• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি মাঘ বিহুৰ উৰুকা, পাছে কি কয় বতৰ বিজ্ঞান বিভাগে, বৰষুণে দিব নেকি বিধি-পথালি

আজি মাঘ বিহুৰ উৰুকা, পাছে কি কয় বতৰ বিজ্ঞান বিভাগে, বৰষুণে দিব নেকি বিধি-পথালি

2 years ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

5 minutes ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

34 minutes ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

2 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

3 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

16 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

17 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

18 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

18 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

19 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

19 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

20 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি মাঘ বিহুৰ উৰুকা, পাছে কি কয় বতৰ বিজ্ঞান বিভাগে, বৰষুণে দিব নেকি বিধি-পথালি

editor by editor
January 13, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
আজি মাঘ বিহুৰ উৰুকা, পাছে কি কয় বতৰ বিজ্ঞান বিভাগে, বৰষুণে দিব নেকি বিধি-পথালি
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি মাঘ বিহুৰ উৰুকা, পাছে কি কয় বতৰ বিজ্ঞান বিভাগে, বৰষুণে দিব নেকি বিধি-পথালি

আকৌ আহিল হেঁপাহৰ ভোগালী, আজি মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ চৌদিশে ভোগালীক লৈ প্ৰস্তুতি তুংগত। উৰুকাৰ নিশা ভেলাঘৰত হাঁহে মাহে খাবলৈ সাজু সকলো। আখলত ব্যস্ত জীয়ৰী-বোৱাৰী।

ডেকা সকলে নিৰ্মাণ কৰিছে আটকধুনীয়া ভেলাঘৰ-মেজি। লাড়ু, পিঠা,চিৰা ,ম’হৰ এঠা দৈ ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে বজাৰ। পাছে তাৰে মাজতে বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনাই দেখা দিছে।

বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া আপডেট অনুসৰি গোলাঘাট জিলাত আজি Yellow Alert জাৰি কৰিছে। কিন্তু আজি ৰাজ্যৰ এখনো জিলাত বতৰ বিজ্ঞান বিভাগে বৰষুণ আৰু ঘন কুঁৱলীৰ সতৰ্কবাণী জাৰি কৰা নাই।

কিন্তু কাইলৈ অৰ্থাৎ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।

তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ জিলাত কাইলৈ হ’ব ধাৰাসাৰ বৰষুণ। আনফালে কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত জিলাত থাকিব ঘন কুঁৱলীৰ আচ্ছাদন।

১৫ জানুৱাৰীত গোলাঘাট, শ্ৰীভূমি, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে। জিলাকেইখনত ১৫ জানুৱাৰীত ঘন কুঁৱলীৰ আচ্ছাদন থকাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamMagh BihuUruka
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা
অসম

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

September 4, 2026
Next Post
কেৰালত দলিত কিশোৰীৰ সৈতে ভাবিব নোৱাৰা কাণ্ড, ২৭ গ্ৰেপ্তাৰ, ১৪ ন্যায়িক জিম্মালৈ

কেৰালত দলিত কিশোৰীৰ সৈতে ভাবিব নোৱাৰা কাণ্ড, ২৭ গ্ৰেপ্তাৰ, ১৪ ন্যায়িক জিম্মালৈ

আজিৰে পৰা মহাকুম্ভ, ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা মহাকুম্ভত কোটি কোটি মানুহ

আজিৰে পৰা মহাকুম্ভ, ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা মহাকুম্ভত কোটি কোটি মানুহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.