• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি কমেও ৭৯ গৰাকী শিশু নিহত, আহত ১০০ গৰাকীৰো অধিক শিশু

অতি কমেও ৭৯ গৰাকী শিশু নিহত, আহত ১০০ গৰাকীৰো অধিক শিশু

5 years ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

20 minutes ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

34 minutes ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

58 minutes ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

1 hour ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

2 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

4 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

5 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

5 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

5 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

6 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

6 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অতি কমেও ৭৯ গৰাকী শিশু নিহত, আহত ১০০ গৰাকীৰো অধিক শিশু

editor by editor
March 12, 2022
in বিশ্ব, ৰাজনীতি
0
অতি কমেও ৭৯ গৰাকী শিশু নিহত, আহত ১০০ গৰাকীৰো অধিক শিশু
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে শনিবাৰে ১৮ টা দিনত ভৰি দিলে৷ ১৮ টা দিনত ভৰি দিলেও ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ বন্ধ কৰাৰ নামেই লোৱা নাই৷

ৰাছিয়াৰ এই ইউক্ৰেইন আক্ৰমণত অতি কমেও ৭৯ টা শিশু নিহত আৰু ১০০ গৰাকীৰো অধিক শিশু আহত হৈছে৷

ইউক্ৰিফ’ৰ্ম নামৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি যুদ্ধ বিধ্বস্ত দেশখনৰ ৰাজধানী কীয়েভ, খাৰকিভ, ডনেটছ্ক, চুমী, খাৰছন চহৰ আৰু ঝীট’মীৰ অঞ্চলত ৰাছিয়ান আক্ৰমণত এই শিশুসকল নিহত আৰু আহত হৈছে৷ সংবাদ সংস্থাটোৰ মতে এয়া চূড়ান্ত তথ্য নহয়, এই সংখ্যা আৰু বৃদ্ধি হ’বও পাৰে৷

 

লগতে পঢ়ক ‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  

ইফালে সংবাদ সংস্থাটোৰ মতে ৰাছিয়াৰ আক্ৰমণৰ ফলত যুদ্ধবিধ্বস্ত দেশখনৰ ২৮০ খন শিক্ষানুষ্ঠান ধ্বংস হৈছে৷ ইয়াৰে ৯ খন সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হৈছে৷ ১১০ খন শিক্ষানুষ্ঠান ডনেটছ্ক অঞ্চলত, চুমীত ২৮ খন আৰু কীয়েভত ১৭ খন শিক্ষানু্ষ্ঠান ধ্বংস হৈছে৷

সংবাদ সংস্থাটোৰ মতে ৰাছিয়াই গড় হিচাপত দৈনিক ১৭ খনকৈ শিক্ষানুষ্ঠান ধ্বংস কৰি আহিছে৷ ইয়াৰ ফলত দেশখনৰ সাত মিলিয়ন শিশুৱে শিক্ষাৰ পৰা বঞ্চিত হৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল
বিবিধ

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

October 1, 2026
Next Post
নতুন শিক্ষা নীতি মঞ্জুৰ কেন্দ্ৰীয় কেবিনেটৰ, নৱম মানৰ পৰাই আৰম্ভ হ’ব ছেমিষ্টাৰ পদ্ধতি

নতুন শিক্ষা নীতি মঞ্জুৰ কেন্দ্ৰীয় কেবিনেটৰ, নৱম মানৰ পৰাই আৰম্ভ হ’ব ছেমিষ্টাৰ পদ্ধতি

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.