• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত মকৰাজাল থকা শুভ নে অশুভ? জানক বাস্তুশাস্ত্ৰই কি কয়?

ঘৰত মকৰাজাল থকা শুভ নে অশুভ? জানক বাস্তুশাস্ত্ৰই কি কয়?

2 years ago
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

23 minutes ago
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

58 minutes ago
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

2 hours ago
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

3 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

3 hours ago
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

5 hours ago
UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

5 hours ago
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

6 hours ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

7 hours ago
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰত মকৰাজাল থকা শুভ নে অশুভ? জানক বাস্তুশাস্ত্ৰই কি কয়?

ঘৰত মকৰাজাল থকা শুভ নে অশুভ? জানক বাস্তুশাস্ত্ৰই কি কয়?

editor by editor
May 2, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ঘৰত মকৰাজাল থকা শুভ নে অশুভ? জানক বাস্তুশাস্ত্ৰই কি কয়?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাস্তুশাস্ত্ৰ অনুসৰি শুভ আৰু অশুভ শক্তিৰ বিশেষ গুৰুত্ব আছে৷ যি ঘৰত শুভ শক্তি প্ৰবাহিত হৈ থাকে সেই ঘৰত কাহানিও কোনো সমস্যা নাহে৷ যি সংসাৰত অশুভ শক্তিৰ প্ৰাধান্য বেছি সেই ঘৰত নানান অশান্তি থাকেই৷ বাস্তুশাস্ত্ৰই দাবী কৰে যে ঘৰত শুভ শক্তি বঢ়াই ৰাখিবলৈ পৰিষ্কাৰ কৰি ৰখাটো খুবেই জৰুৰী৷ ঘৰত আমাৰ প্ৰত্যেকৰে মকৰাই জাল পাতে৷ মকৰা জাল ঘৰত থকাটো শুভ নে অশুভ সেই কথাও বাস্তুশাস্ত্ৰত উল্লেখ আছে৷

ঘৰত মকৰা জাল

আমাৰ প্ৰায়সংখ্যক লোকৰ ঘৰতেই মকৰা জালৰ সমস্যা থাকে৷ বিশেষকৈ ছাদৰ তলত বা চিলিঙত ওলমি মকৰা জাল থাকেই৷ ঘৰত মকৰাজাল বাঢ়ি গ’লে বাস্তুদোষ তৈয়াৰ হয় বুলি বাস্তু বিশেষজ্ঞই দাবী কৰে৷ যি ঘৰত মকৰাজাল থাকে সেই ঘৰৰ বাসিন্দাসকলৰ মাজত কিবা নহয় কিবা সমস্যা আহেই৷ ঘৰত মকৰা জাল বেছি হ’লে ৰুষ্ট হৈ বিদায় লয় লক্ষ্মীয়ে৷ কাৰণ মা লক্ষ্মীয়ে সদায়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে থাকি ভালপায়৷  লক্ষ্মীয়ে বিদায় ল’লেই ঘৰত তীব্ৰ আৰ্থিক সংকটে দেখা দিয়ে৷ কামতো নানান বাধা আহে৷ ঘৰত মকৰাজাল থাকিলে সেই ঘৰৰ ব্যক্তিৰ মনত আলস্য, কৰ্মত অনীহাই দেখা দিয়ে৷ এওঁলোকৰ স্বভাৱো খিংখিঙীয়া হৈ পৰে৷ অলপ কথাতেই বিৰক্ত হয়৷ ঘৰত হোৱা মকৰাজালে ঘৰত বাস কৰা লোকৰ ওপৰত মানসিক চাপ বঢ়াই৷ সেই সংসাৰত স্বামী-স্ত্ৰীৰ মাজত অশান্তি থাকেই৷

ঘৰত অত্যাধিক মকৰাজাল হ’লে কি কৰিব?

ঘৰৰ প্ৰতিটো কোণা ভালকৈ পৰিষ্কাৰ কৰি ৰাখক৷ ঘৰত মকৰাজাল বেছিকৈ তৈয়াৰ হ’ব নিদিব৷ বিশেষকৈ ঘৰৰ পূজা ঘৰত৷ পূজা ঘৰত থকা মূৰ্তিসমূহ পৰিষ্কাৰ কৰি ৰাখিব৷ বাস্তু অনুসৰি ৰান্ধনীঘৰত মকৰাজাল থকাটো অতি অশুভ৷ নিয়মিত ৰান্ধনীশাল পৰিষ্কাৰ কৰি ৰাখিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?
বাণিজ্য

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

March 25, 2026
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!
জীৱনশৈলী

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট
বাণিজ্য

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

March 25, 2026
Next Post
শোকাৱহ, গুৱাহাটীলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকে

শোকাৱহ, গুৱাহাটীলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকে

আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত

আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.