• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ভিশ্বীল্ডৰ পাৰ্শ্বক্ৰিয়াৰ পাছতে এষ্ট্ৰাজেনেকাৰ বিশেষ সিদ্ধান্ত, সমগ্ৰ বিশ্বতে কৰিলে এই কাম

ক’ভিশ্বীল্ডৰ পাৰ্শ্বক্ৰিয়াৰ পাছতে এষ্ট্ৰাজেনেকাৰ বিশেষ সিদ্ধান্ত, সমগ্ৰ বিশ্বতে কৰিলে এই কাম

2 years ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

20 minutes ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

52 minutes ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

1 hour ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

2 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

2 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

2 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

3 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

4 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

5 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

6 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

6 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ক’ভিশ্বীল্ডৰ পাৰ্শ্বক্ৰিয়াৰ পাছতে এষ্ট্ৰাজেনেকাৰ বিশেষ সিদ্ধান্ত, সমগ্ৰ বিশ্বতে কৰিলে এই কাম

editor by editor
May 8, 2024
in ক'ভিড-১৯, বিশ্ব
0
ক’ভিশ্বীল্ডৰ পাৰ্শ্বক্ৰিয়াৰ পাছতে এষ্ট্ৰাজেনেকাৰ বিশেষ সিদ্ধান্ত, সমগ্ৰ বিশ্বতে কৰিলে এই কাম
0
SHARES
502
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক’ভিশ্বীল্ডৰ পাৰ্শ্বক্ৰিয়াৰ পাছতে এষ্ট্ৰাজেনেকাৰ বিশেষ সিদ্ধান্ত, সমগ্ৰ বিশ্বতে কৰিলে এই কাম

এষ্ট্ৰাজেনেকা কোম্পানীয়ে প্ৰস্তুত কৰা ক’ৰ’ণা ভাইৰাছৰ ভেকচিন ক’ভিশ্বীল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ সৃষ্টি হোৱা হুলস্থুলৰ মাজতে এটা নতুন সিদ্ধান্ত লৈছে কোম্পানীয়ে।

অগ্ৰণী ঔষধ নিৰ্মাণ কোম্পানীটোৱে এতিয়া সমগ্ৰ বিশ্বৰ পৰা নিজৰ ভেকচিন প্ৰত্যাহাৰ কৰিছে। কেইদিনমানৰ পূৰ্বে ঔষধ কোম্পানী এষ্ট্ৰাজেনেকাই এই ভেকচিনৰ বিপজ্জনক পাৰ্শ্বক্ৰিয়া আদালতত মানি লৈছিল।

ইয়াৰ পিছতে এই পদক্ষেপ কোম্পানীয়ে গ্ৰহণ কৰিছে। কিন্তু কোম্পানীটোৱে কয় যে পাৰ্শ্বক্ৰিয়াৰ বিতৰ্ক আৰু ভেকচিন প্ৰত্যাহাৰৰ প্ৰক্ৰিয়াটো এক কাকতলীয়া। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এষ্ট্ৰাজেনেকাইও এই ভেকচিন প্ৰত্যাহাৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিছে।

ইউনিভাৰ্চিটি অৱ অক্সফৰ্ডৰ সৈতে প্ৰস্তুত কৰা Covid-19 ৰ ভেকচিনৰ ফলত মৃত্যু হোৱা আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি দাবী কৰা ফাৰ্মাচিউটিকেল কোম্পানীটোৰ বিৰুদ্ধে কেইবাটাও গোচৰ তৰা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: covid 19covid vaccinecovishieldvaccine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
Next Post
বিবাহ বিচ্ছেদ হ’বলৈ গৈ আছে দীপবীৰৰ! এফালে দীপিকা গৰ্ভৱতী আনফালে ৰনবীৰে কৰিলে এই কাম

বিবাহ বিচ্ছেদ হ'বলৈ গৈ আছে দীপবীৰৰ! এফালে দীপিকা গৰ্ভৱতী আনফালে ৰনবীৰে কৰিলে এই কাম

ভাগ্য সুপ্ৰসন্ন, ভোট দিলে আৰু পাই গ’ল হীৰাৰ আঙুঠি

ভাগ্য সুপ্ৰসন্ন, ভোট দিলে আৰু পাই গ'ল হীৰাৰ আঙুঠি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.