• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা মহাকুম্ভ, ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা মহাকুম্ভত কোটি কোটি মানুহ

আজিৰে পৰা মহাকুম্ভ, ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা মহাকুম্ভত কোটি কোটি মানুহ

2 years ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

24 minutes ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

1 hour ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

2 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

3 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

3 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

5 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

6 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

7 hours ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

7 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

9 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

আজিৰে পৰা মহাকুম্ভ, ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা মহাকুম্ভত কোটি কোটি মানুহ

editor by editor
January 13, 2025
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আজিৰে পৰা মহাকুম্ভ, ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা মহাকুম্ভত কোটি কোটি মানুহ
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা মহাকুম্ভ, ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা মহাকুম্ভত কোটি কোটি মানুহ

আজিৰে পৰা মহাকুম্ভ। পবিত্ৰ স্নানেৰে আৰম্ভ হৈছে আজিৰ প্ৰথম দিন। লাখ লাখ ভক্তই গা ধুবলৈ আৰম্ভ কৰিছে। অনুমান কৰা হৈছে যে এইবাৰ মহাকুম্ভত ৪০ কোটিৰো অধিক ভক্তই পবিত্ৰ স্নান কৰিব।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ হৈছে মহা কুম্ভ মেলাৰ ঐশ্বৰিক আয়োজন। পুহ মাহৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হৈ ২৬ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া মহাকুম্ভৰ কাম আৰম্ভ হৈছে। এইবাৰ মহাকুম্ভত ৪০ কোটিৰো অধিক ভক্তই অংশগ্ৰহণ কৰিব বুলি অনুমান কৰা হৈছে।

মহাকুম্ভৰ প্ৰথম দিনাৰ পৰাই প্ৰয়াগৰাজত সমবেত হৈছে ভক্তৰ বিপুল ভিৰ। ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰিছে হাজাৰ হাজাৰ ভক্তই। এই পৰ্যন্ত ৬০ লাখ ভক্তই সংগম পাৰত স্নান কৰিছে। এই সংগম হৈছে গংগা, যমুনা আৰু ‘ৰহস্যময়’ সৰস্বতী নদীৰ পবিত্ৰ সংগম।

১৪৪ বছৰৰ পাছত এক বিৰল কাকতলীয়া কাণ্ডত দেওবাৰে মাজনিশা সংগমত পুহৰ পূৰ্ণিমাৰ দিনৰ পৰা আৰম্ভ হৈছে এই মহাকুম্ভ। গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণীৰ পাৰত ৪৫ দিন ধৰি চলিব এই মেলা। এই মহাকুম্ভত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৪৫ কোটি ভক্ত, সাধু, ভক্ত, কল্পবাসী আৰু অতিথিয়ে আগমণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MahakumbhPrayagrajuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা
ভাৰত

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

September 1, 2026
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়
বিনোদন

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

September 1, 2026
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?
বিনোদন

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

September 1, 2026
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন
ভাৰত

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

September 1, 2026
Next Post
বৃদ্ধি পাব ৩ ৰাশিৰ লোকৰ সমস্যা, আজি-কাইলৈৰ ভিতৰত পাব পাৰে অশুভতাৰ লক্ষণ

বৃদ্ধি পাব ৩ ৰাশিৰ লোকৰ সমস্যা, আজি-কাইলৈৰ ভিতৰত পাব পাৰে অশুভতাৰ লক্ষণ

ভিডিঅ’ দেখিলে হাঁহি উঠিব আপোনাৰো, সাক্ষাৎকাৰত হঠাতে ইউটিউবাৰক পিটন বাবাৰ

ভিডিঅ' দেখিলে হাঁহি উঠিব আপোনাৰো, সাক্ষাৎকাৰত হঠাতে ইউটিউবাৰক পিটন বাবাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.