অসম লাইভ২৪ঃ
‘যেতিয়ালৈকে আইন বাতিল নহয় তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব’
লাগে জীৱন শেষ হৈ যাব আইন গৃহীত হ’বলৈ নিদিওঁ
আইন বাতিল নোহোৱালৈকে প্ৰতিবাদ চলি থাকিব
আইন বাতিল হ’লেহে আমাৰ প্ৰতিবাদ সাৰ্থক হ’ব
ৰাজ্য চৰকাৰে আইন বলবৎ নকৰাৰ আশ্বাস দিলেহে কৰ্ম বিৰতি অন্ত পৰিব
চৰকাৰে চালকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি চকু দিব লাগিব
আইন বাতিল নোহোৱাৰ পৰ্যন্ত কোনোধৰণৰ দ্বিপাক্ষিক কথা নহ’ব
হাঁহি মুখে শেষ হৈ গ’লেও আইন গৃহীত হ’বলৈ দিব নোৱাৰো
চালকৰ কৰ্ম বিৰতিৰ সন্দৰ্ভত কঠোৰ স্থিতি চালক ৰূপম দত্তৰ হুংকাৰ
মটৰ শ্ৰমিক সন্থাৰ কৰ্ম বিৰতিত স্তব্ধ ৰাজ্যৰ জনজীৱন
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ