• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

3 months ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

28 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

1 hour ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

2 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

3 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

4 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

5 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

14 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

14 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

15 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

15 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

18 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

editor by editor
March 23, 2026
in জীৱনশৈলী, বিবিধ
0
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলি আছে চ’ত নৱৰাত্ৰি৷ ২০২৬ চনৰ এই চ’ত নৱৰাত্ৰি শেষ হ’ব ২৭ মাৰ্চত৷ এই সময়ত দেৱী দুৰ্গাৰ পূজা বা উপবাস আৰু ব্ৰত পালনৰ বিশেষ মাহাত্ম্য আছে৷ এই মাহত শেষ হ’ব অৰ্থবৰ্ষ৷ মাৰ্চ-এপ্ৰিল মাহতেই বাঢ়িব বহুতৰে দৰমহা৷ সমগ্ৰ বছৰৰ পৰিশ্ৰমৰ ভিত্তিত নিজৰ দৰমহা বঢ়াৰ সময়৷ প্ৰমোচন বা দৰমহা বৃদ্ধি হওক সেয়া সকলোৱেই বিচাৰে৷ প্ৰচলিত বিশ্বাস, নৱৰাত্ৰিৰ এই শুভ সময়ত কিছু সহজ উপায় মানি চলিলে চাকৰিত উন্নতিৰ সুযোগ তৈয়াৰ হ’ব পাৰে৷ জানি থওক সহজ উপায়সমূহ কি কি?

নৱৰাত্ৰিত কোন উপায় অৱলম্বন কৰিলে বাঢ়িব চাকৰিত সাফল্য?

দুৰ্গা মন্ত্ৰ জপ কৰক

নৱৰাত্ৰিৰ দিন কেইটাত প্ৰতিদিনে মা দুৰ্গাৰ পূজা কৰক৷ পুৱা বা সন্ধিয়া ওম দুৰ্গায়ে নমঃ মন্ত্ৰ জপ কৰিলে মন শান্ত হয় আৰু আত্মবিশ্বাস বাঢ়ে৷ বিচাৰিলে উপবাসো পালন কৰিব পাৰে৷

কৰ্মক্ষেত্ৰত বহাৰ দিশ ঠিক কৰক

বাস্তুমতে কাম কৰাৰ সময়ত মুখ উত্তৰ বা পূৰ্ব দিশত ৰখা ভাল৷ ইয়াৰ ফলত পজিটিভ শক্তি বাঢ়ে আৰু কামৰ ফলো ভাল হয়৷

ডেস্ক পৰিষ্কাৰ ৰখা জৰুৰী

অফিচৰ টেবিল বা ডেস্ক সকলোসময়তে পৰিষ্কাৰকৈ ৰাখক৷ অপ্ৰয়োজনীয় সামগ্ৰী নাৰাখিব৷ কামত মনোযোগ তেতিয়াহে বাঢ়ে৷

ৰং আৰু পৰিবেশত পৰিবৰ্তন আনক

কামৰ স্থানত পাতল ৰং যেনেকৈ বগা, পাতল সেউজীয়া বা নীলা ৰং ব্যৱহাৰ কৰিলে মন শান্ত থাকে৷ বিচাৰিলে ডেস্কত সৰু গছো ৰাখিব পাৰে৷ যিয়ে পজিটিভ এনাৰ্জি বঢ়োৱাত সহায় কৰে৷

হিলিং ক্ৰিষ্টেল বা শুভ বস্তু ৰাখক

বহুতে বিশ্বাস কৰে যে দৈনিক কোৱাৰ্টজ বা চিট্ৰিন ট্ৰিয়েৰ দৰে হিলিং ক্ৰিষ্টেল ডেস্কত ৰাখিলে আত্মবিশ্বাস আৰু সৌভাগ্য বৃদ্ধি পায়৷ ইয়াৰ ফলত অফিচত প্ৰমোছন লাভৰ সম্ভাৱনাও বাঢ়িব পাৰে৷

সঠিক পোহৰ খুবেই জৰুৰী

কামৰ স্থানত পৰ্যাপ্ত পোহৰ থকাটো প্ৰয়োজন৷ কম পোহৰ হলে কামৰ ইচ্ছা কমি যায় সেয়ে উজ্জ্বল আৰু আৰামদায়ক পোহৰ ৰাখক৷

কি কি এৰাই চলিব?

কাম পেলাই ৰখা৷

অলসতা

নিগেটিভ চিন্তাভাৱনা

সহকৰ্মীসকলৰ সৈতে কাজিয়া

ইয়াৰ ফলত কি কি লাভ হ’ব?

এই সহয় নিয়মসমূহ মানিলে মন ভালে থাকে, কামত মনোযোগ বাঢ়ে আৰু বছৰ নজৰলৈ আহিবলৈ সহজ হয়৷ ফলত প্ৰমোছন বা দৰমহা বঢ়াৰো সম্ভাৱনা বাঢ়িব পাৰে৷ অৰ্থাৎ সামান্য কিছু অভ্যাস সলনি কৰিলেই আপোনাৰ সফলতাৰ দুৱাৰ খুলিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?
বিনোদন

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

June 18, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব
জীৱনশৈলী

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

June 18, 2026
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক
বিনোদন

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

June 18, 2026
Next Post
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.