• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এপ্ৰিলতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন, জাৰি কৰা হ’ল নিৰ্বাচনী আচৰণবিধি

এপ্ৰিলতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন, জাৰি কৰা হ’ল নিৰ্বাচনী আচৰণবিধি

2 years ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

20 minutes ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

1 hour ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

2 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

4 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

5 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

6 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

7 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

7 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

9 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

9 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এপ্ৰিলতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন, জাৰি কৰা হ’ল নিৰ্বাচনী আচৰণবিধি

editor by editor
January 13, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
এপ্ৰিলতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন, জাৰি কৰা হ’ল নিৰ্বাচনী আচৰণবিধি
0
SHARES
992
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এপ্ৰিলতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন, জাৰি কৰা হ’ল নিৰ্বাচনী আচৰণবিধি

অহা এপ্ৰিল মাহতেই অনুষ্ঠিত হব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে সেউজ সংকেত। উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা।

মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ পাছতেই ৰাজ্যত নিৰ্বাচন হ’ব। পৰীক্ষাৰ পূৰ্বে নিৰ্বাচন পাতিলে পঢ়া-শুনাত অসুবিধা হ’ব পাৰে ছাত্ৰ-ছাত্ৰীৰ সেয়ে পৰীক্ষাৰ পাছত নিৰ্বাচন অনুষ্ঠিত হব।

লগতে মুখ্যমন্ত্ৰীৰে ইয়াকো কয় যে, ‘ৰঙালী বিহুৰ আগে-পাছে ৰাজ্যত অনুষ্ঠিত হ’ব নিৰ্বাচন,বৰ্তমান সময়ত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱেশ নাই।

মুখ্যমন্ত্ৰীৰ নিৰ্বাচনৰ সেউজ সংকেট দিয়াৰ পাছতে পঞ্চায়ত নিৰ্বাচনৰ আচৰণবিধি জাৰি কৰা হ’ল। ৰাজনৈতিক দল-সংগঠনক কঠোৰ নীতি-নিৰ্দেশনা বান্ধি দিলে নিৰ্বাচনী আয়োগে।

আচৰণবিধি নামানিলে আইনৰ ৰোষত পৰিব ৰাজনৈতিক দলৰ লগতে প্ৰাৰ্থী। পূৰ্বতকৈ কঠোৰ হ’ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন।

প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ বাবে বান্ধি দিয়া হ’ল ১০টা নিয়ম। কোনো প্ৰাৰ্থী আৰু ৰাজনৈতিক দলে ১০টা নিয়মৰ এটাও নিয়ম ভংগ কৰিব নোৱাৰিব।

কোনো প্ৰাৰ্থী আৰু কোনো দলে ধৰ্মীয় অনুভূতিত আঘাত কৰা মন্তব্য কৰিব নোৱাৰিব
কোনো প্ৰাৰ্থী আৰু কোনো দলে জাতি আৰু ভাষাক লৈ বিতৰ্কিত মন্তব্য কৰিব নোৱাৰিব
ভোটাৰক উৎকোচ দিব নোৱাৰিব কোনো প্ৰাৰ্থী আৰু কোনো দলে
ভোটাৰক ভয় ভাবুকি দিলে সেই প্ৰাৰ্থী আৰু পাৰ্টিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব
কোনো দল আৰু কোনো প্ৰাৰ্থীয়ে মতানক্যৰ সৃষ্টি কৰিব নোৱাৰিব
ধৰ্ম কোনো ধৰ্ম আৰু ভাষাক লৈ সাম্প্ৰদায়িক ঘৃণা সৃষ্টি কৰিব নোৱাৰিব
কোনেও কাকো ব্যক্তিগতভাৱে সমালোচনা কৰিব নোৱাৰিব
কোনো প্ৰাৰ্থী আৰু পাৰ্টিয়ে ব্যক্তিৰ অনুমতি অবিহনে বেনাৰ-পোষ্টাৰ লগাব নোৱাৰিব

অৱশ্যে এয়া কাৰ্যকৰী হ’ব নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছৰ পৰাহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam. GuwahatiPanchyat Election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…
সমীক্ষণ (আলোচনী)

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

September 12, 2026
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!
অসম

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

September 12, 2026
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!
অসম

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

September 12, 2026
Next Post
আজি মাঘ বিহুৰ উৰুকা, পাছে কি কয় বতৰ বিজ্ঞান বিভাগে, বৰষুণে দিব নেকি বিধি-পথালি

আজি মাঘ বিহুৰ উৰুকা, পাছে কি কয় বতৰ বিজ্ঞান বিভাগে, বৰষুণে দিব নেকি বিধি-পথালি

কেৰালত দলিত কিশোৰীৰ সৈতে ভাবিব নোৱাৰা কাণ্ড, ২৭ গ্ৰেপ্তাৰ, ১৪ ন্যায়িক জিম্মালৈ

কেৰালত দলিত কিশোৰীৰ সৈতে ভাবিব নোৱাৰা কাণ্ড, ২৭ গ্ৰেপ্তাৰ, ১৪ ন্যায়িক জিম্মালৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.