• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য ভাৱে জিলিকি উঠিল কাৰ্বি আংলং, বাক্সা, দক্ষিণ শালমাৰা, বিশেষকৈ বাক্সাই দেখুৱালে চমকপ্ৰদক ফল

অবিশ্বাস্য ভাৱে জিলিকি উঠিল কাৰ্বি আংলং, বাক্সা, দক্ষিণ শালমাৰা, বিশেষকৈ বাক্সাই দেখুৱালে চমকপ্ৰদক ফল

1 year ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

55 minutes ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

1 hour ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

2 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

2 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

3 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

4 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

5 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

6 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

7 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

7 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

8 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অবিশ্বাস্য ভাৱে জিলিকি উঠিল কাৰ্বি আংলং, বাক্সা, দক্ষিণ শালমাৰা, বিশেষকৈ বাক্সাই দেখুৱালে চমকপ্ৰদক ফল

editor by editor
April 30, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অবিশ্বাস্য ভাৱে জিলিকি উঠিল কাৰ্বি আংলং, বাক্সা, দক্ষিণ শালমাৰা, বিশেষকৈ বাক্সাই দেখুৱালে চমকপ্ৰদক ফল
0
SHARES
249
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অবিশ্বাস্য ভাৱে জিলিকি উঠিল কাৰ্বি আংলং, বাক্সা, দক্ষিণ শালমাৰা, বিশেষকৈ বাক্সাই দেখুৱালে চমকপ্ৰদক ফল

আজি ৩০ এপ্ৰিল তাৰিখে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিকৰ ফলাফল। এইবাৰ ফলাফলত দেখা পোৱা গল ২০২৪বৰ্ষৰ তুলনাত তিনিওটা শাখাতে উৰ্ত্তীণৰ হাৰ ২০২৫বৰ্ষত হ্ৰাস পাইছে।

কলা শাখাত ২০২৪বৰ্ষত উৰ্ত্তীণৰ হাৰ আছিল ৮৮.৩৬শতাংশ। ২০২৫বৰ্ষত সেই উৰ্ত্তীণৰ হাৰ ৭.৩৩শতাংশ হ্ৰাস পালে। ২০২৫বৰ্ষত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮১.০৩শতাংশ।

বিজ্ঞান শাখাতো ২৪ৰ তুলনাত ২০২৫বৰ্ষত উৰ্ত্তীণৰ হাৰ ৫শতাংশ হ্ৰাস পাইছে। ২০২৪বৰ্ষত বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ আছিল ৮৯.৮৮শতাংশ। ২০২৫বৰ্ষত সেই হাৰ হয়গৈ ৮৪.৮৮শতাংশ।

বাণিজ্য শাখাতো ৬শতাংশ অধিক উৰ্ত্তীণৰ হাৰ ২০২৪বৰ্ষৰ তুলনাত হ্ৰাস পাইছে। বাণিজ্য শাখাত ২০২৪বৰ্ষত উৰ্ত্তীণৰ হাৰ আছিল ৮৭.৬৬শতাংশ। ২০২৫বৰ্ষত সেই হাৰ হয় ৮২.১৮শতাংশ।

পাছে এই সকলোবোৰৰ বিপৰীতে উন্মোচিত হৈছে এক অন্য দিশ। যি জিলা পূৰ্বে উত্তীৰ্ণৰ ফালৰ পৰা নিম্ন স্থানত আছিল, সেই জিলাই এইবাৰ ৰাজ্যৰ ভিতৰতে উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত উপনীত হৈছে।

বিজ্ঞান শাখাৰ শীৰ্ষত এইবাৰ পাহাৰীয়া ৰাজ্য কাৰ্বি আংলং জিলা। সম্পূৰ্ণ ১০০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত উঠে জিলাখন। ৯৭.১৩ উত্তীৰ্ণৰে দ্বিতীয়ত শিৱসাগৰ, লগতে ৯৫.৬৬ শতাংশ উত্তীৰ্ণৰে তৃতীয়ত বাক্সা।

কলা শাখাৰ শীৰ্ষত বাক্সা জিলা, ৯৪.২১ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত বাক্সা। দ্বিতীয় স্থানত ৯৩.৮২ শতাংশৰে দৰং আৰু ৯০.৭৮ শতাংশৰে তৃতীয়ত শিৱসাগৰ জিলা।

বাণিজ্য শাখাৰ শীৰ্ষত ১০০ শতাংশ উত্তীৰ্ণৰে দক্ষিণ শালমৰা। ৯৮.২০ শতাংশ উত্তীৰ্ণৰে দ্বিতীয়ত বাক্সা জিলা আৰু ৯৮.১৫ শতাংশৰে তৃতীয়ত দৰং জিলা জিলিকি উঠে।

পাছে এই সকলোবোৰৰ ভিতৰতে বিশেষভাৱে উজলি উঠে বাক্সা। যি বাক্সাত পূৰ্বে উত্তীৰ্ণৰ হাৰ একেবাৰে নিম্ন আছিল, সেই বাক্সা জিলাই এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলেৰে উজলি উঠে। কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখাতে বাক্সা জিলা ছাত্ৰ-ছাত্ৰীয়ে দেখুৱাইছে চমকপ্ৰদক ফল। ৯৪.২১ শতাংশ উত্তীৰ্ণৰে কলা শাখাৰ শীৰ্ষত, ৯৫.৬৬ শতাংশ উত্তীৰ্ণৰে বিজ্ঞানৰ তৃতীয়ত আৰু ৯৮.২০ শতাংশ উত্তীৰ্ণৰে বাণিজ্যৰ ৰাজ্যৰ ভিতৰত দ্বিতীয়ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam HS ResultBakshaHShs result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

October 24, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক
অসম

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

October 23, 2026
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!
উত্তৰ-পূব

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

October 23, 2026
Next Post
আজি অক্ষয় তৃতীয়াত ২৪ বছৰৰ পাছত অক্ষয় যোগৰ বিৰল সংমিশ্ৰণ, এই ৰাশিৰ ভাগ্যত হ’ব পাৰে ধনৰ বৰষুণ

আজি অক্ষয় তৃতীয়াত ২৪ বছৰৰ পাছত অক্ষয় যোগৰ বিৰল সংমিশ্ৰণ, এই ৰাশিৰ ভাগ্যত হ’ব পাৰে ধনৰ বৰষুণ

লক্ষ্য বিশাল, সন্মুখত বিশ্বখ্যাত বলাৰ, অভিলেখ বাদ দিয়ক— সংহাৰলৈ চাওক

লক্ষ্য বিশাল, সন্মুখত বিশ্বখ্যাত বলাৰ, অভিলেখ বাদ দিয়ক— সংহাৰলৈ চাওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.