নিৰ্বাচনৰ বতৰ, গানৰ নহয়। কিন্তু আজিকালি ভোট-গান একাকাৰ। গানৰ প্ৰতিযোগিতাত সোণোৱালক চেৰাই গ’ল হিমন্ত বিশ্বই।