• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, নাও ডুবি প্ৰাণ হেৰুৱালে ২৫ গৰাকীকৈ লোকে, সন্ধানহীন বহুতো

অতিকে শোকাৱহ, নাও ডুবি প্ৰাণ হেৰুৱালে ২৫ গৰাকীকৈ লোকে, সন্ধানহীন বহুতো

2 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

37 minutes ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

3 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

4 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

4 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

5 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

5 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

6 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

6 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

6 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

7 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ, নাও ডুবি প্ৰাণ হেৰুৱালে ২৫ গৰাকীকৈ লোকে, সন্ধানহীন বহুতো

editor by editor
December 18, 2024
in বিবিধ, বিশ্ব
0
অতিকে শোকাৱহ, নাও ডুবি প্ৰাণ হেৰুৱালে ২৫ গৰাকীকৈ লোকে, সন্ধানহীন বহুতো
0
SHARES
227
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, নাও ডুবি প্ৰাণ হেৰুৱালে ২৫ গৰাকীকৈ লোকে, সন্ধানহীন বহুতো

মঙলবাৰে মধ্য কংগোৰ ফিমি নদীত লোকৰে ভৰা এখন নাও ডুবি অতিকে শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত শিশুসহ ২৫জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো লোক সন্ধানহীন হৈ পৰে। কংগোৰ ৰাজধানী কিনছাছাৰ উত্তৰ-পূবত অৱস্থিত ইনোংগো চহৰৰ সমীপত এই ঘটনা সংঘটিত হয়।

বিষয়া তথা স্থানীয় বাসিন্দাৰ মতে, দুৰ্ঘটনাৰ সময়ত নাওখনত ১০০ জনতকৈ অধিক লোকে যাত্ৰা কৰি আছিল। দুৰ্ঘটনাৰ পিছত বৰ্তমানেও অব্যাহত আছে নিৰুদ্দেশ হোৱা লোকৰ সন্ধান। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি আশংকা ব্যক্ত কৰিছে বিষয়াসকলে।

নাওখনত অত্যধিক লোক থকাৰ বাবেই নাওখনত অতিৰিক্ত বোজা পৰিছিল। এই পৰ্যন্ত ২৫ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে কেৱল শতাধিক লোকেই নহয়, নাওখনত বহুতো সামগ্ৰীয়ো ভৰ্তি কৰি লৈছিল যাৰ ফলতেই নাওখন ডুব যায়।

উল্লেখ্য যে, কংগোত এইটো বছৰৰ চতুৰ্থটো শোকাৱহ নাও দুৰ্ঘটনা । এই অঞ্চলটো নদীৰে আগুৰি আছে আৰু ইয়াৰ মানুহবোৰ মুখ্যত নদী পৰিবহণৰ ওপৰত নিৰ্ভৰশীল।

কংগো চৰকাৰে সঘনাই অতিৰিক্ত বোজা সন্দৰ্ভত সতৰ্কতা কৰি আহিছে কিন্তু তথাপি কানসাৰ নাই নাও ব্যৱসায়ী সকলৰ। যাৰ ফলতে পুনৰ এইটো দুৰ্ঘটনা সংঘটিত হয়।

এতিয়া জল পৰিবহণৰ সুৰক্ষা ব্যৱস্থা উলংঘা কৰাসকলক শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছে প্ৰশাসনৰ ফালৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AfricaBoat CapsizeCongoCongo River
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
Next Post
অস্কাৰৰ দৌৰৰ পৰা বাহিৰ ‘লাপতা লেডিছ’, এতিয়া কেৱল আশা আন এখন চিনেমাৰ ওপৰত

অস্কাৰৰ দৌৰৰ পৰা বাহিৰ 'লাপতা লেডিছ', এতিয়া কেৱল আশা আন এখন চিনেমাৰ ওপৰত

বৰাক নৈত ডুব গ’ল বাহনসহ পৰিয়াল, ১৩ মহীয়া কন্যাৰ সৈতে মাতৃ নিহত

বৰাক নৈত ডুব গ'ল বাহনসহ পৰিয়াল, ১৩ মহীয়া কন্যাৰ সৈতে মাতৃ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.