• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

5 months ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

9 minutes ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

9 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

9 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

10 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

11 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

12 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

12 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

13 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

13 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

14 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

editor by editor
April 29, 2026
in অসম, বিবিধ, ৰাজনীতি, লেখা
0
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহি গ’ল Exit Poll,  অসম, পশ্চিম বংগ, তামিলনাডু, কেৰালা, আৰু পুডুচেৰীত কোনে চৰকাৰ গঠন কৰিব? এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল অহা ৪ মে’ত ঘোষণা হ’ব। তাৰ পূৰ্বে সকলোৰে চকু আজিৰ এগজিট প’লৰ ওপৰত। আজি দেশৰ আগশাৰীৰ কেইবাটাও সংস্থাই প্ৰকাশ কৰিলে EXIT POLL…

নিৰ্বাচন আয়োগে ২০২৬ চনৰ এগজিট প’লৰ ফলাফল সন্ধিয়া ৬:৩০ বজাৰ পিছতহে প্ৰকাশৰ অনুমতি দিয়ে, ফলত ৬ঃ৩০ বজাত দেশৰ প্ৰতিটো সংস্থাই নিজৰ নিজৰ ফালৰ পৰা Exit Poll ঘোষণা কৰে । পশ্চিম বংগ, তামিলনাডু, কেৰালা, অসম, আৰু পুডুচেৰীৰ এগজিট প’লৰ ফলাফলত কিছু পৰিমাণে স্পষ্ট হৈ উঠিছে।  কোনখন ৰাজ্যত কোনে গঠন কৰিব চৰকাৰ?

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত এগজিট প’লত বিজেপি প্লাছৰ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছিল। আসনৰ অনুমান ৭৫-৮৫ৰ ভিতৰত আছিল। যেতিয়া ফলাফল আহিল, তেতিয়া এই পৰিসৰৰ ভিতৰতে মিত্ৰজোঁটে জয়লাভ কৰি চৰকাৰ গঠন কৰে।

আজি ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিকলৈ এই EXIT POLL প্ৰকাশ কৰা হৈছে। অসমৰ ৰাইজে কাৰ সপক্ষে ভোটদান কৰিলে তাৰ আংশিক উত্তৰ এই এগজিট প’লত পোৱা গৈছে। পূৰ্বৰ নিৰ্বাচনতো EXIT POLL ৰ ধৰণেৰে ফলাফল দেখা গৈছিল অসমত। দেশৰ কেইটামান আগশাৰীৰ সংবাদ সংন্থাৰ EXIT POLL অনুসৰি এতিয়া চাও আহক অসমত কোনে গঠন কৰিব চৰকাৰ…

  1. AXIS MY INDIAৰ অসমৰ EXIT POLL অনুসৰি অসমত পুনৰ বিজেপিৰ চৰকাৰৰ ইংগিত দিছে। এন ডি এয়ে ৮৮ৰ পৰা ১০০খন আসন লাভ কৰাৰ পূৰ্বানুমান কৰা হৈছে। এই এক্সিট প’ল অনুসৰি হিমন্ত বিশ্ব শৰ্মা আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ব পাৰে।
  2. People Insight ৰ অসমৰ EXIT POLL অনুসৰি অসমত পুনৰ বিজেপিৰ চৰকাৰৰ ইংগিত দিছে। বিজেপিয়ে ৮৮ৰ পৰা ৯৬খন, কংগ্ৰেছে ৩০ৰ পৰা ৩৪খন আৰু অন্যান্যই ২ৰ পৰা ৪খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
  3. JVC ৰ অসমৰ EXIT POLL অনুসৰি অসমত বিজেপি মিত্ৰজোঁটে ৮৮ৰ পৰা ১০০খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ২৩ৰ পৰা ৩৩খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
  4. P-Marq ৰ অসমৰ EXIT POLL অনুসৰি অসমত পুনৰ বিজেপিৰ চৰকাৰৰ ইংগিত দিছে। অসমত বিজেপি মিত্ৰজোঁটে ৮২ ৰ পৰা ৯৪ খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ৩০ ৰ পৰা ৪০ খন আসন, আৰু অন্যান্যই ১ ৰ পৰা ৫ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
  5. Praja Poll ৰ অসমৰ EXIT POLL অনুসৰি অসমত বিজেপি মিত্ৰজোঁটে ৮৮ ৰ পৰা ৯৮ খন আসন পাব পাৰে, কংগ্ৰেছ মিত্ৰজোঁটে ২২ ৰ পৰা ৩২ খন আসন আৰু অন্যান্যই ৩ ৰ পৰা ৫ খন আসন পোৱাৰ সম্ভাৱনা।
  6. Chanakya Strategies ৰ অসমৰ EXIT POLL অনুসৰি বিজেপি মিত্ৰজোঁটে ৮৫ ৰ পৰা ৯৫ খন, কংগ্ৰেছ মিত্ৰজোঁটে ২৫ ৰ পৰা ৩২ খন আৰু অন্যান্য ৬ ৰ পৰা ১২ খনলৈ আসন পাব পাৰে।
  7. News 18 India ৰ অসমৰ EXIT POLL অনুসৰি অসমত বিজেপিৰ চৰকাৰৰ ইংগিত দিছে। বিজেপি মিত্ৰজোঁটে ৯০ ৰ পৰা ১০০ খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ২৩ ৰ পৰা ৩৩ কন আসন আৰু অন্যান্যই ০ ৰ পৰা ৬ খন আসন পোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে অধিকাংশ EXIT POLLৰ মতে প্ৰায় সকলোতে পদুম ফুলাৰ সম্ভাৱনা প্ৰৱল হৈছে।

EXIT POLL ৰ সম্পূৰ্ণ তথ্যৰ বাবে চাই থাকক Asom Live 24 ৰ প্ৰতিটো আপডেট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
Next Post
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.