• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ অনুৰূপ ঘটনা ৰাজ্যত! শাহু-স্বামীক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থৈ অৱশেষত শ্বিলঙৰ পাহাৰৰ পৰা দলিয়াই দিলে মৃতদেহৰ টুকুৰা…

দিল্লীৰ অনুৰূপ ঘটনা ৰাজ্যত! শাহু-স্বামীক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থৈ অৱশেষত শ্বিলঙৰ পাহাৰৰ পৰা দলিয়াই দিলে মৃতদেহৰ টুকুৰা…

3 years ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

14 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

16 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

16 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

2 days ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

2 days ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 days ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

2 days ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

2 days ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

2 days ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দিল্লীৰ অনুৰূপ ঘটনা ৰাজ্যত! শাহু-স্বামীক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থৈ অৱশেষত শ্বিলঙৰ পাহাৰৰ পৰা দলিয়াই দিলে মৃতদেহৰ টুকুৰা…

editor by editor
February 20, 2023
in অপৰাধ, অসম
0
দিল্লীৰ অনুৰূপ ঘটনা ৰাজ্যত! শাহু-স্বামীক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থৈ অৱশেষত শ্বিলঙৰ পাহাৰৰ পৰা দলিয়াই দিলে মৃতদেহৰ টুকুৰা…
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
দিল্লীলৈ বহুদূৰ ভাৱি থাকোতেই অনুৰূপ ঘটনাই জোঁকাৰিছে ৰাজ্য।
পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত নৃশংস হত্যাকাণ্ডই জোঁকাৰিছে সমগ্ৰ ৰাজ্য।
স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টকুৰকৈ কাটি ফ্ৰীজত ভৰাই ৰাখি অৱশেষত মেঘালয়ৰ ভিন্ন স্থানত মৃতদেহ পেলাই দিছিল বোৱাৰীয়েক বন্দনা কলিতাই।
এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বন্দনাৰ পিতৃ কামিনী কলিতাই।
বন্দনা কলিতাই স্বামী আৰু শাহুক হত্যা কৰাৰ কথা জনা নাছিল পিতৃয়ে।
পিতৃয়ে এই হত্যাকাণ্ড সন্দৰ্ভত মত প্ৰকাশ কৰি কয়, ‘যদিহে মোৰ কন্যা দোষী, তেন্তে তাইক গুলীয়াই মাৰক।’
প্ৰায় দহ বছৰ পূৰ্বে অমৰজ্যোতিৰ লগত বিয়া হৈছিল বন্দনাৰ।
কিন্তু বৰ্তমান পিতৃগৃহতে আছিল বন্দনা৷
হত্যাকাণ্ডৰে পিতৃ-মাতৃ জড়িত নহয় বুলিও মন্তব্য পিতৃৰ।
৩দিন ফ্ৰীজত ৰাখি মৃতদেহৰ টুকুৰা পেলাই দিলে মেঘালয়ৰ ডাউকী আৰু চেৰাপুঞ্জীত।
প্ৰায় ছমাহ পূৰ্বে সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা।
অভিযোগ অনুসৰি, পৰকীয়া প্ৰেম আৰু ধনৰ লালসাতে বোৱাৰীয়েক বন্দনা কলিতাই এই ভয়ংকৰ হত্যাকাণ্ড।
পৰকীয়া প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰিছিল মহিলাগৰাকীয়ে।
২০২২ চনৰ আগষ্ট মাহত মাতৃ–পুত্ৰ নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত এজাহাৰো দিছিল বোৱাৰীয়েক বন্দনাই।
তাৰ পিছতে তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে যদিও এই ঘটনাৰ কোনো ক্লু পোৱা নাছিল।
কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে পুনৰ এখন এজাহাৰ দাখিল কৰাৰ পাছতহে পোহৰলৈ সমগ্ৰ ঘটনা।
শাহুৱেকৰ একাউণ্টৰ পৰা কোনো লোকে ধন উলিওৱা বুলি এজাহাৰ দাখিল কৰিছিল বন্দনাই।
কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি এজাহাৰকাৰী বন্দনা কলিতাইহে একাউণ্টৰ পৰা উলিয়াইছিল ধন।
লগে লগে আৰক্ষীয়ে বন্দনা কলিতাক আটক কৰি জেৰা আৰম্ভ কৰে।
সেই জেৰাত পোহৰলৈ আহে এই চাঞ্চল্যকৰ ঘটনা।
বন্দনাৰ লগতে হত্যাকাণ্ডত সহযোগ কৰা পৰকীয়া প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
হত্যাৰ বলি হোৱা বন্দনাৰ স্বামীৰ নাম অমৰজ্যোতি দে’ আৰু শাহুৰ নাম শংকৰী দে’।
অভিযোগ মতে, দুয়োকে হত্যা কৰি বন্দনাই টুকুৰা–টুকুৰ কৰি কাটিছিল মৃতদেহ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা
অপৰাধ

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

January 31, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?
অপৰাধ

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

January 21, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
Next Post
বন্দনাৰ পিতৃয়ে কৈছে, ‘মোৰ ছোৱালীয়ে যদি এই হত্যাকাণ্ড কৰিছে তাইক গুলীয়াই মাৰক’

বন্দনাৰ পিতৃয়ে কৈছে, 'মোৰ ছোৱালীয়ে যদি এই হত্যাকাণ্ড কৰিছে তাইক গুলীয়াই মাৰক’

পাৰফৰ্মেন্স একেবাৰেই বেয়া! কে এল ৰাহুলৰ সলনি ভাৰতীয় দলৰ নতুন সহ অধিনায়ক কোন হ’ব?

পাৰফৰ্মেন্স একেবাৰেই বেয়া! কে এল ৰাহুলৰ সলনি ভাৰতীয় দলৰ নতুন সহ অধিনায়ক কোন হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.