অসম লাইভ২৪ঃ
৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ বাবে অসম আৰক্ষীৰ ১৮ টা নিয়ম
সুৰাপান কৰি বাহন নচলাব
স্পীড লিমিট ভংগ নকৰিব
বাহন চলোৱাৰ সময়ত ড্ৰাইভিং লাইচেঞ্চ লগত ৰাখিব
গাড়ী চলোৱাৰ সময়ত চিটবেল্ট অপৰিহাৰ্য্য
দুচকীয়া আৰু চাৰিচকীয়া চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ নকৰিব
মূল পথত যাত্ৰা কৰোতে দ্ৰুতগতি পৰিহাৰ কৰক
নিৰ্ধাৰিত স্থানতহে বাহন ৰাখক
গাড়ী চলাওঁতে পথ নিৰ্দেশনা মানি চলক
নতুন বছৰৰ পাৰ্টী অনুষ্ঠিত কৰা হোটেল-ৰেষ্টুৰেণ্টত চিচি টিভি বাধ্যতামূলক
নিউইয়েৰ পাৰ্টী কৰা হোটেল-ৰেষ্টুৰেণ্ট ক্লাৱত প্ৰযোজনীয় ভলণ্টিয়াৰ নিয়োগ কৰিব লাগিব
হোটেল-ৰেষ্টুৰেণ্ট-ক্লাৱে পৰ্যাপ্ত পাৰ্কিঙৰ ব্যৱস্থা কৰিব লাগিব
নতুন বছৰৰ পাৰ্টীৰ নামত হূলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰিব নোৱাৰিব
সকলোকে ট্ৰেফিক নিয়ম মানি চলাৰ আহ্বান
দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ