• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঠানত আছে অসম সন্তান দিগন্ত হাজৰিকা, দিগন্তই কি চৰিত্ৰ ৰূপায়ন কৰিছে পাঠানত?

পাঠানত আছে অসম সন্তান দিগন্ত হাজৰিকা, দিগন্তই কি চৰিত্ৰ ৰূপায়ন কৰিছে পাঠানত?

3 years ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

30 minutes ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

3 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

3 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

4 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

5 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

6 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

7 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

8 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

9 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পাঠানত আছে অসম সন্তান দিগন্ত হাজৰিকা, দিগন্তই কি চৰিত্ৰ ৰূপায়ন কৰিছে পাঠানত?

editor by editor
January 25, 2023
in অসম, চিনেমা, বিনোদন, ভাৰত
0
পাঠানত আছে অসম সন্তান দিগন্ত হাজৰিকা, দিগন্তই কি চৰিত্ৰ ৰূপায়ন কৰিছে পাঠানত?
0
SHARES
7.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাঠানৰ চৰ্চা ঠিকেই চলিছে আমাৰ ৰাজ্যতো। শ্বাহৰুখে নকলেও নিজাকৈয়ে বহু শ্বাহৰুখ অনুৰাগীয়ে চলাইছে পাঠানৰ প্ৰচাৰ। কিন্তু জানেনে পাঠানতেই এটা উল্লেখনীয় চৰিত্ৰত অভিনয় কৰিছে এগৰাকী অসম সন্তানেও?

বুধবাৰে মুক্তিলাভ কৰিছে শ্বাহৰুখ খানৰ বহু বিতৰ্কিত ছবি ‘পাঠান’য়ে। তীব্ৰ বিৰোধিতা, বিতৰ্ক, বয়কট ট্ৰেণ্ডৰ মাজতে ছবিগৃহলৈ আহিল বলীউড বাদশ্বাহ শ্বাহৰুখৰ ‘পাঠান’। প্ৰচাৰ নাছিল। প্ৰচাৰৰ নামত কোনোধৰণৰ শ্ব’তো যোৱা নাছিল শ্বাহৰুখ। আনকি জনপ্ৰিয় কমেডী শ্ব’ কপিল শৰ্মাৰ শ্ব’তো ছবিৰ প্ৰমোছন কৰা নাছিল শ্বাহৰুখে। বিতৰ্ক, বয়কট আদিৰ জৰিয়তেহে মুক্তিৰ পূৰ্বে ছুপাৰহিট হৈ পৰিছিল শ্বাহৰুখৰ ‘পাঠান’ য়ে। বুধবাৰে দেশৰ প্ৰত্যেকটো ছবিগৃহতে পাঠান চাবলৈ দৰ্শকৰ ভিৰ।

‘পাঠান’ৰ প্ৰতিটো দৰ্শনীয়ে হাউছফুল। ‘পাঠান’ ছবিখনত অভিনয় কৰিছে শ্বাহৰুখ খানৰ লগতে দীপিকা পাডুকণ, জন আব্ৰাহাম, ছলমান খান, ডিম্পল কাপাডিয়া, আশুতোষ ৰাণা, সিদ্ধান্ত ঘেগাদমাল, গৌতম ৰোডে আদি তাৰকাই। তাৰমাজতেই বহুতেই নাজানিলেও এই ছবিখনতেই আছে অসম সন্তান দীগন্ত হাজৰিকাও। ‘পাঠান’ ছবিখনত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকায়ো। ছবিখনত শ্বাহৰুখ খানৰ সহযোগী হিচাপে অভিনয় কৰিছে দিগন্তই।

উল্লেখ্য যে, ২০১৬ চনত মুক্তিলাভ কৰা আশুতোষ গোৱাৰিকাৰৰ ‘মহেঞ্জদাৰো’ ছবিখনৰ জৰিয়তে বলীউদত খোজ পেলাইছিল দিগন্ত হাজৰিকাই। ঋত্বিক ৰোশনৰ লগত অভিনয় কৰাৰ পিছত এইবাৰ বলীউডৰ কিং খানৰ সৈতে দেখা গৈছে দিগন্তক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?
বিনোদন

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

June 17, 2026
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!
বিনোদন

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

June 17, 2026
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

June 17, 2026
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!
ভাৰত

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

June 17, 2026
Next Post
‘পাঠান’ৰ ১২০ টা টিকট কাটি দৰঙৰ ধূলা থানাৰ অতিথি মফিদুল ইছলাম

'পাঠান’ৰ ১২০ টা টিকট কাটি দৰঙৰ ধূলা থানাৰ অতিথি মফিদুল ইছলাম

ঘৰে ঘৰে খোৱাপানী! টয়লেট বনোৱাৰ বাবে পোনপটীয়াকৈ দিব হিতাধিকাৰীৰ একাউণ্টত ধন…

ঘৰে ঘৰে খোৱাপানী! টয়লেট বনোৱাৰ বাবে পোনপটীয়াকৈ দিব হিতাধিকাৰীৰ একাউণ্টত ধন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.