অসম লাইভ২৪ঃ
মেষঃ আৰ্থিক দিশত বেছি বাধা নাপাব৷ দৈহিক দিশত বিষ-বেদনা থাকিব৷ প্ৰেমত সাৱধান৷ শুভ সংখ্যা ৩৷ শুভ ৰঙ নীলা৷
বৃষঃ কৰ্মক্ষেত্ৰতো সৰু-সুৰা বাধা আহি পৰিব পাৰে৷ আৰ্থিক সমস্যা থাকিব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰঙ গেৰুৱা৷ শুভ সংখ্যা ৪৷
মিথুনঃ শৰীৰ প্ৰায় অনুকুলমুখী৷ বিদ্যাত যত্নৱান হওক৷ অযথা কামত সময় নষ্ট নকৰাই ভাল৷ ব্যৱসায়ত মাধ্যম৷ আৰ্থিক শুভ ফল পাব৷ সন্তান সম্ভৱা মহিলাসকল সাৱধানে থাকিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷
কৰ্কটঃ আৰ্থিক ধন হাতলৈ আহিলেও পৰ্যাপ্ত নহ’ব৷ কৰ্মক্ষেত্ৰত শুভ ফল পাব৷ শৰীৰ আৰু পৰিবেশ কিছু প্ৰতিকুল পাব৷ শুভ সংখ্যা ১৷ শুভ ৰং ৰঙা৷
সিংহঃ আৰ্থিক বাধা নাপাব৷ শৰীৰ ভালে নাযাব৷ ব্যৱসায়ত শুভ৷ বিদ্যাত যত্ন লওক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৩৷
কন্যাঃ দিনটো উন্নত নহ’ব পাৰে৷ ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে৷ দাম্পত্যত শুভ৷ বিদ্যাত শুভ৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ১৷
তুলাঃ একাধিক কথাত মন বিক্ষিপ্ত থাকিব৷ কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব৷ প্ৰেমত বাধা৷ ঘৰুৱা শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
বৃশ্চিকঃ পুৱাৰ ভাগত মনত উদ্বেগে দেখা দিব৷ ভ্ৰমণ কৰিব পাৰে৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰিব লাগে৷ প্ৰেমত শুভ৷ শুভ সংখ্যা২৷ শুভ ৰং বগা৷
ধনুঃ শাৰিৰীক দিশত দুৰ্বলতাই দেখা দিব৷ সন্তানৰ শুভ৷ প্ৰেমত অস্থিৰতা থাকিব৷ দাম্পত্যত মাধ্যম৷ শুভ ৰঙ বগা৷ শুভ সংখ্যা ৪৷
মকৰঃ কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি ৰাখিব৷ আৰ্থিকত বেয়া নহ’ব৷ প্ৰেমত আন্তৰিকতা৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৯৷
কুম্ভঃ দিনৰ ১২ বজাৰ পাছত মন কিছু ফৰকাল হ’ব৷ ব্যৱসায়ত মাধ্যম৷ দাম্পত্যত মতানৈক্য৷ বিদ্যাত শুভ৷ শুভ ৰং ১৷ শুভ সংখ্যা নীলা৷
মীনঃ ঘৰুৱা পৰিবেশ অনুকুল৷ কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব৷ শৰীৰ বেয়া নাযাব৷ প্ৰেমত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ