ৰাজ্যত অচিৰেই অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ উপ নিৰ্বাচনতকৈ দলৰ সাংগঠনিক দিশকলৈহে অধিক চিন্তিত apccৰ সভাপতি ভূপেন কুমাৰ বৰা। এই উদ্দেশ্যে অহা ৪ আগষ্টত অনুষ্ঠিত হ’ব দলৰ এক শীৰ্ষ বৈঠক।