• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংগালুৰুত প্ৰেমিকৰ হাতত প্ৰাণ হেৰুৱালে অসমৰ মায়া গগৈয়ে

বাংগালুৰুত প্ৰেমিকৰ হাতত প্ৰাণ হেৰুৱালে অসমৰ মায়া গগৈয়ে

2 years ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

1 hour ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

2 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

3 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

4 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

4 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

5 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

6 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

7 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

7 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

8 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

8 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বাংগালুৰুত প্ৰেমিকৰ হাতত প্ৰাণ হেৰুৱালে অসমৰ মায়া গগৈয়ে

editor by editor
November 27, 2024
in অসম, উত্তৰ-পূব, বিবিধ, বিশ্ব, ভাৰত
0
বাংগালুৰুত প্ৰেমিকৰ হাতত প্ৰাণ হেৰুৱালে অসমৰ মায়া গগৈয়ে
0
SHARES
527
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংগালুৰুত প্ৰেমিকৰ হাতত প্ৰাণ হেৰুৱালে অসমৰ মায়া গগৈয়ে

পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ লোকে। এইবাৰ এগৰাকী যুৱতীয়ে হেৰুৱালে প্ৰাণ। অভিযোগ অনুসৰি যুৱতীগৰাকীৰ প্ৰেমিকেই হত্যা কৰে । বেংগালুৰুত সংঘটিত হৈছে এই ঘটনা। অসমৰ যুৱতীগৰাকীৰ নাম মায়া গগৈ।

বেংগালুৰুৰ ইন্দিৰানগৰত সংঘটিত হৈছে এই ঘটনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি কৰ্মসূত্ৰে বাংগালুৰুত বাস কৰা ২৫ বছৰীয়া মায়া গগৈ নামৰ যুৱতীগৰাকীক চুৰীৰে আঘাত কৰি অতি নৃশংসভাৱে হত্যা কৰা হৈছে তেওঁৰেই এপাৰ্টমেণ্টত।

জানিব পৰা মতে মায়া গগৈ নামৰ অসমৰ যুৱতীগৰাকী কৰ্মসূত্ৰে বেংগালুৰু ইন্দিৰানগৰত বাস কৰিছিল। সেই বাসগৃহতেই মায়াক তেওঁৰ প্ৰেমিক আৰভ অনয়ে হত্যা কৰাৰ গুৰুতৰ অভিযোগ। প্ৰেমিক আৰভ অনয়ৰ ঘৰ কেৰালাৰ কন্নুৰত।

ৰয়েল লিভিংছ নামৰ এপাৰ্টমেণ্টৰ চিচি টিভি কেমেৰাত আৱদ্ধ হোৱা দৃশ্য অনুসৰি আৰভ সেই এপাৰ্টমেণ্টত বিগত তিনিদিন ধৰি বাস কৰি আছিল। মায়া গগৈৰ মৃতদেহ উদ্ধাৰ হোৱাৰ এদিন পাছত চিচি টিভি কেমেৰাত দেখা পোৱা অনুসৰি তিনিদিনৰ পাছত আৰভে সেই এপাৰ্টমেণ্ট ত্যাগ কৰে।

আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত কৰি অনুমান কৰা অনুসৰি মায়াক হত্যা কৰাৰ পাছত সেই ফ্লেটতে আছিল প্ৰেমিক আৰভ। মৃতদেহৰ কাষত আৰক্ষীয়ে পাইছে ছিগাৰেটৰ টুকুৰা।

পাছে বৰ্তমানলৈ আৰভে মায়াক সঁচাকৈ হত্যা কৰে নে, যদি কৰে তেন্তে কিয় হত্যা কৰিলে সেই বিষয়ে কোনো তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam GirlBangaluruBangaluru Murder CaseMaya Gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

July 16, 2026
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?
বিনোদন

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

July 16, 2026
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য
ভাৰত

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

July 16, 2026
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

July 16, 2026
Next Post
ভয়ংকৰ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৫ চিকিৎসকে

ভয়ংকৰ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৫ চিকিৎসকে

কেৰিয়াৰেই শেষ নেকি বজৰংগ পুনিয়াৰ! অলিম্পিক বিজেতাৰ ওপৰত নিষেধাজ্ঞা

কেৰিয়াৰেই শেষ নেকি বজৰংগ পুনিয়াৰ! অলিম্পিক বিজেতাৰ ওপৰত নিষেধাজ্ঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.