• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাস্তুমতে আপোনাৰ শিশু ৰখা ঘৰ বা কোঠাটো কেনেকুৱা হ’ব লাগে? 

বাস্তুমতে আপোনাৰ শিশু ৰখা ঘৰ বা কোঠাটো কেনেকুৱা হ’ব লাগে? 

5 years ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

45 minutes ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

1 hour ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

2 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

3 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

4 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

5 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

6 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

7 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাস্তুমতে আপোনাৰ শিশু ৰখা ঘৰ বা কোঠাটো কেনেকুৱা হ’ব লাগে? 

editor by editor
February 18, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
বাস্তুমতে আপোনাৰ শিশু ৰখা ঘৰ বা কোঠাটো কেনেকুৱা হ’ব লাগে? 
0
SHARES
130
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰখনেই স্বৰ্গ৷ ঘৰখনৰ পৰাই আৰম্ভ হয় জীৱনৰ আদিপাঠ৷ গতিকে সুন্দৰকৈ গঢ়ি তুলিব লাগে নিজৰ ঘৰখন৷ এখন ঘৰ সুন্দৰকৈ গঢ়ি তুলিবলৈ হ’লে কেৱল বাহ্যিক সুন্দৰতাৰ ওপৰত গুৰুত্ব দিলেই নহ’ব কিছু বিশেষ আভ্যন্তৰীণ দিশৰ ওপৰত গুৰুত্ব দিয়া অতি প্ৰয়োজনীয়৷ বিশেষকৈ শিশুৰ ক্ষেত্ৰত এইসমূহ দিশ বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ এখন ঘৰৰ সুখ-সমৃদ্ধি বহুপৰিমানে নিৰ্ভৰ কৰে ঘৰটোৰ অৱস্থিতিৰ ওপৰত৷ বাস্তুশাস্ত্ৰ অনুসৰি ঘৰখন গঢ়ি তুলিব লাগে৷ বাস্তু অনুসৰি কিদৰে নিৰ্মাণ কৰিব শিশু ৰখা কোঠা—

  • শিশুৰ শোৱনি কোঠা বা শিশু ৰখা কোঠা ঘৰৰ নৈঋত কোণত হ’ব লাগে৷ ঘৰটোৰ দক্ষিণ-পশ্চিম কোণত দক্ষিণমুখীকৈহে নিৰ্মাণ কৰিব লাগে শিশুৰ কোঠা৷ ইয়াৰ বাহিৰে নৈঋত কোন শিশুৰ বাবে অনুপযোক্ত৷
  • শিশুৰ বাবে ঘৰৰ উত্তৰ, পূব, ঈশান, অগ্নি আৰু বায়ু কোণ শুভ বুলি মনা হয়৷
  • শোৱাৰ সময়ত শিশুটিৰ মূৰ দক্ষিণ বা পশ্চিম দিশে ৰাখিব লাগে৷
  • ঘৰৰ পশ্চিম দিশ সৃজনীশীলতাৰ দিশ৷ এই দিশ শিশুৰ বাবে অতি উপযোগী৷ সেয়ে ঘৰৰ পশ্চিম দিশৰ বেৰত যদি শিশুৰ ছবি ৰাখে তেন্তে শিশুৰ শক্তি আৰু সৌভাগ্য সুপ্ৰসন্ন হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24vastu tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
বিশ্বৰ আটাইতকৈ দামী ৫ বিধ হুইস্কী কি কি জানেনে? জানিবলৈ পঢ়ক…

বিশ্বৰ আটাইতকৈ দামী ৫ বিধ হুইস্কী কি কি জানেনে? জানিবলৈ পঢ়ক...

স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথম : ৩৮ জনক দোষীক ফাঁচি, ১১ জনক যাৱজ্জীৱন

স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথম : ৩৮ জনক দোষীক ফাঁচি, ১১ জনক যাৱজ্জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.