• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল দুখন জিলালৈ সকাহ, অন্য সকলোতে এলাৰ্ট, আজিয়ো আহিব বৰষুণ, ধুমুহা, বতাহ, যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি বাৰণ কৰক

কেৱল দুখন জিলালৈ সকাহ, অন্য সকলোতে এলাৰ্ট, আজিয়ো আহিব বৰষুণ, ধুমুহা, বতাহ, যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি বাৰণ কৰক

2 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

9 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

9 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

9 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

9 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

10 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

10 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

13 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

14 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

15 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

16 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

17 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কেৱল দুখন জিলালৈ সকাহ, অন্য সকলোতে এলাৰ্ট, আজিয়ো আহিব বৰষুণ, ধুমুহা, বতাহ, যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি বাৰণ কৰক

editor by editor
May 19, 2024
in অপৰাধ, উত্তৰ-পূব, গুৱাহাটী, বিনোদন, বিবিধ, ভাৰত
0
কেৱল দুখন জিলালৈ সকাহ, অন্য সকলোতে এলাৰ্ট, আজিয়ো আহিব বৰষুণ, ধুমুহা, বতাহ, যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি বাৰণ কৰক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল দুখন জিলালৈ সকাহ, অন্য সকলোতে এলাৰ্ট, আজিয়ো আহিব বৰষুণ, ধুমুহা, বতাহ, যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি বাৰণ কৰক

বিগত দুটা দিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰি আছে। ধুমুহাৰ ফলত বহু ঠাইত ঘৰ-দুৱাৰ, গছ-গছনি আদি ভাঙি পৰি বহু লোককো আহত কৰিছে।

কৰবাত যগি তীব্ৰ গতিত অহা ধুমুহা বতাহে ঘৰ-দুৱাৰ উৰুৱাই নিচে, কৰবাত আকৌ বৰষুণৰ ফলত পাহাৰ অঞ্চলত ঘৰৰ ভেটি খহিছে।

কিন্তু তথাপি বতৰ ভাল হোৱাৰ আশা নাই। বতৰ বিজ্ঞান কেন্দ্ৰই আজি সদৰি কৰা বতৰৰ বতৰা অনুসৰি আজিয়ো ৰাজ্যৰ ৩৫ জিলাৰ ৩৩ খনতেই এলাৰ্ট জাৰি কৰে কৰিছে। সেয়েহে যদি আদি দেওবাৰ বুলি কৰবাত যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে বাৰণ কৰক।

পুনৰ আজি ৰাজ্যৰ ৩৩খনকৈ জিলাত ইয়েল্ল’ এলাৰ্ট (Yellow Alert) জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। দেওবাৰে Yellow Alert জাৰি কৰা জিলাসমূহত ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকনি, ধুমুহা আৰু ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগত বহাত আহিব বুলি সদৰি।

বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সদৰি কৰা অনুসৰি ৩৫ জিলাৰ ৩৩ খনতেই এলাৰ্ট। জাৰি কৰা এলাৰ্ট অনুসৰি, নামনি অসমৰ কেউখন জিলা, আৰু উজনি অসমৰ কেইখন জিলাতে ইয়েল্ল’ এলাৰ্ট। কেৱল মধ্য অসমৰ দুখন জিলাত নাই এলাৰ্ট।

এলাৰ্ট নথকা জিলা দুখন হৈছে নগাঁও আৰু মৰিগাঁও। এই দুখন জিলাৰ বাহিৰে ৰাজ্যৰ অন্য কেউখন জিলাতে এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। পাছে আজিৰ দিনটোত এই দুখন জিলাত এলাৰ্ট নাথাকিলেও কাইলৈ আৰু পৰহিলৈ সমগ্ৰ ৰাজ্যতে আছে ইয়েল্ল’ এলাৰ্ট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam ReportrailThunderstormweatherWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
ডাৰ্ক চকলেটৰ এটা মাত্ৰ সৰু টুকুৰা খাওঁক আৰু লাভ কৰক বহু উপকাৰিতা

ডাৰ্ক চকলেটৰ এটা মাত্ৰ সৰু টুকুৰা খাওঁক আৰু লাভ কৰক বহু উপকাৰিতা

সীতাই পোৱা সেই অভিশাপ, যি ৰামেও নোৱাৰিলে ভংগ কৰিব

সীতাই পোৱা সেই অভিশাপ, যি ৰামেও নোৱাৰিলে ভংগ কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.