• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

3 months ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

59 minutes ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

4 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

5 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

5 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

6 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

7 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

19 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

19 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

20 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

21 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

editor by editor
April 30, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!
0
SHARES
100
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমৰ দিনত মানুহে শীতল পানীয় খাই সকলোৱে ভাল পায়। প্ৰায়ে অনুষ্ঠানত বা অতিথি ঘৰলৈ আহিলে শীতল পানীয় সেৱন কৰিবলৈ দিয়া হয়। আনকি কিছুমানে ঠাণ্ডা পানীয়ৰ সৈতে চিপচ খাই আনন্দ লাভ কৰে, কিন্তু আপুনি জানেনে ই আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে? দিল্লীৰ এইমছৰ মুখ্য ডায়েটিচিয়ান ডাঃ পৰমিত কৌৰে কি কি ক’লে জানো আহক…

ডাঃ কৌৰে বুজাইছে যে, গৰমত স্বাস্থ্যৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। এই ঋতুত খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। শৰীৰক হাইড্ৰেড কৰি ৰাখিবলৈ তৰল খাদ্য বজাই ৰাখক। অৱশ্যে এই বতৰত শীতল পানীয়ৰ সৈতে চিপচ খোৱাৰ পৰা বিৰত থাকিব। কাৰণ সাধাৰণতে মানুহে বিশ্বাস কৰে যে গ্ৰীষ্মকালত শীতল পানীয় সেৱনে তেওঁলোকৰ পিয়াহ দূৰ কৰে, কিন্তু শীতল পানীয়ই শৰীৰত পানীৰ অভাৱ ঘটাব পাৰে। শীতল পানীয়ত উচ্চ চেনি থাকে, আৰু যিসকলে ইয়াৰ সৈতে চিপছ সেৱন কৰে তেওঁলোকৰ বাবে এই খাদ্যৰ সংমিশ্ৰণে পানীৰ ক্ষয় বৃদ্ধি কৰিব পাৰে আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে।

ডিহাইড্ৰেচন কিয় বিপদজনক?

ডাঃ পৰমিতে বুজাইছে যে গৰমৰ দিনত শৰীৰত হাইড্ৰেচনৰ প্ৰয়োজন হয়, কিন্তু পিয়াহ দূৰ কৰাৰ পৰিৱৰ্তে শীতল পানীয়ই ডিহাইড্ৰেচন বৃদ্ধি কৰিব পাৰে। কেফেইন আৰু অতিৰিক্ত চেনিয়ে শৰীৰৰ পৰা পানী আহৰণ কৰিব পাৰে। আনহাতে নিমখীয়া চিপছে পিয়াহ বৃদ্ধি কৰে, যাৰ ফলত ডিহাইড্ৰেচন আৰু অধিক হ’ব পাৰে।

চিপচত প্ৰচুৰ পৰিমাণে নিমখ আৰু ট্ৰেন্স ফেট থাকে, যি অস্বাস্থ্যকৰ। নিয়মিতভাৱে এইবোৰ সেৱন কৰিলে মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

ইয়াতকৈ ভাল বিকল্প?

শীতল পানীয়ৰ সলনি নাৰিকল পানী বা নেমুৰ পানী খালে ভাল। ঘৰতে ORS বনোৱাই ভাল। ইয়াৰ বাবে ১ লিটাৰ পানীত ৬ চামুচ চেনি আৰু আধা চামুচ নিমখ দি দিনটো মাজে মাজে খাব লাগে। এই ঋতুত হাইড্ৰেটেড হৈ থাকিবলৈ পিয়াহ নালাগিলেও পানী খাই থাকিব। ইয়াৰোপৰি চিপচৰ সলনি মাখানা খাব পাৰে, আৰু তৰমুজ আৰু বিভিন্ন বতৰৰ ফল খোৱাটোও উপকাৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
Next Post
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.