• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিটী বাছৰ পৰিৱৰ্তে মহানগৰীৰ ৰাজপথত চলিব CNG বাছ

চিটী বাছৰ পৰিৱৰ্তে মহানগৰীৰ ৰাজপথত চলিব CNG বাছ

5 years ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

6 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

30 minutes ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

2 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

4 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

14 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

14 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

15 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চিটী বাছৰ পৰিৱৰ্তে মহানগৰীৰ ৰাজপথত চলিব CNG বাছ

editor by editor
August 20, 2021
in অসম, গুৱাহাটী, প্ৰযুক্তি
0
চিটী বাছৰ পৰিৱৰ্তে মহানগৰীৰ ৰাজপথত চলিব CNG বাছ
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শীঘ্ৰেই মহানগৰীৰ ৰাজপথত দেখিবলৈ পোৱা যাব compressed natural gas চমুকৈ cng বাছ৷ মহানগৰীৰ ৰাজপথৰ পৰা অতীত হ’ব ডিজেল-পেট্ৰ’ল চালিত চিটী বাছসমূহ৷ ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই ক্ৰয় কৰিব ২০০ খন CNG বাছ৷ সংবাদমেলযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাত স্বাভাৱিকতে শংকিত হৈ উঠিছে চিটী বাছসমূহৰ মালিকৰ লগতে চালক-হেণ্ডিমেনসকল৷ মহানগৰীত চিটী বাছৰ সংখ্যা প্ৰায় ১,৭০০খন৷ এই ১,৭০০ বাছৰ লগত জড়িত মালিক, ড্ৰাইভাৰ, কনডাক্টৰ আৰু দুজনকৈ হেণ্ডিমেন মিলাই মুঠ সংখ্যা হ’বগৈ ৮,৫০০৷ স্বাভাৱিকতে প্ৰশ্ন উঠিছে এই ৮,৫০০ লোকৰ কি হ’ব? এইক্ষেত্ৰত অৱশ‍্যে মুখ‍্যমন্ত্ৰীগৰাকীয়ে আংশিক সকাহৰ ইংগিত দিছে৷ চৰকাৰৰ তৰফৰ পৰা চালক-হেণ্ডিমেন প্ৰতিজনক দিয়া হ’ব ১০ হাজাৰ টকাকৈ৷ চালক-হেণ্ডিমেনসকলে সকাহ পাব যদিও বাহনৰ গৰাকীসকল বিপদত পৰাৰ সম্ভাৱনাই অধিক৷ এই বাছসমূহ কি কৰা হ’ব, ক’ত চলাব তাক লৈও চিন্তিত৷ কাৰণ দূৰণীবটীয়া বাছ হ’ব লাগিলে দে’ ছুপাৰ বা নাইট ছুপাৰৰ দৰে সুবিধাসম্পন্ন বাছ হ’ব লাগিব, যিসমূহ সুবিধা চিটী বাছত নাই৷ ইপিনে, মহানগৰীৰ তেল ডিপোসমূহতো ইয়াৰ প্ৰভাৱ পৰিব৷ মহানগৰীৰ তেল ডিপোসমূহৰ তেল অধিক পৰিমাণত বিক্ৰী হয় বাছসমূহৰ জৰিয়তে৷ এই ক্ষেত্ৰত ডিপোসমূহত প্ৰভাৱ পৰাটো নিশ্চিত৷ তেল ডিপোৰ স্বত্বাধিকাৰীৰ বাবেও এক চিন্তাৰ কাৰণ৷ আনহাতে, মহানগৰীৰ পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ৷ আন্তঃজিলা যাতায়াত খুলি দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম মটৰ শ্ৰমিক সংস্থাই৷ মহানগৰীকে ধৰি ভিন ভিন অঞ্চলত সান্ধ‍্য আইন নথকা সময়ছোৱাত পূৰ্ণোদ‍্যমে চলিছে বাহন৷ ৰাজপথৰ অৱস্থা দেখিলে কোনেও ক’ব নোৱাৰে যে এয়া কোভিড কালীন পৰিস্থিতি৷ অনুৰূপভাৱে ৰে’লগাড়ীসমূহত যাত্ৰী কঢ়িওৱা হৈছে পাণ জপা দি জাপি৷ শাৰীৰিক দূৰত্বৰ প্ৰশ্ন য’ত অচল হৈ পৰে৷ অফিচ-কাছাৰী পূৰ্ণোদ‍্যমে চলিছে৷ ধৰ্মীয় অনুষ্ঠানসমূহতো মানুহৰ সোঁত বৈছে৷ বজাৰ-ঘাট পূৰ্ণোদ‍্যমে খোলা৷ কিন্তু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাধা আৰোপ কৰি কিয় বাহনৰ মালিকসকলৰ লগতে শ্ৰমিকসকলক ক্ষতিগ্ৰস্ত কৰা হৈছে? তাক লৈ প্ৰশ্ন তুলিছে প্ৰতিবাদকাৰীয়ে৷ পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানক এই সন্দৰ্ভত প্ৰদান কৰে এক স্মাৰকপত্ৰ৷ বিধানসভা নিৰ্বাচনত অধিগ্ৰহণ কৰা  বাহনসমূহৰ অনাদায় বিল আদায় দিবলৈও দাবী জনায় প্ৰতিবাদকাৰীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24cng bus
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
Next Post
ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰে সম্পূর্ণ কৰিলে ১০০ দিন

ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰে সম্পূর্ণ কৰিলে ১০০ দিন

শিৱসাগৰত কয়লা ছিণ্ডিকেট, CAসহ ৩ জনক আটক, পলাতক ২

শিৱসাগৰত কয়লা ছিণ্ডিকেট, CAসহ ৩ জনক আটক, পলাতক ২

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.