইন সিকদাৰ

১৬) বকো-  নন্দিতা দাস

১৭) ছয়গাঁও-  ৰেকিবুদ্দিন আহমেদ

১৮) বৰক্ষেত্ৰী-   দিগন্ত বৰ্মন

১৯) মঙলদৈ-   বসন্ত দাস

২০) বটদ্ৰৱা-  শিৱামণি বৰা

২১) লাহৰিঘাট-   আছিফ মহম্মদ নাজাৰ

২২) ৰহা-   শশীকান্ত দাস

২৩) ৰূপহীহাট-   নুৰুল হুদা

২৪) চামগুৰি-   ৰকিবুল হুছেইন

২৫) তিতাবৰ-  ভাস্কৰজ্যোতি বৰুৱা

২৬) মৰিয়নী- ৰূপজ্যোতি কুৰ্মী

২৭) নাজিৰা- দেৱব্ৰত শইকীয়া

২৮) থাওৰা- সুশান্ত বৰগোঁহাই

২৯) নাওবৈচা- ভৰত নৰহ

এজিপিৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) তেজপুৰ-  পৃথ্বীৰাজ ৰাভা

২) কলিয়াবৰ-  কেশৱ মহন্ত

৩) বোকাখাত-   অতুল বৰা

৪) দেৰগাঁও-  ভৱেন ভড়ালী

৫) বঙাইগাঁও-   ফণীভূষণ চৌধুৰী

৬) গুৱাহাটী(পশ্চিম)-  ৰমেন্দ্ৰ নাৰায়ণ কলিতা

৭) টীয়ক-  ৰেণুপমা ৰাজখোৱা

৮) আমগুৰি-   প্ৰদীপ হাজৰিকা

৯) চাবুৱা-  পোণাকন বৰুৱা

AIUDFৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) বদৰপুৰ-  আব্দুল আজিজ

২) হাইলাকান্দি-  জাকিৰ হুছেইন লস্কৰ

৩) কাটলিচেৰা-  ছুজামউদ্দিন লস্কৰ

৪) আলগাপুৰ-  নিজামুদ্দিন চৌধুৰী

৫) সোণাই-  কৰিম উদ্দিন বৰভূঞা

৬) মানকাচৰ-  আমিনুল ইছলাম

৭) ধুবুৰী-  নজৰুল হক

৮) গৌৰিপুৰ-  মিজানুৰ ৰহমান

৯) বিলাসীপাৰা (পশ্চিম)-   হাফিজ বছিৰ কাছিমী

১০) বিলাসীপাৰা(পূঃ)-  ছামছুল হুদা

১১) ভৱানীপুৰ-  ফণী তালুকদাৰ

১২) জনীয়া-  হাফিজ ৰফিুকুল ইছলাম

১৩) চেঙা – আশ্ৰাফুল হুছেইন

১৪) দলগাঁও –  মজিবুৰ ৰহমান

১৫) ধিং-  আমিনুল ইছলাম

১৬) যমুনামুখ – ছিৰাজুদ্দিন আজমল

BPFৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) গোসাঁইগাঁও-   মাজেন্দ্ৰ নাৰ্জাৰী

২) কোকৰাঝাৰ(পশ্চিম)-  ৰবিৰাম নাৰ্জাৰী

৩) কলাইগাঁও-  দুৰ্গাদাস বড়ো

৪) মাজবাট-  চৰণ বড়ো

UPPL ৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) কোকাৰাঝাৰ(পূঃ)-  লৰেন্স ইছলাৰী

২) ছিদলি-  জয়ন্ত বসুমতাৰী

৩) তামুলপুৰ-  লেহোৰাম বড়ো

৪) বৰমা-  ভূপেন বড়ো

৫) চাপাগুৰি-  ইউ জি ব্ৰহ্ম

৬) ওদালগুৰি-  গোবিন্দ বসুমতাৰী

CPI(M) ৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) সৰভোগ-  মনোৰঞ্জন তালুকদাৰ

ৰাইজৰ দলৰ জয়ী প্ৰাৰ্থীঃ

১) শিৱসাগৰ-  অখিল গগৈ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam assembly electionassam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?
জীৱনশৈলী

মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

May 15, 2026
ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?
জীৱনশৈলী

ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?

May 15, 2026
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 15, 2026
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ
জীৱনশৈলী

শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

May 15, 2026
Next Post
বংগত জয়েৰে ৰাজনৈতিক ব্যৱস্থাপনাৰ পেছা ত্যাগ প্ৰশান্ত কিশোৰৰ

বংগত জয়েৰে ৰাজনৈতিক ব্যৱস্থাপনাৰ পেছা ত্যাগ প্ৰশান্ত কিশোৰৰ

অখিল গগৈৰ নতুন ঠিকনা MLA হোষ্টেলৰ ৫৩নং কুটীৰ

অখিল গগৈৰ নতুন ঠিকনা MLA হোষ্টেলৰ ৫৩নং কুটীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.