• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰে ঘৰে খোৱাপানী! টয়লেট বনোৱাৰ বাবে পোনপটীয়াকৈ দিব হিতাধিকাৰীৰ একাউণ্টত ধন…

ঘৰে ঘৰে খোৱাপানী! টয়লেট বনোৱাৰ বাবে পোনপটীয়াকৈ দিব হিতাধিকাৰীৰ একাউণ্টত ধন…

3 years ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

8 minutes ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

55 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

1 hour ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

2 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

3 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

5 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

5 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

6 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

8 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

8 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

9 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘৰে ঘৰে খোৱাপানী! টয়লেট বনোৱাৰ বাবে পোনপটীয়াকৈ দিব হিতাধিকাৰীৰ একাউণ্টত ধন…

editor by editor
January 25, 2023
in অসম, ৰাজনীতি
0
ঘৰে ঘৰে খোৱাপানী! টয়লেট বনোৱাৰ বাবে পোনপটীয়াকৈ দিব হিতাধিকাৰীৰ একাউণ্টত ধন…
0
SHARES
272
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
জলজীৱন মিছন, স্বচ্ছ ভাৰত মিছনকলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল।
বৰ্তমানলৈ সমগ্ৰ ভাৰতত ১১ কোটি মানুহৰ ঘৰত জল জীৱন মিছনে পানী দিবলৈ সক্ষম হ’ল।
জলজীৱন মিছনৰ কামৰ অভিযোগ দিবৰ বাবে এতিয়াৰে পৰা থাকিব অভিযোগ Cell।
এই চেলত অভিযোগ দিলেই পোনপটীয়াকৈ Action লোৱা হ’ব গাফিলতি কৰা কৰ্মচাৰীৰ বিৰুদ্ধে।
২০২৪ ৰ ভিতৰত ভাৰতৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ মানুহলৈকে খোৱা পানী যোগান ধৰা হ’ব।
জলজীৱনৰ মিছনৰ পূৰ্বলৈকে অসমত মুঠ ১ লাখ ১১ হাজাৰ লোকৰ ঘৰতহে ঘৰুৱা পানীৰ সংযোগ আছিল।
৩ বছৰৰ ভিতৰত আজিৰ তাৰিখত অসমত পানীৰ সংযোগ হৈছে ২৮ লাখ ২৭ হাজাৰ।
২০২৪ চনৰ ভিতৰত অসমৰ ১০০ শতাংশ লোকৰ ঘৰতে পানী যোগান ধৰা হ’ব।
২৮ লাখৰ ৪ লাখ পৰিয়ালত এতিয়ালৈকে চেলভেল গ্ৰুপৰ জৰিয়তে পৰীক্ষণ প্ৰক্ৰিয়া সমাপ্ত হৈছে।
চেলভেল গ্ৰুপ সমূহে ৬০ শতাংশ কানেকচনে শুদ্ধ হৈ আছে বুলি জনাইছে।
৪০ শতাংশ য’ত বিসংগতি আছে সেয়া ঠিক কৰা হ’ব।
১০০ শতাংশই শুদ্ধ হ’ব লাগিব জলজীৱন মিছনৰ কাম।
৪ লাখৰ ৯৫ শতাংশ মানুহে বিশুদ্ধ খোৱা পানীৰ বিনিময়ত পইচা দিবৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে।
জল-জীৱনৰ সংযোগ হোৱা সকলোতে পুৱা ৬ বজাৰ পৰা ৭ বজালৈ আৰু সন্ধিয়া ৪ বজাৰ পৰা ৫ বজালৈ পানী দিয়া হ’ব।
সকলোৱে এই নিৰ্ধাৰিত সময়মতে পানী লাভ কৰিব।
প্ৰতিজন মানুহৰ বিপৰীতে প্ৰতিদিনে দিয়া হৈছে ৫৫ লিটাৰ পানী।
প্ৰতিদিনে ৭ ৰ পৰা ৮ হাজাৰ মানুহক সংযোগ দিবলৈ নিৰ্দেশ জলজীৱন মিছনৰ বিষয়া অভিযন্তাক।
হৰ ঘৰ জলৰ জৰিয়তে ২৫ হাজাৰ ৩৩৫ খন ঘৰলৈ পানী দিয়াৰ ব্যৱস্থা কৰা হৈছিল।
হৰ ঘৰ জলৰ লক্ষ্য হৈছে গাওঁ খনৰ প্ৰতিঘৰ মানুহক পানী দিয়া।
২০২১ খন গাৱঁৰ প্ৰতিখন ঘৰৰ লোকে এতিয়ালৈকে পানী লাভ কৰিছে।
এতিয়াৰে পৰা জল জীৱন মিছনৰ লগত জড়িত হ’ব ছাত্ৰ-ছাত্ৰী।
ছাত্ৰ-ছাত্ৰী সকলক এতিয়া শৈক্ষিক প্ৰজেক্টৰ অধীনত জলজীৱন মিছনৰ ক‍াম চাবৰ বাবে পঠোৱা হ’ব।
ছাত্ৰ-ছাত্ৰী সকলে নমুনা সংগ্ৰহ কৰি আনিব আৰু পৰীক্ষা কৰা হ’ব।
নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলে পানীৰ বিশুদ্ধতা বুজি পাবৰ বাবে এই পদক্ষেপ লোৱা হৈছে।
সকলো পৰীক্ষা নিৰীক্ষা, Inspection শেষ হোৱাৰ পিছত জলোৎসৱ অনুষ্ঠিত কৰা হ’ব।
অসমৰ ৮৩ শতাংশ বিদ্যালয়ত বৰ্তমানলৈ পানী যোগান ধৰা হৈছে।
৪৫০০ জলমিত্ৰক এতিয়ালৈ ট্ৰেইনিং দিয়া হৈছে। ৩০০০ জলমিত্ৰক নিযুক্তি পত্ৰ দিয়া হ’ল।
যি সকল জলমিত্ৰই এতিয়ালৈ পইচা পোৱা নাই ক‍াৰ্যালয়ত জনাবলৈ অনুৰোধ।
যদি কোনো বিষয়াৰ গাফিলতিৰ বাবে পইচা পোৱা নাই কঠোৰ ব্যৱস্থা লোৱা হ’ব।
৬৫০০ টকাকৈ দৰমহা দিয়া হৈছে জলমিত্ৰ সকলক।
জলমিত্ৰক দৰমহা দিয়াৰ নামত হেমাহি হোৱাৰ কথা স্বীকাৰ মন্ত্ৰীৰ।
পঞ্চায়ত Secretary সকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব।
পঞ্চায়তত জলমিত্ৰৰ ধন জমা আছে, দৰমহা নিদিয়াৰ অভিযোগ পালেই কঠোৰ Action লোৱা হ’ব।
সাধাৰণ লোক সকলৰ মাজত জল জীৱন মিছনৰ সজাগতা সৃষ্টি কৰিব পৰাকৈ বিদ্যালয় সমূহৰ জৰিয়তে বাটৰ নাটক কৰা হ’ব।
বাটৰ নাটকৰ বাবে টকা দিব চৰকাৰে বিদ্যালয়সমূহক।
সাপ্তাহিক বজাৰ, দৈনিক বজাৰ সমূহত পুতলা নাচৰ জৰিয়তে সজাগতা সৃষ্টি কৰা হ’ব।
চৰকাৰে যোগান ধৰা পানী একবছৰ খাওক, বেমাৰ আজাৰ কমি যাব।
বেমাৰ আজাৰৰ ৫ হাজাৰ টকাৰ খৰছ নাইকীয়া হৈ যাব।

টয়লেট:-
এতিয়াৰে টয়লেট নিজেই বনাই নিদিয়ে চৰকাৰে।
হিতাধিকাৰীলৈ এতিয়াৰে পৰা পোনপটীয়াকৈ টকা দি দিয়া হ’ব।
নিজেই বনাই ল’ব টয়লেট।
দুটা কিস্তিত দি দিয়া হ’ব টয়লেট বনোৱাৰ ধন।
২০২৩ ৰ মাৰ্চৰ ভিতৰত প্ৰতিখন চাহবাগানত খোৱাপানী যোগান ধৰা হ’ব।
PHE বিষয়াৰ বাবে প্ৰস্তুত কৰা হৈছে নতুন কেলেণ্ডাৰ।
কেলেণ্ডাৰ খনত লিখা আছে প্ৰতিটো দিনত কি কাম কৰিব লাগিব।
এই কেলেণ্ডাৰ খন থাকিব লাগিব DC, ইঞ্জিনিয়াৰ,BDO,CO ৰ টেবুলত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!
বিশ্ব

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

July 3, 2026
Next Post
আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কেইখন চিনেমা হলত চলি আছে পাঠান? ভাৰতীয় চিনেমা জগতত নতুন কি কি ইতিহাস গঢ়িলে পাঠানে?

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কেইখন চিনেমা হলত চলি আছে পাঠান? ভাৰতীয় চিনেমা জগতত নতুন কি কি ইতিহাস গঢ়িলে পাঠানে?

কণীৰ কুহুমৰ পৰাও হাৰ্টৰ ৰোগ হয়? কি আছে কণীৰ কুহুমত?

কণীৰ কুহুমৰ পৰাও হাৰ্টৰ ৰোগ হয়? কি আছে কণীৰ কুহুমত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.