সাত ভনীৰ ৰূপত যেন সাত সতিনী। অসমত চতুর্দিশৰ পৰা একপ্ৰকাৰ শত্ৰুৰ ৰূপৰ আগুৰি ধৰিছে মিজোৰাম, নাগালেণ্ড, অৰুণাচল, মেঘালয়ে। প্ৰতিখন ৰাজ্যই অসমৰ সীমা ঠেলি সৃষ্টি কৰিছে সন্ত্ৰাস।