• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত নিজৰ সপোনৰ বাহন কিনিবলৈ সক্ষম হ’ব এই ৫ৰাশিৰ জাতকে

নতুন বছৰত নিজৰ সপোনৰ বাহন কিনিবলৈ সক্ষম হ’ব এই ৫ৰাশিৰ জাতকে

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

10 minutes ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

36 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

3 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

4 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

5 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

6 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত নিজৰ সপোনৰ বাহন কিনিবলৈ সক্ষম হ’ব এই ৫ৰাশিৰ জাতকে

editor by editor
December 27, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নতুন বছৰত নিজৰ সপোনৰ বাহন কিনিবলৈ সক্ষম হ’ব এই ৫ৰাশিৰ জাতকে
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিজস্ব এখন বাহনৰ মালিক কোননো হ’ব নিবিচাৰে? মধ্যবিত্তসকলে যেনেকৈ ধন জমা কৰি নিজা বাজেটৰ এখন বাহন ক্ৰয় কৰিব বিচাৰে তেনেকৈয়ে উচ্চবিত্তসকলে নিজৰ গেৰেজত বিলাসবহুল বাহনৰ সংখ্যা বঢ়োৱাৰ কথা চিন্তা কৰে। কেইটামান দিন পাৰ হ’লেই আৰম্ভ হ’ব নতুন বছৰ। সপোনৰ বাহনখন ক্ৰয়ৰ ইচ্ছা নতুন বছৰত বহুতৰেই সম্পূৰ্ণ হ’ব। জ্যোতিষ গণনামতে আগন্তুক বছৰত ৫ৰাশিৰ জাতকৰ নতুন বাহন ক্ৰয় কৰাৰ ইচ্ছা পূৰণ হ’ব।

মেষ ৰাশি
২০২৪ত নতুন গাড়ী ক্ৰয় কৰাৰ সপোন পূৰণ হ’ব মেষ ৰাশিৰ জাতকৰ। এই নতুন গাড়ী এওঁলোকৰ সুখ আৰু সৌভাগ্যৰ প্ৰতীক হৈ আহিব। মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল। ৰঙা ৰঙৰ বাহন এওঁলোকৰ বাবে শুভ। ইয়াৰোপৰি বাদামী, খয়েৰী বা চকলেট ৰঙৰ বাহন কিনিব পাৰে মেষ ৰাশিৰ জাতকে। ইয়াৰোপৰি এনাৰ্জী ভৰপুৰ থাকিব গোটেই বছৰ। প্ৰেমত শুভ। মেষ ৰাশিৰ জাতকে এই বৰ্ষত SUVৰ প্ৰতি আকৃষ্ট হ’ব।

মকৰ ৰাশি
২০২৪ চনত পৰিয়ালৰ সৈতে বাহিৰলৈ যোৱাৰ পৰিকল্পনাত সফল হ’ব। নতুন বাহন ক্ৰয় কৰি ফুৰাৰ ইচ্ছা পূৰণ হ’ব। মকৰ ৰাশিৰ জাতকে নতুন বাহন ক্ৰয় কৰাৰ সময়ত গাড়ীৰ ব্ৰেণ্ড ভেলুতকৈ গাড়ীৰ ফিচাৰৰ ওপৰতহে গুৰুত্ব দিব। এওঁলোকৰ গাড়ী ডিজাইনত অত্যাধুনিক নহ’লেও আৰামদায়ক হ’ব।

কন্যা ৰাশি
পুৰণা সামগ্ৰী সহজে ত্যাগ কৰিব নোৱাৰে কন্যা ৰাশিৰ জাতকে। সেয়ে পুৰণা বাহন এৰি নতুন গাড়ী ক্ৰয়ৰ পৰিকল্পনা সহজে নকৰে এই ৰাশিৰ জাতকে। ২০২৪ত হাতলৈ অৰ্থ আহিব এই ৰাশিৰ জাতকৰ। নতুন বছৰত নতুন গাড়ী ক্ৰয়ৰ কথা ভাৱিব পাৰে এই ৰাশিৰ জাতকে। পাৰফেকচনিষ্ট কন্যা ৰাশিয়ে বাহন ক্ৰয় কৰাৰ সময়ত সকলো ভাল দিশ বিচাৰ কৰি ল’ব। গাড়ীৰ ইঞ্জিনৰ পৰা ইণ্টেৰিয়ৰ ডিজাইন সকলোবোৰ চাইহে গাড়ী ক্ৰয় কৰিব।

তুলা ৰাশি
তুলা ৰাশিৰ জাতকে নতুন বছৰত গাড়ী কিনাৰ পূৰ্ণ সম্ভাৱনা আছে। এওঁলোকৰ গাড়ী হ’ব অত্যাধুনিক আৰু আৰামদায়ক। গাড়ীৰ ষ্টাইল আৰু সৌন্দৰ্যৰ দিশত যথেষ্ট নজৰ দিব। সেয়ে তেওঁলোকে চেডাৰ্ণ কাৰকেই গুৰুত্ব দিব।

মীন ৰাশি
গাড়ী ক্ৰয়ত খুব বেছি আগ্ৰহী নহয় মীন ৰাশিৰ জাতক। কিন্তু প্ৰয়োজনৰ তাগিদাত এওঁলোকে বাহন কিনিব পাৰে। মীন ৰাশিৰ গ্ৰহ অধিপতি হৈছে বৃহস্পতি। মীন ৰাশিৰ জাতকৰ পছন্দৰ ৰং হৈছে হালধীয়া নতুবা কমলা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
‘ৰাম মন্দিৰ নোহোৱা পৰ্যন্ত বিয়া নকৰাওঁ!’ ৩১ বছৰ পূৰ্বৰ প্ৰতিজ্ঞা এইবাৰ ভাঙিবলৈ সাঁজু নেকি ভোজপালি বাবা?

'ৰাম মন্দিৰ নোহোৱা পৰ্যন্ত বিয়া নকৰাওঁ!’ ৩১ বছৰ পূৰ্বৰ প্ৰতিজ্ঞা এইবাৰ ভাঙিবলৈ সাঁজু নেকি ভোজপালি বাবা?

চাকৰি এৰি নিজৰ গাঁৱলৈ যাম, কাম কৰিম…

চাকৰি এৰি নিজৰ গাঁৱলৈ যাম, কাম কৰিম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.