• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰাম মন্দিৰ নোহোৱা পৰ্যন্ত বিয়া নকৰাওঁ!’ ৩১ বছৰ পূৰ্বৰ প্ৰতিজ্ঞা এইবাৰ ভাঙিবলৈ সাঁজু নেকি ভোজপালি বাবা?

‘ৰাম মন্দিৰ নোহোৱা পৰ্যন্ত বিয়া নকৰাওঁ!’ ৩১ বছৰ পূৰ্বৰ প্ৰতিজ্ঞা এইবাৰ ভাঙিবলৈ সাঁজু নেকি ভোজপালি বাবা?

3 years ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

37 minutes ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

2 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

3 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

3 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

4 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

5 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

6 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

14 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

14 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

15 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘ৰাম মন্দিৰ নোহোৱা পৰ্যন্ত বিয়া নকৰাওঁ!’ ৩১ বছৰ পূৰ্বৰ প্ৰতিজ্ঞা এইবাৰ ভাঙিবলৈ সাঁজু নেকি ভোজপালি বাবা?

editor by editor
December 27, 2023
in বিবিধ, ভাৰত
0
‘ৰাম মন্দিৰ নোহোৱা পৰ্যন্ত বিয়া নকৰাওঁ!’ ৩১ বছৰ পূৰ্বৰ প্ৰতিজ্ঞা এইবাৰ ভাঙিবলৈ সাঁজু নেকি ভোজপালি বাবা?
0
SHARES
495
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাজত মাত্ৰ এমাহ। ঠিক এমাহৰহে অপেক্ষা। ২২ জানুৱাৰীত উদ্বোধন হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। এই মন্দিৰৰ সৈতে লাখ লাখ মানুহৰ আৱেগ মিশ্ৰিত হৈ আছে। একেই কথা এজন ভোজপালি বাবাৰো। ৰাম মন্দিৰক লৈ যাৰ অটুত ভক্তি। সেয়ে তেওঁ ভীষ্ম প্ৰতিজ্ঞা কৰিছিল। ৰাম তেওঁৰ প্ৰধান আৰাধ্য দেৱতা। ৰামৰ প্ৰতি তেওঁৰ ইমানেই ভক্তি যে অযোধ্যালৈ গৈ কেইবাদশক পূৰ্বে তেওঁ কৰিছিল এটাই প্ৰতিজ্ঞা। সেই প্ৰতিজ্ঞাত তেওঁ আজিও অটল।

ৰামৰ প্ৰতি থকা ভক্তিৰ বাবেই তেওঁ প্ৰতিজ্ঞা কৰিছিল, ৰাম মন্দিৰ নিৰ্মাণ নোহোৱালৈকে তেওঁ বিবাহত নবহে। সেই প্ৰতিজ্ঞা তেওঁ ৰাখিছে। আজিও ভোজপালি বাবা সেই প্ৰতিজ্ঞাৰেই অবিবাহিত হৈ আছে। ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছে তেওঁ। মাজত মাত্ৰ এমাহ। অযোধ্যাৰ ৰাম মন্দিৰত বিভিন্ন দেশৰ সাধু সন্তসকলে আমন্ত্ৰণ লাভ কৰিছে। সেই আমন্ত্ৰিত অতিথিৰ তালিকাত নিজৰ নাম দেখি উৎফুল্লিত হৈ পৰিছে ভোজপালি বাবা।

ভোজপালি বাবাৰ প্ৰকৃত নাম ৰবীন্দ্ৰ গুপ্তা। ১৯৯২ চনত এজন কৰসেৱক হিচাপে ভোজপালী বাবা অযোধ্যালৈ গৈছিল। সেই সময়ত তেওঁৰ বয়স ২১ বছৰ। তেতিয়াই ভোজপালি বাবাই প্ৰতিজ্ঞা কৰিছিল ৰাম মন্দিৰৰ উদ্বোধন নোহোৱালৈকে তেওঁ বিবাহপাশত আৱদ্ধ নহয়। তেওঁ আশা কৰা ধৰণেই ৰামমন্দিৰৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। বহুবাৰ তেওঁক ঘৰৰ মানুহে বিবাহৰ কথা কৈছিল। কিন্তু তেওঁ নিজা প্ৰতিজ্ঞাত অটল। এইবাৰ তেওঁৰ পৰিয়ালৰ মনত আশা ভোজপালি বাবাই বিবাহপাশত আৱদ্ধ হ’ব। ঘৰৰ মানুহে আশা কৰিলেও অৱশ্যে বাবাৰ বিবাহৰ বয়স ভটিয়াইছে। সেয়ে তেওঁ বিবাহপাশত আৱদ্ধ হোৱাৰ আশা খুবেই ক্ষীণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?
ভাৰত

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

July 16, 2026
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?
বিনোদন

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
Next Post
চাকৰি এৰি নিজৰ গাঁৱলৈ যাম, কাম কৰিম…

চাকৰি এৰি নিজৰ গাঁৱলৈ যাম, কাম কৰিম...

ফীডবেক ভালঃ আনন্দ মিশ্ৰৰ কথা অমিত শ্বাহক কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই?

ফীডবেক ভালঃ আনন্দ মিশ্ৰৰ কথা অমিত শ্বাহক কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.