অসম লাইভ২৪ঃ
মেষঃ মন স্থিৰ কৰা টান হ’ব। বিনাকাৰণত খং ৰাগ বৃদ্ধি পাব। চাকৰিয়ালৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব। প্ৰেমত শুভ।
বৃষঃ আৰ্থিকত বেয়া দেখা নাযায়। প্ৰেমত শুভ। বিদ্যাত মজলীয়া। ঘৰুৱাত বেয়া নহয়।
মিথুনঃ বিদ্যাত মজলীয়া। দূৰ ভ্ৰমণৰ যোগ। চাকৰিয়ালসকল সাৱধান হ’ব। শত্ৰু বৃদ্ধিৰ যোগ।
কৰ্কটঃ নতুন কাম হাতত নোলোৱাই ভাল হ’ব। আজি ক’লা বস্ত্ৰ পৰিধান নকৰিব। প্ৰেমত বাধা।
সিংহঃ স্বাস্থ্যৰ ক্ষেত্ৰত সিমান বাধা দেখা নাযায়। বিদ্যাত সাফল্য। দাম্পত্যত বিবাদ। দূৰ ভ্ৰমণৰ সম্ভাৱনা।
কন্যাঃ খৰচৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব। প্ৰেমত সন্দেহ।
তুলাঃ দিনটোত আৰ্থিক দিশত আয়-ব্যয় সমান। ব্যৱসায়ত অশুভ। নিবনুৱাৰ ভাল।
বৃশ্চিকঃ শাৰীৰিক ক্ষেত্ৰত খুবেই বেয়া। আৰ্থিক দিশত লোকচানৰ সন্মুখীন হ’ব। প্ৰেমত মধ্যম। বিদ্যাত ভাল দেখা নাযায়।
ধনুঃ বিবাহৰ যোগ। প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ। প্ৰেমত অশুভ।
মকৰঃ যান-বাহন চলাচলত সাৱধান হওক। শিক্ষাত ভালেই দেখা যায়। প্ৰেমত বাধা। শৰীৰ ভালে নাযাব।
কুম্ভঃ ব্যৱসায়ত উন্নতি। হেৰুৱা ধন ঘূৰাই পাব পাৰে। শিক্ষাত মধ্যমীয়া। শৰীৰ উন্নত। দূৰ ভ্ৰমণৰ যোগ।
মীনঃ ঘৰুৱাত অশান্তি। স্বাস্থ্য বিশেষ উন্নত দেখা নাযায়। অবাবত ধন ব্যয় হ’ব পাৰে। শৰীৰ ভালেই দেখা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ