• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

4 months ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

11 minutes ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

59 minutes ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

2 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

3 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

3 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

5 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

13 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

14 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

14 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

14 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

editor by editor
March 23, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
0
SHARES
902
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যি আশংকা কৰা হৈছে সেয়া সঁচা প্ৰমাণিত হৈছে৷ ইৰান যুদ্ধৰ জোৰত বিশ্বজুৰি যি ভয়াৱহ মন্দা আহিছে সেয়া স্পষ্ট কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ইৰান, ইজৰায়েল আৰু আমেৰিকাৰ যুদ্ধৰ প্ৰভাৱক লৈ ক’বলৈ গৈ কৰ’নাৰ সেই কঠিন অৱস্থাৰ প্ৰসংগও টানি আনিলে প্ৰধানমন্ত্ৰীয়ে৷

আজি অৰ্থাৎ সোমবাৰে লোকসভাত ইৰান যুদ্ধৰ বাবে ভাৰতত পৰিব পৰা প্ৰভাৱক বিস্তাৰিত ভাৱে জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ ভাৰতৰ অৱস্থান সম্পৰ্কে মোদীয়ে কৈছে, কূটনীতিক লৈ আমাৰ অৱস্থান স্পষ্ট৷ ভাৰত, পশ্চিম এছিয়াৰ সকলো দেশকেই ফোন কৰি যুদ্ধ ৰখোৱাৰ কথা কৈছে৷ এই যুদ্ধত কাৰোবাৰ জীৱনলৈ সংকট, মানৱতাৰ পক্ষে নহয়৷ ভাৰতৰ চেষ্টা হৈছে শান্তিপূৰ্ণ সমাধান৷ কূটনীতিয়েই এই সমস্যাৰ একমাত্ৰ সমাধান৷

আসন্ন সংকটৰ আভাস স্পষ্ট কৰিলে মোদীয়ে

ইয়াৰপাছতেই যুদ্ধৰ আসন্ন প্ৰভাৱক লৈ দেশবাসীক সতৰ্ক থকা আৰু শান্ত থকাৰ বাৰ্তা দিলে মোদীয়ে৷ কৈছে, ‘এই যুদ্ধৰ জোৰত দুনিয়াত যি কঠিন পৰিস্থিতি তৈয়াৰ হৈছে তাৰ প্ৰভাৱ দীৰ্ঘ সময় ধৰি জাৰি থকাৰ আশংকা আছে৷ এই অৱস্থাত আমি সাজু থাকিব লাগিব৷ আমি একজোট হৈ থাকিব লাগিব৷ এই প্ৰসংগত ক’বলৈ গৈ কৰ’নাৰ কঠিন পৰিস্থিতিৰ কথাও তুলি ধৰিছে তেওঁ৷

মোদীয়ে কয়, ‘আমি কৰ’নাৰ সময়তো একগোট হৈ এই ধৰণৰ চেলেঞ্জৰ মোকাবিলা কৰিছো৷ আকৌ সেই তেনে ধরণেই তৈয়াৰ থকাৰ সময় আৰু আৱশ্যিকতা আহিছে৷ ধৈৰ্য্য ধৰি শান্ত মনেৰে সকলো চেলেঞ্জৰ মোকাবিলা আমি কৰিবই লাগিব৷ এয়াই আমাৰ সক্তি৷ আমি বহু সাৱধান আৰু সতৰ্ক হৈয়ো থাকিব লাগিব৷ এই ধৰণৰ পৰিস্থিতিৰ অসাধু লোকে মুনাফা উঠাব পাৰে৷ সেয়ে সতৰ্ক থাকক৷ আমি দেশৰ সকলো ৰাজ্যৰ ওচৰত আবেদন কৰিছো৷ এই ধৰণৰ পৰিস্থিতিত কলা বজাৰ এক্টিভ হৈ যায়৷

ভাৰতৰ হাতত বৰ্তমানো আছে ৫৩ লাখ মেট্ৰিক টন পেট্ৰোলিয়াম

কেন্দ্ৰই বাৰে বাৰে আশ্বাস দিছে, এল পি জিক লৈ দেশত কোনো সংকট নাই৷ পৰ্যাপ্ত ৰন্ধন গেছ আছে৷ তাৰপিছতো বাণিজ্যিক গেছৰ সংকট কিয় তৈয়াৰ হৈছে৷ ইয়াৰ মূল কাৰণ ক’লাবজাৰ৷ ইতিমধ্যেই ক’লাবজাৰ ৰখাবলৈ প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিছে৷ তথাপিও কৃত্ৰিমভাৱে তৈয়াৰ কৰা এই সমস্যাই সকলোকে সংকটত পেলাইছে৷ মোদীয়ে জনাইছে যে দেশত বৰ্তমানো ৫৩ লাখ মেট্ৰিক টন পেট্ৰোলিয়াম মজুত আছে৷ ইয়াৰোপৰি ভাৰতে ৪১ খন দেশৰ পৰা ইন্ধন আমদানি কৰি আছে৷ ফলত এক বা একাধিক উৎসত সমস্যা হলেও বিকল্প ব্যৱস্থা আছে৷ তাৰ মাধ্যমেৰে সৰবৰাহ স্বাভাৱিক ৰখা সম্ভৱ৷ যি অঞ্চলত এই সংঘাত চলিছে সেই অঞ্চল বিশ্ব বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ ৰুট৷ বিশেষকৈ আমাৰ অপৰিশোধিত তেল বা ক্ৰুইড অইল আৰু গেছ সেই পথেৰেই আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ
অপৰাধ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

July 18, 2026
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’
বিনোদন

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

July 18, 2026
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি
অপৰাধ

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

July 18, 2026
শনিবাৰে নকৰিব এইবোৰ কাম
জীৱনশৈলী

শনিবাৰে নকৰিব এইবোৰ কাম

July 18, 2026
Next Post
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.