• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৰিয়াৰেই শেষ নেকি বজৰংগ পুনিয়াৰ! অলিম্পিক বিজেতাৰ ওপৰত নিষেধাজ্ঞা

কেৰিয়াৰেই শেষ নেকি বজৰংগ পুনিয়াৰ! অলিম্পিক বিজেতাৰ ওপৰত নিষেধাজ্ঞা

2 years ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

4 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

4 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

5 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

6 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

8 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

8 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

9 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

10 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

11 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

12 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

1 day ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কেৰিয়াৰেই শেষ নেকি বজৰংগ পুনিয়াৰ! অলিম্পিক বিজেতাৰ ওপৰত নিষেধাজ্ঞা

editor by editor
November 27, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কেৰিয়াৰেই শেষ নেকি বজৰংগ পুনিয়াৰ! অলিম্পিক বিজেতাৰ ওপৰত নিষেধাজ্ঞা
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৰিয়াৰেই শেষ নেকি বজৰংগ পুনিয়াৰ! অলিম্পিক বিজেতাৰ ওপৰত নিষেধাজ্ঞা

অলিম্পিকত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় মল্লযুঁজাৰু বজৰং পুনিয়াক ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সীয়ে চাৰি বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। নাডাই চলিত বৰ্ষৰে ১০ মাৰ্চত ৰাষ্ট্ৰীয় দলৰ বাছনি পৰীক্ষাৰ সময়ত বজৰং পুনিয়াক নিজৰ নমুনা দিবলৈ কৈছিল, কিন্তু সেই সময়ত নমুনা দিবলৈ মল্লযুঁজাৰুগৰাকীয়ে নাকচ কৰিছিল। যাৰ বাবে নাডাই বজৰংগক নিষেধাজ্ঞা আৰোপ কৰিছে।

নাডাৰ দ্বাৰা নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত এতিয়া বজৰং পুনিয়াই আগন্তুক চাৰি বছৰলৈ মল্লযুঁজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। এই সন্দৰ্ভত মল্লযুঁজাৰুৰ ফালৰ পৰা কোৱা হৈছিল যে ম্যাদ উকলি যোৱা টেষ্টিং কিটৰ চিন্তাতহে তেওঁ সংকোচ দেখুৱাইছিল।

২৩ এপ্ৰিলত বজৰং পুনিয়াক প্ৰথমে ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সীয়ে (নাডা) নিষিদ্ধ কৰিছিল। ইয়াৰ পিছতে ইউ ডব্লিউ ডব্লিউৱে পুনৰ নিলম্বন কৰে। কিন্তু ৩১ মে’ত নাডাৰ এণ্টি ড’পিং পেনেলে সাময়িকভাৱে এই নিষেধাজ্ঞা উঠাই লয়। ইয়াৰ পিছত ২৩ জুনত বজৰংগে অভিযোগ উত্থাপন কৰে। ১১ জুলাইত বজৰংগে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগক প্ৰত্যাহ্বান জনাই, তাৰ পিছত ২০ ছেপ্টেম্বৰ আৰু ৪ অক্টোবৰত বিষয়টোৰ শুনানি গ্ৰহণ কৰা হৈছিল।

শুনানিৰ পাছত এতিয়া বজৰংগক অনুশাসন বিৰোধী ড’পিং পেনেলে ১০.৩.১ অনুচ্ছেদৰ অধীনত দোষী সাব্যস্ত কৰি ৪ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰে। বজৰঙে দাবী কৰে যে তেওঁ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, যাৰ বাবেই এই সকলোবোৰ ঘটি আছে।

বজৰংগে কয় যে তেওঁ কেতিয়াও নমুনা দিবলৈ অস্বীকাৰ কৰা নাছিল বৰঞ্চ ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁৰ নমুনাৰ বাবে ব্যৱহাৰ কৰা ম্যাদ উকলি যোৱা টেষ্টিং কিটৰ সন্দৰ্ভত নাডাৰ পৰা স্পষ্টীকৰণ বিচাৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Anti DoppingBajrang puniaIndian PlayerNADAOlympian
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?
বিজ্ঞান

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

July 23, 2026
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য
বিবিধ

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

July 23, 2026
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

July 23, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
Next Post
সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে নতুন বছৰৰ পূৰ্বে ৩ ৰাশি হৈ পৰিব মালামাল

সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে নতুন বছৰৰ পূৰ্বে ৩ ৰাশি হৈ পৰিব মালামাল

ভাৰতত কেতিয়া আৰম্ভ হ’ব ৬ জি! ৫ জি সন্দৰ্ভতো সলনি হ’ব বহু

ভাৰতত কেতিয়া আৰম্ভ হ'ব ৬ জি! ৫ জি সন্দৰ্ভতো সলনি হ'ব বহু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.