• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য, শুক্ৰৰ স্থান সলনিত গল্ডেন টাইম ৪ৰাশিৰ! অৰ্থ সুখ বাঢ়িব খাটাং

সূৰ্য, শুক্ৰৰ স্থান সলনিত গল্ডেন টাইম ৪ৰাশিৰ! অৰ্থ সুখ বাঢ়িব খাটাং

2 years ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

12 minutes ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

46 minutes ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

1 hour ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

2 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

2 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

3 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

3 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

4 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

4 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

6 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

9 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্য, শুক্ৰৰ স্থান সলনিত গল্ডেন টাইম ৪ৰাশিৰ! অৰ্থ সুখ বাঢ়িব খাটাং

সূৰ্য, শুক্ৰৰ স্থান সলনিত গল্ডেন টাইম ৪ৰাশিৰ! অৰ্থ সুখ বাঢ়িব খাটাং

editor by editor
December 13, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সূৰ্য, শুক্ৰৰ স্থান সলনিত গল্ডেন টাইম ৪ৰাশিৰ! অৰ্থ সুখ বাঢ়িব খাটাং
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনাৰ দৰে ২০২৫ চনৰ ৪জানুৱাৰীত বুধে ধনু ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ পাছতেই ১৪ জানুৱাৰীত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ একে মাহৰ ২৮ জানুৱাৰীৰ পুৱা ৭বাজি ১২ মিনিটত শুক্ৰই মীন ৰাশিত প্ৰৱেশ কৰিব৷ সকলো মিলি জানুৱাৰী মাহত বিভিন্ন গ্ৰহৰ গতিবিধিতে পূৰ্ণ, যি চাৰিটা ৰাশিৰ বাবে ব্যাপক শুভ ফল আনিব৷ এই জাতকৰ কেৰিয়াৰ, ব্যৱসায় আৰু চাকৰিত উন্নতিৰ সুযোগ পাব৷ কোন কোন ৰাশিৰ জাতকে পাব সুফল?

মেষ ৰাশি

জ্যোতিষৰ মতে, জানুৱাৰী ২০২৫ মেষ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব৷ আপুনি দূৰ যাত্ৰা কৰিব পাৰে৷ যিয়ে শুভ ফল দিব৷ যিসকলে বিদেশত কাম কৰি আছে তেওঁলোকৰ ব্যৱসায়ত প্ৰসাৰ ঘটিব৷ বৈবাহিক জীৱন সুখৰ হ’ব৷ এই মাহ ছাত্ৰসকলৰ বাবেও অত্যন্ত শুভ৷ নতুন বছৰৰ আৰম্ভণিতেই আপুনি ধৰ্মীয় যাত্ৰালৈ যাব পাৰে৷ পৰিয়ালত সময় কটোৱাৰ প্ৰচুৰ সুযোগ পাব৷ প্ৰেমজীৱনত সফল হ’ব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে বছৰৰ আৰম্ভণিৰ দিনবোৰ উজ্জ্বল হ’ব৷ আপোনাক পদোন্নতি আৰু সন্মান দিব পাৰে৷ যদি কোনো আইনী সমস্যা থাকে তেন্তে ৰায় আপোনাৰ পক্ষত আহিব৷ জানুৱাৰী মাহত কেৰিয়াৰত আপুনি ভাল ফল পাব৷ ছাত্ৰসকলে পৰীক্ষাৰ ফল তেওঁলোকৰ ইচ্ছানুযায়ী পাব৷ গ্ৰহৰ শুভ প্ৰভাৱৰ কাৰণে আপোনাৰ বৈবাহিক জীৱন সুখৰ হ’ব৷ পৰিয়ালৰ নতুন সদস্য অহাৰ সম্ভাৱনা আছে৷ চাকৰি বিচাৰি থকা তৰুণসকলে নতুন সুযোগ পাব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ বাবে জানুবাৰী মাহ অত্যন্ত শুভ৷ বছৰৰ আৰম্ভণিতেই নতুন চাকৰিৰ প্ৰস্তাৱ পাব৷ আপোনাৰ ব্যৱসায়িক পৰিকল্পনাসমূহত সফল হ’ব৷ ব্যৱসায়ত ভাল লাভ পাব৷ বিনিয়োগৰ পৰা ভাল মুনাফা পাব পাৰে৷ বিলাসবহুল সামগ্ৰীত ব্যয় কৰিব পাৰে৷ মিডিয়া আৰু শিক্ষকতা পেছাত থকা ব্যক্তিয়ে নতুন সুযোগ পাব৷

তুলা ৰাশি

তুলা ৰাশিৰ বাবে বছৰৰ আৰম্ভণিটো অসাধাৰণ হ’ব৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ যদি কোনো সম্পৰ্কত থাকে তেন্তে বিবাহো হ’ব পাৰে৷ জানুৱাৰী মাহত বিলাসবহুল সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ পুৰণি পৰিকল্পনাৰ পৰা ভাল লাভ পাব৷ চৰকাৰ বা ক্ষমতাসম্পন্ন ব্যক্তিসকলৰ সৈতে সম্পৰ্ক বাঢ়িব৷ অনলাইন কাম কৰা ব্যক্তিয়ে নতুন সুযোগ পাব৷ সংগীত, নৃত্য আৰু মাৰ্কেটিঙৰ কাম কৰা ব্যক্তিৰ দৰমহা বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা
অপৰাধ

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

August 24, 2026
Next Post
আইন মানি চলো, আইনী প্ৰক্ৰিয়াক মই সহযোগিতা কৰিমঃ আল্লু অৰ্জুন

আইন মানি চলো, আইনী প্ৰক্ৰিয়াক মই সহযোগিতা কৰিমঃ আল্লু অৰ্জুন

টনে টনে সোণ গোটাইছে ভাৰতে! হঠাৎ কিয় সোণৰ ভাণ্ডাৰ বঢ়াইছে ৰিজাৰ্ভ বেংকে? নেপথ্যত ব্ৰিকছ মুদ্ৰা নে ডি-ডলাৰাইজেছন?

টনে টনে সোণ গোটাইছে ভাৰতে! হঠাৎ কিয় সোণৰ ভাণ্ডাৰ বঢ়াইছে ৰিজাৰ্ভ বেংকে? নেপথ্যত ব্ৰিকছ মুদ্ৰা নে ডি-ডলাৰাইজেছন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.