• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, উত্থাপিত হ’ব ১১ খন নতুন বিধেয়ক

আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, উত্থাপিত হ’ব ১১ খন নতুন বিধেয়ক

1 year ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

3 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

3 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

3 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

3 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

3 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

3 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

4 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

4 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

4 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

4 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

4 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, উত্থাপিত হ’ব ১১ খন নতুন বিধেয়ক

আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, উত্থাপিত হ’ব ১১ খন নতুন বিধেয়ক

editor by editor
August 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, উত্থাপিত হ’ব ১১ খন নতুন বিধেয়ক
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন৷
অসম বিধানসভাৰ শৰৎকালীন অধিবেশন প্ৰথম দিনটোত ১১ খন বিধেয়ক উত্থাপনৰ সম্ভাৱনা৷
ইয়াৰে ৮ খন সংশোধনী বিধেয়ক, নতুন তিনিখন বিধেয়ক৷
নতুন তিনি বিধেয়ক ক্ৰমে দি আসাম ৰিপিলিং বিল ২৪
আসাম ভেটেনেৰী এণ্ড ফিছাৰী ইউনিভাৰ্ছিটি বিল ২০২৪৷
দি আসাম আৰবান ৱাটাৰ বডিজ প্ৰিভেনছড এণ্ড কনজাৰভেশ্যন বিল ২০২৪
ইয়াৰোপৰি উত্থাপন কৰিবলগীয়া বিধেয়কসমূহ হৈছে-

১. মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই “দি আসাম শিডিউল কাষ্ট এণ্ড শিডিউল ট্রাইবচ্ (বির্জাভেশ্বন অফ ভেকেনছিচ্ ইন চার্ভিচেছ এণ্ড পোষ্ট) (এমেন্ডমেন্ট) বিল, ২০২৪” খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব। লগতে বিধেয়কখন উপস্থাপন কৰিব

২.  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই “দি আসাম অফিচিয়েল লেংগুরেজ (এমেন্ডমেন্ট) বিল, ২০২৪” খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব। লগতে বিধেয়কখন উপস্থাপন কৰিব

৩.  শ্রী যোগেন মহন (মন্ত্রী, ৰাজহ (বিফর্মচ) দুর্যোগ ব্যবস্থাপনা ইত্যাদি) য়ে “দি আসাম (টেম্পৰেবিলি চেটেলড্ এবিয়াচ) টেনেন্সি (এমেন্ডমেন্ট) বিল, ২০২৪” খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব। লগতে বিধেয়কখন উপস্থাপন কৰিব

৪.  শ্রী যোগেন মহন (মন্ত্রী, বাজহ (বিফর্মচ) দুর্যোগ ব্যবস্থাপনা ইত্যাদি) য়ে “দি আসাম লেগু বেভিনিউ বেগুলেশান (এমেন্ডমেন্ট) বিল, ২০২৪” খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব। লগতে বিধেয়কখন উপস্থাপন কৰিব

৫. শ্ৰী যোগেন মহন (মন্ত্ৰী, বাজাহ (পঞ্জীয়ন) দুৰ্যোগ ব্যৱস্থাপনা ইত্যাদি)ৰ “The Assam

বিপিলিং বিল, ২০২৪” খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব। লগতে বিধেয়কখন উপস্থাপন কৰিব

৬.  শ্রী অতুল বৰা (মন্ত্ৰী, পশুপালন আৰু পশু চিকিৎসা ইত্যাদি) য়ে “আসাম ভেটেৰীনেৰী এন্ড ফিছাবী ইউনিভার্হিটি বিল, ২০২৪” খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব। লগতে বিধেয়কখন উপস্থাপন কৰিব

৭.  শ্রী জয়ন্ত মল্ল বৰৱা (মন্ত্রী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা ইত্যাদি)য়ে অসম বিধান সভাব প্রক্রিয়া আৰু কাৰ্য্য পৰিচালনাৰ নিয়মৰ নিয়ম ৬৯ (১) ব অধীনত “দি আসাম স্কিল

ইউনিভাৰ্ছিটা (এমেন্ডমেন্ট) অর্ডিনেন্স ২০২৪” ব দ্বাৰা তৎকালীনভাবে আইন প্রণয়নব

প্রয়োজনীয়তাৰ পৰিস্থিতি সম্পর্কে ব্যাখ্যা আগবঢ়াই বিবৃতি দিব।

৮.  শ্রী জয়ন্ত মল্ল বৰুৱা (মন্ত্রী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা ইত্যাদি) য়ে “দি আসাম স্কীল- ইউনিভাছিটি (এমেন্ডমেন্ট) বিল, ২০২৪” খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব। লগতে বিধেয়কখন উপস্থাপন কৰিব

৯. শ্রী পীযুষ হাজৰিকা (মন্ত্রী, সামাজিক ন্যায় আৰু সৱলীকৰণ ইত্যাদি) য়ে “দি মৰাণ অট’নমাছ

কাউন্সিল (এমেন্ডমেন্ট) বিল, ২০২৪” খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব।

লগতে বিধেয়কখন উপস্থাপন কৰিব

১০.  শ্রী পীযুষ হাজৰিকা (মন্ত্রী, সামাজিক ন্যায় আৰু সবলীকৰণ ইত্যাদি) য়ে “দি মটক অট’নমাছ কাউন্সিল (এমেন্ডমেন্ট) বিল, ২০২৪” খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব।

লগতে বিধেয়কখন উপস্থাপন কৰিব

১১.  শ্রী অশোক সিংহল (মন্ত্ৰী, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা ইত্যাদি) য়ে “দি আসাম আৰবান ৱাটাৰ বডিজ (প্রিভেনশ্যন এণ্ড কনজাৰভেশান) বিল, ২০২৪” খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল আৰ জি কাণ্ড? ১২ দিন পাছতো বহু প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ হাতত নাই? কাৰণ কি?

কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল আৰ জি কাণ্ড? ১২ দিন পাছতো বহু প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ হাতত নাই? কাৰণ কি?

কঠোৰ হৈছে কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়! আৰ জি কাণ্ডৰ ফটো ভিডিঅ’ শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা

কঠোৰ হৈছে কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়! আৰ জি কাণ্ডৰ ফটো ভিডিঅ’ শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.