• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ নিয়ম, নতুন নিয়ম সন্দৰ্ভত জানিবলৈ ক্লিক কৰক

সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ নিয়ম, নতুন নিয়ম সন্দৰ্ভত জানিবলৈ ক্লিক কৰক

3 years ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

33 minutes ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

56 minutes ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

13 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

14 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

15 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

15 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

15 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

16 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

16 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

17 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

18 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ নিয়ম, নতুন নিয়ম সন্দৰ্ভত জানিবলৈ ক্লিক কৰক

editor by editor
November 30, 2022
in অসম, শিক্ষা
0
সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ নিয়ম, নতুন নিয়ম সন্দৰ্ভত জানিবলৈ ক্লিক কৰক
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ আগন্তুগক বৰ্ষৰ পৰা সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল ৷ নতুন শিক্ষানীতি ২০২০ ৰ আধাৰত সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ নিয়ম ৷ চৰকাৰে ঘোষণা কৰা নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ’ব লগা মেট্ৰিক পৰীক্ষাত কেতবোৰ সাল-সলনি কৰা হৈছে ৷

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ আধাৰত অনুষ্ঠিত হ’ব লগা পৰীক্ষাত ১০০ নম্বৰৰ প্ৰশ্নৰ ভিতৰত ৪৫ নম্বৰ বিকল্প ধৰ্মী, ৪৫ নম্বৰ থিয়ৰী আৰু ১০ নম্বৰ ইন্টাৰনেল এছেছমেন্ট থাকিব ৷

আনহাতে, নতুন নিয়ম অনুসৰি, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৫০ শতাংশ এক নম্বৰৰ প্ৰশ্ন থাকিব ৷ আনহাতে, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হোৱা পৰীক্ষাত প্ৰথমবাৰৰ বাবে গণিত বিষয়ৰ প্ৰশ্নকাকতৰ সোফালে উত্তৰ কৰিব পৰাকৈ খালী ঠাই ৰখা হ’ব ৷

ইফালে, দশম শ্ৰেণীৰ বাবে “পৰশ” নামৰ এখন মূল্যায়ন বৰ্ডৰ জৰিয়তে এই পৰীক্ষাৰ মান নিৰ্ণয় কৰা হ’ব। পৰীক্ষা পদ্ধতি সহজ কৰিবলৈ চেমিষ্টাৰ পদ্ধতিত মূল্যায়ন কৰা হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ত দক্ষতাত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল।

উল্লেখ্য যে, ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে বিগত ২০২০ চনৰ ২৯ জুলাইত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ ক অনুমোদন জনায়। ১৯৮৬ চনৰ শিক্ষা নীতিৰ পৰিবৰ্তন ঘটাই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ প্ৰৱৰ্তন কৰে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ এ পুৰণি ১০+২ ব্যৱস্থাৰ পৰিবৰ্তে ৫+৩+৩+৪ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৪৮৪ পৃষ্ঠাযুক্ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰাত উল্লেখ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা
শিক্ষা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

May 15, 2026
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক
শিক্ষা

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

May 15, 2026
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?
অসম

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

May 13, 2026
হাই চিকিউৰিটি জ’নত কেনেকৈ ভাইৰেল NEET-UG ৰ প্ৰশ্নকাকত? পোহৰলৈ আহিছে আচৰিত তথ্য
শিক্ষা

হাই চিকিউৰিটি জ’নত কেনেকৈ ভাইৰেল NEET-UG ৰ প্ৰশ্নকাকত? পোহৰলৈ আহিছে আচৰিত তথ্য

May 13, 2026
Next Post
অসম দেশৰ বিষম কথা ! চুক্তি সম্পন্ন এখন ব্যতিক্ৰমী বিবাহ

অসম দেশৰ বিষম কথা ! চুক্তি সম্পন্ন এখন ব্যতিক্ৰমী বিবাহ

আগন্তুক বৰ্ষৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰিব ইলেকট্ৰনিক স্কুটীঃ মুখ্যমন্ত্ৰী

আগন্তুক বৰ্ষৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰিব ইলেকট্ৰনিক স্কুটীঃ মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.