অসম লাইভ ২৪ঃ শিৱসাগৰত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ জয়লাভ
- সমষ্টিটোৰ পৰা ৯০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰে অখিল গগৈয়ে
- জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শর্মাৰ বৃহৎ জয়।
- দেৰগাঁৱত অগপৰ ভৱেন ভৰালীৰ জয়লাভ
- বৰছলাত বিজেপিৰ গণেশ লিম্বুৰ জয়লাভ
- লখিমপুৰত জয়লাভ কৰে বিজেপিৰ মানৱ ডেকাই
- সৰুক্ষেত্ৰীত জয়লাভ কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰৰ
- সৰুপথাৰত বিজেপিৰ বিশ্বজিৎ ফুকনৰ জয়লাভ
- মাজবাটত জয়লাভ bpfৰ চৰণ বড়োৰ
- নগাঁৱত জয়লাভ বিজেপিৰ ৰূপক শৰ্মাৰ
- কোকৰাঝাৰ পূবত bpfৰ ৰবিৰাম নার্জাৰীৰ জয়লাভ
- গোসাঁইগাঁৱত bpfৰ মাজেন্দ্ৰ নার্জাৰীৰ জয়লাভ
- দুলীয়াজানত bjpৰ তেৰছ গোৱালাৰ জয়লাভ
- ঢেকীয়াজুলিত BJPৰ অশোক সিংহালৰ জয়লাভ
- ছিদলীত UPPLৰ জয়ন্ত বসুমতৰাৰীৰ জয়লাভ
- জালুকবাৰীত BJPৰ হিমন্ত বিশ্ব শর্মাৰ জয়লাভ
- ৰূপহীহাটত কংগ্ৰেছৰ নুৰুল হুদাৰ জয়লাভ
- বাঘবৰত কংগ্ৰেছ প্ৰার্থী শ্বেৰমান আলীৰ জয়লাভ
- জনিয়াত AIUDFৰ ৰফিকুল ইছলামৰ জয়লাভ
- জনিয়াত জয়লাভ aiudfৰ প্ৰাৰ্থী ৰফিকুল ইছলামৰ
- বাঘবৰ সমষ্টিত জয়লাভ কংগ্ৰেছৰ শ্বেৰমান আলীৰ
- মাহমৰা সমষ্টিত জয়লাভ বিজেপিৰ প্ৰাৰ্থী যোগেন মহনৰ
- পশ্চিম কোকৰাঝাৰত bpfৰ ৰবিৰাম নাৰ্জাৰীৰ জয়লাভ
- পশ্চিম বিলাসীপাৰাত AIUDFৰ হাফিজ বছিৰ আহমেদৰ জয়লাভ
- বিহপুৰীয়াত BJPৰ অমিয় ভূঞাৰ জয়লাভ
- যোৰহাটত BJPৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ জয়লাভ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ