• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ কেইটামান দিন, ফেব্ৰুৱাৰীতেই তৈয়াৰ হৈছে মহালক্ষ্মী ৰাজযোগ, কঁপাল খুলিব এই ৩ৰাশিৰ জাতকৰ

মাত্ৰ কেইটামান দিন, ফেব্ৰুৱাৰীতেই তৈয়াৰ হৈছে মহালক্ষ্মী ৰাজযোগ, কঁপাল খুলিব এই ৩ৰাশিৰ জাতকৰ

1 year ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

31 minutes ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

57 minutes ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

2 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

3 hours ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

12 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

12 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

13 hours ago
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

13 hours ago
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

13 hours ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

15 hours ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ কেইটামান দিন, ফেব্ৰুৱাৰীতেই তৈয়াৰ হৈছে মহালক্ষ্মী ৰাজযোগ, কঁপাল খুলিব এই ৩ৰাশিৰ জাতকৰ

মাত্ৰ কেইটামান দিন, ফেব্ৰুৱাৰীতেই তৈয়াৰ হৈছে মহালক্ষ্মী ৰাজযোগ, কঁপাল খুলিব এই ৩ৰাশিৰ জাতকৰ

editor by editor
January 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাত্ৰ কেইটামান দিন, ফেব্ৰুৱাৰীতেই তৈয়াৰ হৈছে মহালক্ষ্মী ৰাজযোগ, কঁপাল খুলিব এই ৩ৰাশিৰ জাতকৰ
0
SHARES
23.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ফেব্ৰুৱাৰীত জ্যোতিৰ্বিদ্যাত এক বিশেষ ঘটনা ঘটিব৷ মঙল আৰু চন্দ্ৰমাৰ যুগলবন্দীত মহালক্ষ্মী ৰাজযোগৰ সৃষ্টি হ’ব৷ এই দিনটোত চন্দ্ৰই মিথুন ৰাশিত থাকিব৷ আৰু গ্ৰহৰ সেনাপতি মঙ্গলে ইতিমধ্যেই মিথুন ৰাশিত অৱস্থান কৰিছে৷ এই ৰাজযোগে বিশেষ কেইটামান ৰাশিৰ বাবে আৰ্থিক আৰু মানসিক সমৃদ্ধি কঢ়িয়াই আনিব৷

মঙ্গলক সাহস, শক্তি আৰু পৰাক্ৰমৰ কাৰক হিচাপে গণ্য কৰা হয়৷ ইফালে চন্দ্ৰ মানসিক শান্তি আৰু ভাৰসাম্যৰ প্ৰতীক৷ এই দুই গ্ৰহৰ মিলনত মহালক্ষ্মী যোগৰ সৃষ্টি কৰিব, যি ৩ ৰাশিৰ জাতকৰ বাবে বিশেষ লাভজনক হ’ব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে এই ৰাজযোগ খুবেই লাভজনক হ’ব পাৰে৷ ৮ফেব্ৰুৱাৰীত এই যোগ মকৰ ৰাশিৰ ষষ্ঠ ঘৰত তৈয়াৰ হৈছে৷ এই সময়ত মকৰ ৰাশিৰ জাতকৰ হঠাৎ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে৷ ইয়াৰোপৰি এই সময়ত আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হ’ব পাৰে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকে কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য পাব পাৰে৷ পদোন্নতিৰ যোগ তৈয়াৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ বাবেও এই সময় শুভ হ’ব৷ কাৰণ তেওঁলোকে ভাল মুনাফা পাব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই ৰাজযোগ অত্যন্ত শুভ হ’ব পাৰে৷ ৮ ফেব্ৰুৱাৰীত এই যোগ আপোনাৰ পঞ্চম ঘৰত তৈয়াৰ হ’ব৷ যি শিক্ষা, সন্তান আৰু সন্তানৰ সুখৰ সৈতে সম্পৰ্কিত৷ এই সময়ত আপোনাৰ জীৱনলৈ সুখৰ পৰিবেশ আহিব৷ কেৰিয়াৰত উন্নতিৰ যোগ তৈয়াৰ হ’ব আৰু আপুনি পুৰণি বিনিয়োগৰ পৰা অতিৰিক্ত লাভ পাব পাৰে৷ যদি আপুনি কোনো অংশীদাৰিত্বৰ ব্যৱসায় কৰিছে তেন্তে তাতো ভাল মুনাফা লাভৰ সম্ভাৱনা আছে৷ ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ বাঢ়িব আৰু আপোনাৰ মানসিক শান্তি বৰ্তি থাকিব৷

তুলা ৰাশি

তুলা ৰাশিৰ বাবেও এই সময় অত্যন্ত শুভ হ’ব৷ ৮ ফেব্ৰুৱাৰী চন্দ্ৰ আৰু মঙ্গলৰ যুগলবন্দী আপোনাৰ পঞ্চম ঘৰত তৈয়াৰ হৈছে৷ এই সময়ত আপোনাৰ ভাগ্যৰ সহায় পাব৷ আপোনাৰ ওচৰলৈ অৰ্থ লাভৰ সুযোগ আহিব৷ কেৰিয়াৰত সাফল্যৰ নতুন দুৱাৰ খোল খাব৷ পদোন্নতি আৰু বেতন বৃদ্ধিৰ যোগ তৈয়াৰ হ’ব৷ ইয়াৰোপৰি আপুনি ব্যৱসায়ত ভাল মুনাফা পাব আৰু আপোনাৰ স্বাস্থ্যও পূৰ্বৰ তুলনাত ভালে থাকিব৷ আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হ’ব আৰু মানসিক শান্তি পাব৷

(disclaimer- প্ৰিয় পাঠক, আমাৰ খবৰ পঢ়াৰ বাবে আপোনাক ধন্যবাদ৷ ওপৰৰ বিষয়সমূহ আপুনি মানিবই লাগিব বুলি কোনো কথা নাই৷ কোনো সমস্যা হ’লে বিশেষজ্ঞৰ পৰামৰ্শ লওক৷ কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’লে অসম লাইভ ২৪ ইয়াৰ বাবে দায়ী নহয়৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

May 26, 2026
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!
জীৱনশৈলী

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

May 26, 2026
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
জীৱনশৈলী

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

May 26, 2026
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

May 26, 2026
Next Post
অষ্টম পে কমিছনৰ অধীনত পেঞ্চন বাঢ়িব ১৮৬শতাংশ! পেঞ্চনভোগীৰ মাহিলী পেঞ্চন কিমান বাঢ়িব?

অষ্টম পে কমিছনৰ অধীনত পেঞ্চন বাঢ়িব ১৮৬শতাংশ! পেঞ্চনভোগীৰ মাহিলী পেঞ্চন কিমান বাঢ়িব?

প্ৰেয়সীক চৰম সুখ দিয়াৰ পৰিকল্পনাৰে খাইছিল বিশেষ ঔষধ, তাৰপিছত…

প্ৰেয়সীক চৰম সুখ দিয়াৰ পৰিকল্পনাৰে খাইছিল বিশেষ ঔষধ, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.