• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অসমৰ চৰকাৰী হাস্পতালত, অসম চৰকাৰৰ অধীনত কাম নকৰো৷’ এগৰাকী চিকিৎসকে কি লিখিছে সামাজিক মাধ্যমত?

‘অসমৰ চৰকাৰী হাস্পতালত, অসম চৰকাৰৰ অধীনত কাম নকৰো৷’ এগৰাকী চিকিৎসকে কি লিখিছে সামাজিক মাধ্যমত?

2 years ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

47 minutes ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

1 hour ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

2 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

3 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

13 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

14 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

15 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘অসমৰ চৰকাৰী হাস্পতালত, অসম চৰকাৰৰ অধীনত কাম নকৰো৷’ এগৰাকী চিকিৎসকে কি লিখিছে সামাজিক মাধ্যমত?

‘অসমৰ চৰকাৰী হাস্পতালত, অসম চৰকাৰৰ অধীনত কাম নকৰো৷’ কিয় অসম চৰকাৰৰ অধীনত কাম নকৰে চিকিৎসকে? জানক সবিশেষ

editor by editor
July 17, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, বিবিধ, লেখা, শিক্ষা
0
‘অসমৰ চৰকাৰী হাস্পতালত, অসম চৰকাৰৰ অধীনত কাম নকৰো৷’ এগৰাকী চিকিৎসকে কি লিখিছে সামাজিক মাধ্যমত?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাকৰিৰ প্ৰতি মোহভংগ চৰকাৰি চিকিৎসকৰ! পোহৰলৈ আহিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিস্ফোৰক তথ্য৷ অসমৰ ৪০ গৰাকী চৰকাৰী চিকিৎসকে কৰিলে পদত্যাগ৷ GMCHৰ ১৬ গৰাকী চিকিৎসকৰ পদত্যাগৰ লগতে JMCHৰ ১৩ গৰাকী চিকিৎসকৰ পদত্যাগ৷ পদত্যাগ কৰিলে AMCH ৰো ১১ গৰাকী চিকিৎসকে৷
পদত্যাগৰ তালিকাত আছে আন কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক৷ হঠাৎ চিকিৎসকৰ এই পদত্যাগৰ পাছতে ৰাজ্যজুৰি ব্যাপক চৰ্চা
ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিস্ফোৰক তথ্য পোহৰলৈ আনিছে কেইবাগৰাকী চিকিৎসকে৷ দীগন্ত বুঢ়াগোঁহাই নামৰ এগৰাকী চিকিৎসকে সামাজিক মাধ্যমত লিখিছে,

‘মেডিকেল কলেজৰ Resignation সন্দৰ্ভত

দুবছৰ আগলৈকে মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছিলোঁ । ছাত্ৰ হিচাপে, PG হিচাপে, ঠিকাভিত্তিক পঞ্জীয়ক হিচাপে । যোৱা দুবছৰৰপৰা NEIGRIHMS(Central Institute)-ত আছোঁ – DM trainee হিচাপে। GMCH ত থাকোঁতে ঘনাই খঙ উঠিছিল- সহকৰ্মীৰ ওপৰত, ৰোগীৰ অভিভাৱকৰ ওপৰত, subordinatesৰ ওপৰত । ওলাই আহোঁতেই পণ লৈছিলোঁ যে অসম চৰকাৰৰ চাকৰিত কাম নকৰোঁ ।
আগতে দিনৌ যিমান কাম কৰিছিলোঁ, এতিয়াও কৰোঁ । কিন্তু, আজিকালি দুবছৰ আগৰ দৰে খং নুঠে ।
কাৰণবোৰ ভাবিছোঁ:

১) Doctor: Patient অনুপাতৰ লগতে Doctor: Paramedics আৰু Paramedics:Patient অনুপাত সমানেই গুৰুত্বপূৰ্ণ। অসমৰ চৰকাৰী হাস্পতালত Paramedics(নাৰ্চকে ধৰি)ৰ সংখ্যা প্ৰয়োজনৰ তুলনাত দহভাগৰ এভাগো নহয় । ডাক্তৰৰ সংখ্যা মোটামুটি ঠিক । অৰ্থাৎ নেতাৰ সংখ্যা ঠিক । কিন্তু, কৰ্মী তেনেই কম ।
NEIGRIHMS’ত এই আটাইবোৰ অনুপাত অন্ততঃ ১০ গুণ বেছি ভাল । গতিকে, কামবোৰ সময়ত আৰু নিয়াৰিকৈ হয়।

২) Report, Test আদিৰ কাৰণে অসমৰ চৰকাৰী হাস্পতালত ৰোগীৰ অভিভাৱকে line ধৰিব লাগে । সময়ত sample জমা দিয়া আৰু report অনা অভিভাৱকৰ কাম ।
NEIGRIHMSত কেৱল বিল জমা কৰাটোহে অভিভাৱকৰ কাম । Sample জমা‌ কৰা, report অনাৰ বাবে কৰ্মচাৰী পৃথক । গতিকে, পৰীক্ষা সময়ত হয় আৰু report সময়ত আহে।

৩) NEIGRIHMS- ত ‘System’ৰ কাৰণে কোনোৱে কাম নকৰে । ৰোগী, চিকিৎসক আৰু কৰ্মচাৰীৰ বাবে NEIGRIHMSৰ System-টোৱে কাম কৰে । জবাবদিহিৰ লগতে System- এ Encouragement’ও যথেষ্ট দিয়ে । গতিকে, আটায়ে নিজকে Valued অনুভৱ কৰে ।
সেইবোৰ আমাৰ চৰকাৰী হাস্পতালত নাই ।

৪) ৰাজনৈতিক হস্তক্ষেপ, VIP culture, সঘনাই transfer অসমৰ চৰকাৰী হাস্পতালত সাধাৰণ কথা ।
NEIGRIHMS’ত সেইবোৰ ব্যতিক্ৰম ।

৫) DM trainee হিচাপে আজিৰ দিনটোত মোৰ Stipend অসমৰ চৰকাৰী হাস্পতালৰ Assistant Professorৰ দৰমহাতকৈ বেছি ।
টকাই সকলো নহʼলেও টকাও জৰুৰী । মোৰ দৰে ১৫ বছৰ চিকিৎসা বিজ্ঞানৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা ব্যক্তি এজনে সন্মানজনক উপাৰ্জনৰ সন্ধান কৰিবই ।

(কাৰণ আৰু অনেক আছে । পাছত লিখিম । কিন্তু, এটা কথা ঠিক যে, নিজৰ জীৱনৰ প্ৰশান্তিৰ স্বাৰ্থত অসম চৰকাৰৰ অধীনস্থ চৰকাৰী হাস্পতালত কাম নকৰোঁ- যি প্ৰশান্তি অবিহনে মই ডিগ্ৰী আৰু জ্ঞান থাকিও ডাক্তৰ হʼব নোৱাৰোঁ।)’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
Next Post
৫বছৰ পাছত কৰ্কটত সূৰ্য-শুক্ৰৰ যুঁটি, সাফল্যৰ জোৱাৰত তিনি ৰাশি

৫বছৰ পাছত কৰ্কটত সূৰ্য-শুক্ৰৰ যুঁটি, সাফল্যৰ জোৱাৰত তিনি ৰাশি

বক্ৰী হ’ব শনি, শনিৰ বক্ৰী চলনে বেংক বেলেন্স বঢ়াব কুম্ভসহ এই ৫ৰাশিৰ

বক্ৰী হ’ব শনি, শনিৰ বক্ৰী চলনে বেংক বেলেন্স বঢ়াব কুম্ভসহ এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.