দেৰগাঁও বিধান সভা সমষ্টিৰ বৰ্তমানৰ অগপ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ বিৰুদ্ধে এইবাৰ নামিছে মিত্ৰ দল বিজেপি। দেৰগাঁৱত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দীঘলীয়া তালিকা। দেৰগাঁও দখলৰ যুঁজত আৰু কোন কোন?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ