দীৰ্ঘদিনৰ পাছত মুখ খুলিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণিসেন ডেকাই। বিজেপিৰ 100+ আৰু তেওঁৰ পুৰণি আঢ়ৈটকীয়া ভাতৰ অংকক লৈ কি ক’লে নীলমণিয়ে?