• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত কোনকেইবিধ গছ থাকিলে শান্তি অটুত থাকে? কি কয় জ্যোতিষ শাস্ত্ৰই?

ঘৰত কোনকেইবিধ গছ থাকিলে শান্তি অটুত থাকে? কি কয় জ্যোতিষ শাস্ত্ৰই?

4 years ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

14 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

15 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

16 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

17 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

18 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

18 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

19 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

20 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

22 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

22 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ঘৰত কোনকেইবিধ গছ থাকিলে শান্তি অটুত থাকে? কি কয় জ্যোতিষ শাস্ত্ৰই?

editor by editor
February 20, 2023
in Uncategorized
0
ঘৰত কোনকেইবিধ গছ থাকিলে শান্তি অটুত থাকে? কি কয় জ্যোতিষ শাস্ত্ৰই?
0
SHARES
20.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জীৱনটো সুখেৰে অতিবাহিত কৰিব কোনে নিবিচাৰে? কিন্তু বৰ্তমান পাৰিপাৰ্শ্বিক এনে হৈ উঠিছে যে শান্তিৰ জীৱন কটোৱাটোৱেই এক প্ৰত্যাহ্বান হৈ দেখা দিছে৷ কিন্তু ইয়াৰ মাজতো এটা কথা ঠিক যে ভাল এটা মনৰ অধিকাৰী হ’বলৈ গছেও বিশেষ ভূমিকা পালন কৰে৷ গছ মানুহৰ ভাল বন্ধু৷ গছৰ সৈতে সময় অতিবাহিত কৰিলে মনত শান্তি অনুভূত হয়৷ বাস্তু শাস্ত্ৰতো গছৰ কথা উল্লেখ আছে৷ ঘৰত কেইবিধমান এনে গছ ৰুব লাগে যিয়ে শান্তি অটুত ৰখাত সহায় কৰে৷ ঘৰত শান্তি অটুত ৰাখিবলৈ এইকেইজোপা গছ ঘৰত ৰুব লাগে৷

পদুম
পদুম ফুলৰ গছ ঘৰৰ উত্তৰ-পূব কোণত ৰুব লাগে৷ তেতিয়া ঘৰত শান্তি বিৰাজ কৰে৷ ইয়াৰোপৰি ঘৰৰ পূব দিশতো পদুম গছ ৰুব পাৰে৷ পদুম ফুল মা লক্ষ্মীৰ অতি প্ৰিয় এবিধ ফুল৷

চম্পা ফুল
চম্পা ফুলৰ গছ সৌভাগ্যৰ প্ৰতীক৷ এই গছ ঘৰত থকাটো অত্যন্ত শুভ বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে৷

নাৰ্জী ফুলৰ গছ
নাৰ্জী ফুলৰ গছ ঘৰৰ উত্তৰ বা পূব দিশত ৰুৱাটোও অতি শুভ৷ এই গছ ঘৰত ৰাখিলে ঘৰত সমৃদ্ধি অটুত থাকে৷

বেল গছ
বেল গছ ঘৰত থকাটো অতি শুভ৷ এই গছে মানুহৰ মনত শান্তি আনে৷ এই গছে মানসিক অৱসাদ দূৰ কৰাতো সহায় কৰে৷

জবা ফুলৰ গছ
জবা ফুলৰ গছ ঘৰত ৰাখিলে মা কালী আৰু সিদ্ধিদাতা গণেশৰ আশীৰ্বাদ পোৱা যায় বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গাত শ্ৰীকৃষ্ণৰ কি কি গুণ আছে? ক’লে ৰূপজ্যোতি কূৰ্মীয়ে…

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গাত শ্ৰীকৃষ্ণৰ কি কি গুণ আছে? ক’লে ৰূপজ্যোতি কূৰ্মীয়ে...

এটাৰ পাছত আনটো cold-blooded murder… ভনীয়েকক অশ্লীল ইংগিত দিয়াৰ বাবেই যুৱকৰ মুণ্ডছেদ কৰিলে লোহিত গগৈয়ে!

এটাৰ পাছত আনটো cold-blooded murder... ভনীয়েকক অশ্লীল ইংগিত দিয়াৰ বাবেই যুৱকৰ মুণ্ডছেদ কৰিলে লোহিত গগৈয়ে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.