• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়া পৃথিৱীলৈ উভতিব? মহাকাশৰ পৰা লাইভ বাৰ্তা সুনীতা উইলিয়ামছৰ, জানক লাইভত কি ক’লে সুনীতাই?

কেতিয়া পৃথিৱীলৈ উভতিব? মহাকাশৰ পৰা লাইভ বাৰ্তা সুনীতা উইলিয়ামছৰ, জানক লাইভত কি ক’লে সুনীতাই?

2 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

9 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

9 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

10 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

11 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

12 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

12 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

13 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

14 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

15 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

16 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

17 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেতিয়া পৃথিৱীলৈ উভতিব? মহাকাশৰ পৰা লাইভ বাৰ্তা সুনীতা উইলিয়ামছৰ, জানক লাইভত কি ক’লে সুনীতাই?

কেতিয়া পৃথিৱীলৈ উভতিব? মহাকাশৰ পৰা লাইভ বাৰ্তা সুনীতা উইলিয়ামছৰ

editor by editor
July 11, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
কেতিয়া পৃথিৱীলৈ উভতিব? মহাকাশৰ পৰা লাইভ বাৰ্তা সুনীতা উইলিয়ামছৰ, জানক লাইভত কি ক’লে সুনীতাই?
0
SHARES
41.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ ১০ দিনৰ অভিযানৰ পৰিকল্পনাৰে মহাকাশলৈ গৈছিল সুনীতা উইলিয়ামছ৷ কিন্তু এই যাত্ৰাৰ এমাহ পাৰ হৈ গ’ল যদিও আজিও পৃথিৱীলৈ উভতি অহা নাই সুনীতা৷  নাছাৰ তৰফৰ পৰা জনোৱা অনুসৰি আন্তৰ্জাতিক স্পেছ ষ্টেচনত নিৰাপদেই আছে সুনীতা৷ এই পৰিস্থিতিত মহাকাশৰ পৰা পৃথিৱীবাসীক উদ্দেশ্যি দিছে বিশেষ বাৰ্তা৷ নাছাৰ ইউটিউব চেনেলত সম্প্ৰচাৰিত হৈছে সুনীতাৰ এটা বিশেষ বাৰ্তা৷

এই লাইভ বাৰ্তাত পৃথিৱীলৈ উভতি অহা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে সুনীতাই৷ মহাকাশযানত যান্ত্ৰিক ত্ৰুটিৰ বিষয়ে উইলমোয়ে কয়, ‘আমি ত্ৰুটিসমূহক লৈ আলোচনা কৰিছো৷ যদি আই এছ এছ এত কোনো সমস্যা আছে তেন্তে সেয়া আমি বিচাৰি বাহিৰ ওলিয়াব পৰা যাব৷ আমি নিশ্চিত যে আমাৰ টিমৰ সহায়ত ঘৰলৈ উভতিব পাৰিব৷ আমাৰ ভাৱিয়েই ভাল লাগিছে আমি পৃথিৱীলৈ উভতি যাম৷’

উভতি অহাৰ কোনো নিৰ্দিষ্ট দিনক্ষণ জনোৱা হোৱা নাই৷ নাছাৰ কৰ্মকৰ্তাসকলে কয় যে, জুলাইৰ শেষৰ দিনটোৰ ওপৰত নজৰ ৰখা হৈছে৷ লাইভ কথোপকথনৰ সময়ক নিজৰ এক অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰিছে সুনীতাই৷ মহাকাশত ঘূৰ্ণীবতাহ কেনেকুৱা সেয়াও নিজচকুৰে দেখিছে সুনীতাই৷ মহাকাশৰ পৰা পৃথিৱীলৈ বাৰ্তা দিয়া এই লাইভৰ নাম দিয়া হৈছে আৰ্থ টু স্পেছ৷

সেই লাইভতেই সুনীতাই কয়, ‘ধুমুহা বেছ চিত্তাকৰ্শক৷ আমি প্ৰকৃততে ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ প্ৰায় ডেৰ সপ্তাহ পূৰ্বে আফ্ৰিকাৰ পশ্চিম উপকূলত এটা ঘূৰ্ণীবতাহ বিধ্বস্ত সময়ৰ ফটো তুলিছিলো৷ মই প্ৰায় ৯৮ শতাংশ নিশ্চিত আছিলো যে সেয়া ঘূৰ্ণীবতাহেই হয়৷’

এই যাত্ৰা সন্দৰ্ভত সুনীতাৰ সহযোগী বুছ উইলমোৱে কয়, ‘এয়া এক পৰীক্ষামূলক ফ্লাইট আছিল৷ আমি আমাৰ দলৰ সৈতে যোগাযোগ ৰাখিছো৷ 3D প্ৰিণ্টেড মুন মাইক্ৰস্কোপ আৰু জিন ছিকোয়েন্সিং ব্যৱহাৰ কৰি বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষা আমাৰ অভিযানত চামিল কৰা হৈছে৷ বোয়িং ষ্টাৰলাইনৰ পৰীক্ষামূলকৰ ফ্লাইটখন মাত্ৰ ৮ দিনৰ ভিতৰত পৃথিৱীলৈ উভতি অহাৰ কথা আছিল৷ কিন্তু মহাকাশযানখনত প্ৰযুক্তিগত ত্ৰুটিৰ কাৰণে কিছু বিলম্ব হৈছে৷’ নাছাৰ তৰফৰ পৰা আশ্বাস দিয়া হৈছে যে ষ্টাৰলাইনাৰ ৪৫ দিন পৰ্যন্ত আই এছ এছএত থাকিবলৈ সক্ষম৷ বৰ্তমান তাতেই তেওঁলোক ৩৫ দিন আছে৷ মহাকাশযানখনে পৃথিৱী এৰাৰ পাছতেই পাঁচটা হিলিয়াম টেংকত ফুটা ধৰা পৰে৷ ইয়াৰ ফলত নষ্ট হৈ যায় পাঁচটা মেনুভাৰিং থ্ৰাষ্টাৰ৷ এইয়াই নাছাৰ বাণিজ্যিক ক্ৰুৰ প্ৰগ্ৰামৰ অংশ হিচাপে ষ্টাৰলাইনাৰৰ প্ৰথম ক্ৰুৰ মিছন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
Next Post
৫লাখ ফেঁচাক আমেৰিকাই দিব মৃ/ত্যু/দ/ণ্ড, কেনিয়াই শেষ কৰিব ১০লাখ ভাৰতীয় কাউৰী, দুই দেশৰ হৈছে কি?

৫লাখ ফেঁচাক আমেৰিকাই দিব মৃ/ত্যু/দ/ণ্ড, কেনিয়াই শেষ কৰিব ১০লাখ ভাৰতীয় কাউৰী, দুই দেশৰ হৈছে কি?

ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?

ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.