• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন

4 years ago
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

14 minutes ago
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

39 minutes ago
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

1 hour ago
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

3 hours ago
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

4 hours ago
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

5 hours ago
এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

9 hours ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন

editor by editor
February 15, 2022
in অসম, গুৱাহাটী, ৰাজনীতি
0
জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোণিতপুৰ জিলাৰ জামুগুৰিহাটক নগৰ হিচাপে ঘোষণা কৰাৰ পাছত এইবাৰ পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পৌৰসভা নিৰ্বাচন। অহা ৬মাৰ্চত অনুষ্ঠিত হ’বলগীয়া জামুগুৰি পৌৰসভাৰ নিৰ্বাচনক লৈ ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে জামুগুৰিহাটৰ ৰাইজ। ১০টা ৱাৰ্ডৰে গঠিত জামুগুৰি পৌৰসভাৰ ১০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব  ৬৯২০গৰাকী ভোটাৰে।

মঙলবাৰে পৌৰ সভাৰ ১০টা ৱাৰ্ডৰ বাৱে বিজেপি আৰু কংগ্ৰেছ দলৰ ১০জনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন পত্ৰ দাখিল কৰি তথা  পোন প্ৰথমবাৰৰ বাবে পৌৰসভাৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰা প্ৰাৰ্থীসকলে পৌৰসভা গঠনৰ পাছত নগৰখনত থকা খোৱা পানী, বাটপথকে ধৰি অন্যান্য সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস ব্যক্ত কৰিছে৷ প্ৰাৰ্তীসকলৰ লৈ আশাবাদী জামুগুৰিহাটৰ স্থানীয় জনতা৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam municipal electionaxom live 24jamugurihat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?
অসম

May 9, 2026
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ
বিশ্ব

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

May 9, 2026
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?
জীৱনশৈলী

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

May 9, 2026
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?
জীৱনশৈলী

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

May 9, 2026
Next Post
ঋতুস্ৰাৱৰ সময়ত বিষ হ’লে কি কৰিব? এই বস্তুবিধ খালেই নিমিষতে উপশম পাব!

১ লাখ টকাত বিক্ৰীৰে অসমৰ গ’ল্ডেন পাৰ্ল চাহে গঢ়িলে অভিলেখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন