• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিদেৱৰ কৃপা; ২৪ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব এইসকল লোকৰ জীৱন

শনিদেৱৰ কৃপা; ২৪ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব এইসকল লোকৰ জীৱন

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

5 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

6 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

6 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

7 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

8 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

9 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

9 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

10 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

10 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

10 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

11 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শনিদেৱৰ কৃপা; ২৪ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব এইসকল লোকৰ জীৱন

editor by editor
February 18, 2022
in গুৱাহাটী, জীৱনশৈলী, বিবিধ
0
শনিদেৱৰ কৃপা; ২৪ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব এইসকল লোকৰ জীৱন
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৪ ফেব্ৰুৱাৰীৰ পৰা শনিদেৱৰ কৃপা পৰিব এই ৩ ৰাশিৰ লোকৰ ওপৰত৷ সমৃদ্ধিৰে ওপচি পৰিব জীৱন৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি ২৪ ফেব্ৰুৱাৰীৰ পৰা পুনৰ প্ৰকট হ’ব শনিদেৱ৷ সেইসময়ছোৱাৰ পৰা এই ৩ ৰাশিৰ লোকৰ জীৱনত আৰম্ভ হ’ব ৰাজযোগ৷ সেই তিনিটা ৰাশি হৈছে—

মেষ ৰাশি

জ্যোতিষ শাস্ত্ৰ অনুসৰি মেষ ৰাশি আৰু মেষ লগ্ন লোকৰ ওপৰত শনিদেৱৰ কৃপা পৰিব ২৪ ফেব্ৰুৱাৰীৰ পৰা৷ মেষ ৰাশিৰ স্বামী মঙল গ্ৰহ৷ যি ভাগ্য স্থানত আছে৷ ইয়াৰ বাবে এই ৰাশিৰ লোকসকলৰ উদয় হ’ব ভাগ্য৷ ব্যৱসায়ত ধনলাভ হোৱাৰ সম্ভাৱনা আছে আগন্তুক দিনসমূহত৷

বৃষ ৰাশি

শনিদেৱ প্ৰকট হোৱাৰ পৰিপ্ৰেক্ষিতত ২৪ ফেব্ৰুৱাৰীৰ পৰা বৃষ ৰাশিৰ লোকসকলৰ ৰাজযোগ আৰম্ভ হ’ব৷ এই সময়ছোৱা কোনো নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে উত্তম সময়৷ যি কামেই আৰম্ভ নকৰক কিয় সফলতাৰ শিখৰত অতিক্ৰম কৰিব বৃষ ৰাশিৰ লোকসকল৷ বৃষ ৰাশিৰ লোকে এইসময়ছোৱাত ৰাজনীতিত অংশগ্ৰহণ কৰিব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ লোকৰ কুণ্ডলীৰ সপ্তম স্থানত উদিত হৈছে শনিদেৱ৷ গতিকে জন্মকুণ্ডলীতে ত্ৰিকোন ৰাজযোগ আৰম্ভ হৈছে কৰ্কট ৰাশিৰ লোকৰ ক্ষেত্ৰত৷ এনে পৰিস্থিতিত ভাৱি-চিন্তি কৰা যিকোনো কামই ফলদায়ক হ’ব জাতক- জাতিকাৰ বাবে৷ এই সময়ছোৱাত ব্যৱসায় তথা অন্য কামত জীৱনসংগীৰ পূৰ্ণ সহযোগ লাভ কৰাৰ সম্ভাৱনা আছে৷ শনি সমন্ধীয় ব্যৱসায় যেনেঃ লোহা, তেল, পেট্ৰ’লিয়াম আদিৰ ব্যৱসায়ত বিশেষ লাভালাভৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24astrologyaxom live 24saturn transit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
অদ্ভুত পৰম্পৰা! মনে বিচৰাজনক পাবলৈ অন্তৰ্বাস খুলি ৰখাৰ নিয়ম৷ মহিলাৰ অন্তৰ্বাসৰ বাবেই বিখ্যাত ঠাইখন

অদ্ভুত পৰম্পৰা! মনে বিচৰাজনক পাবলৈ অন্তৰ্বাস খুলি ৰখাৰ নিয়ম৷ মহিলাৰ অন্তৰ্বাসৰ বাবেই বিখ্যাত ঠাইখন

বাস্তুমতে আপোনাৰ শিশু ৰখা ঘৰ বা কোঠাটো কেনেকুৱা হ’ব লাগে? 

বাস্তুমতে আপোনাৰ শিশু ৰখা ঘৰ বা কোঠাটো কেনেকুৱা হ’ব লাগে? 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.