অসম লাইভ২৪ঃ
‘পাঠান’ৰ ১২০ টা টিকট কাটি দৰঙৰ ধূলা থানাৰ অতিথি হ’ল মফিদুল ইছলাম।
হিন্দুত্ববাদী সংগঠনক চেলেঞ্জ কৰি ‘পাঠান’ৰ ১২০ টা টিকট সংগ্ৰহ কৰিছিল নেমছুৰ নেতাগৰাকীয়ে।
আইন শৃংখলাজনিত কাৰণতেই মফিদুল ইছলামক ধূলা থানাত আবদ্ধ কৰি ৰখা বুলি জানিব পৰা গৈছে।
নেমছু নেতা মফিদুল ইছলামে মঙলদৈ ড্ৰীম থিয়েটাৰৰ পৰা উক্ত টিকট সংগ্ৰহ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ