• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় যাত্ৰীক লৈ নেপালৰ নদীত পৰিল উত্তৰপ্ৰদেশৰ বাছ! নি/হ/ত অন্তত ১৪ জন

ভাৰতীয় যাত্ৰীক লৈ নেপালৰ নদীত পৰিল উত্তৰপ্ৰদেশৰ বাছ! নি/হ/ত অন্তত ১৪ জন

2 years ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

11 minutes ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

57 minutes ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

1 hour ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

2 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

3 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

3 hours ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

4 hours ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

5 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

5 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

6 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতীয় যাত্ৰীক লৈ নেপালৰ নদীত পৰিল উত্তৰপ্ৰদেশৰ বাছ! নি/হ/ত অন্তত ১৪ জন

ভাৰতীয় যাত্ৰীক লৈ নেপালৰ নদীত পৰিল উত্তৰপ্ৰদেশৰ বাছ! নিহত অন্তত ১৪ জন

editor by editor
August 23, 2024
in বিবিধ, ভাৰত, লেখা
0
ভাৰতীয় যাত্ৰীক লৈ নেপালৰ নদীত পৰিল উত্তৰপ্ৰদেশৰ বাছ! নি/হ/ত অন্তত ১৪ জন
0
SHARES
303
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেপালৰ নদীত পৰিছে এখন যাত্ৰীবাহী বাছ৷ বাছত বহি যি ৪০ জন যাত্ৰী আছিলস তেওঁলোকৰ প্ৰত্যেকেই ভাৰতীয় বুলি জনা গৈছে৷ এই ঘটনাত ইতিমধ্যেই ১৪ জনৰ মৃত্যু হৈছে৷ আহত হৈছে ১৬ জন লোক৷ সংবাদসংস্থা ANIৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি নেপাল আৰক্ষীক উদ্ধৃতি দি কয়, ‘শুক্ৰৰবাৰে বিয়লি নেপালৰ তনহুঁ জিলাৰ মাৰশিয়াংড়ি নদীত বাছখন পৰি যায়৷ এই বাছখন কেনেকৈ দুৰ্ঘটনাত পৰিল সেই কথা এতিয়াও স্পষ্ট নহয়৷ আৰক্ষীৰ তৰফৰ পৰা জনা গৈছে যে বাছখনত থকা ভাৰতীয় যাত্ৰীসকলক লৈ পোখৰাৰ পৰা নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ উদ্দেশ্যে গৈছিল৷

নেপাল আৰক্ষীৰ তৰফৰ পৰা তনহুঁ জিলাত ডিএছপি দীপকুমাৰ ৰায়াই জনোৱা অনুসৰি বাছখন উত্তৰপ্ৰদেশৰ পৰা নেপাল গৈছিল৷ বাছখনৰ নম্বৰপ্লেটত ইউ পি লিখা আছে৷ উত্তৰপ্ৰদেশৰ এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে বাহনখনৰ ৰেজিষ্ট্ৰেছন নম্বৰৰ পৰা বাহনখনৰ মালিকৰ নাম আৰু ৰাজ্যৰ কোনো কোন বাসিন্দা দূৰ্ঘটনাৰ কবলত পৰিছে সেয়া জানিব পৰা হোৱা নাই৷

স্থানীয় সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এই বাছৰ ভাৰতীয় যাত্ৰীসকল পোখৰা চহৰৰ এখন ৰিজৰ্টত আছিল৷ শুকুৰবাৰে পুৱা তেওঁলোকে বাছখন লৈ কাঠমাণ্ডুৰ উদ্দেশ্যে ৰাওনা হৈছিল৷ ৰাস্তাতেই ঘটে দুৰ্ঘটনা৷ প্ৰসংগত বিগত জুলাই মাহত নেপালৰ ত্ৰিশূলী নদীত ভাহি গৈছিল দুখন বাছ৷ দুখন বাছত মুঠ যাত্ৰী আছিল ৬৫ জন যাত্ৰী৷ বিগত কেইবাদিন ধৰি ভাৰী বৃষ্টি হৈছে নেপালত৷ চলিত বৰ্ষৰ বাৰিষা কালত নেপালত বৰ্তমান পৰ্যন্ত ৬২ জনৰ মৃত্যু হৈছে৷ আহত হৈছে ৯০ জন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক
বাণিজ্য

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

May 15, 2026
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক
জীৱনশৈলী

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

May 15, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

May 15, 2026
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?
জীৱনশৈলী

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

May 15, 2026
Next Post
জন্মাষ্টমীত বুধৰ উদয়, শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সাফল্যৰ তুংগত ৫ৰাশিৰ জাতক

জন্মাষ্টমীত বুধৰ উদয়, শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সাফল্যৰ তুংগত ৫ৰাশিৰ জাতক

CBI য়ে পালে পলিগ্ৰাফ টেষ্টৰ অনুমতি, কেতিয়া হ’ব পলিগ্ৰাফ টেষ্ট?

CBI য়ে পালে পলিগ্ৰাফ টেষ্টৰ অনুমতি, কেতিয়া হ’ব পলিগ্ৰাফ টেষ্ট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.