তামুলপুৰ, গোসাঁইগাঁও, মাজুলী আৰু মৰিয়নি— এই ৪ সমষ্টিত অনুষ্ঠিত হ’ব উপ-নির্বাচন। কেৱল এই ৪টা সমষ্টিতেনে। মন্ত্ৰী ৰঞ্জিত দাসে কেইটা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত দিলে। চাওক এই প্ৰতিবেদন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ