• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  

‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  

5 years ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

9 hours ago
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

9 hours ago
দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

9 hours ago
নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

10 hours ago
মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

11 hours ago
নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

11 hours ago
নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

12 hours ago
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

13 hours ago
ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

14 hours ago
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে তিব্বত, উত্তৰাখণ্ড

ধ্বংসস্তুপত পৰিণত হ’ব পাৰে তিব্বত, উত্তৰাখণ্ড

14 hours ago
‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

15 hours ago
কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  

editor by editor
March 12, 2022
in বিশ্ব, ৰাজনীতি
0
‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  
0
SHARES
812
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁক জনা যায় ৱালী নামেৰে৷ বিশ্বৰ সবাতোকৈ ঘাতক স্নাইপাৰ হ’ল এই ৱালী৷ কানাডাৰ সৈন্য বাহিনীৰ প্ৰাক্তন স্নাইপাৰ ৱালীয়ে এটা দিনত ৪০টাকৈ হত্যাকাণ্ড সংঘটিত কৰিব পাৰে৷

এই বিশ্বৰ সবাতোকৈ ঘাতক এই ৱালীয়ে ৰাছিয়ান সৈনিকক বধ কৰিবলৈ ইতিমধ্যে ইউক্ৰেইন সেনাত যোগদান কৰিছে৷

যোৱা ২৪ মাৰ্চত ইউক্ৰেইনত উপস্থিত হৈ ৱালীয়ে আৰম্ভ কৰিছে ৰাছিয়ান সেনাৰ বধৰ অভিযান৷ জেলেনস্কিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৱালীয়ে ইউক্ৰেইন সেনাত যোগদান কৰিছে৷

 

লগতে পঢ়ক মহানগৰীৰ OYO হোটেলত কিশোৰীক উপৰ্যুপৰি দলৱদ্ধ ধৰ্ষণ পাঁচ যুৱকৰ

বিশ্বৰ আটাইতকৈ ঘাতক এই ৱালীৰ বিষয়ে আমি আগবঢ়াইছো কিছুমান বিশেষ তথ্য৷

১. কানাডিয়ান ৪০ বছৰীয়া বিশ্বৰ আটাইতকৈ ঘাতক স্নাইপাৰ ৱালীৰ পত্নীসহ এবছৰীয়া সন্তানৰ সৈতে পৰিয়াল আছে৷

২. ৱালী তেওঁৰ প্ৰকৃত নাম নহয়৷ আফগানসকলে তেওঁক এই নাম দিছিল৷ তেওঁৰ প্ৰকৃত নামটো এতিয়াও অজ্ঞাত হৈ আছে বুলি প্ৰকাশ পাইছে৷

৩. ৱালী এজন স্নাইপাৰৰ লগতে এগৰাকী কম্পিউটাৰ বিজ্ঞানীও৷ তেওঁ ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ যোৱাৰ এসপ্তাহ পূৰ্বে কম্পিউটাৰ প্ৰ’গামিং কৰি সাজু হৈ গৈছে৷

 

লগতে পঢ়ক ছাত্ৰীৰ বন্ধা চুলি আৰু উন্মুক্ত ডিঙিয়ে ছাত্ৰৰ যৌন কামনা বৃদ্ধি কৰে, ছাত্ৰীৰ বন্ধা চুলি নিষিদ্ধ বিদ্যালয়ত

৪. ৱালীয়ে মেকমিল্লান TAC-50 ৰাইফলেৰে তিনি কিলোমিটাৰ দূৰত্বপৰা লক্ষ্যবস্তু ভেদ কৰিব পাৰে৷ ইতিমধ্যে ৱালীয়ে মছুলত এজন ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদীক সেই দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰি অভিলেখ গঢ়িছে৷

৫. ৱালীয়ে ২০০৯ৰ পৰা ২০১১ লৈকে আফগানিস্তানৰ কান্দাহাৰত যুঁজিছিল৷

৬. ইৰাক আৰু আফগানিস্তানত ৱালীয়ে ৰয়েল কানাডিয়ান ২২য় ৰেজিমেণ্টত সেৱা আগবঢ়াইছিল৷

৭. স্নাইপাৰ ৱালীয়ে প্ৰতিদিনে ৪০ হত্যাকাণ্ড সংঘটিত কৰিব পাৰে৷ সাধাৰণতে এজন দক্ষ স্নাইপাৰে দিনত ৫ৰ পৰা ১০ টা হত্যা কৰিব পাৰে৷ কিন্তু বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীয়ে এই অভিলেখ হেলাৰঙে ভাঙি থৈছে৷

 

লগতে পঢ়ক আসন্ন তৃতীয় বিশ্বযুদ্ধ! ৰাছিয়াক সকীয়ালে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে

৮. ইউক্ৰেইনৰ যুদ্ধ ক্ষেত্ৰত প্ৰৱেশ কৰি এতিয়ালৈকে ৱালীয়ে ৬ গৰাকী ৰাছিয়ান সেনাক হত্যা কৰিছে৷

৯. ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ ইউক্ৰেইনলৈ যোৱাৰ পূৰ্বে ৱালীয়ে কে’বাটাও সংবাদ সংস্থাত সাক্ষাৎকাৰ দি গৈছে৷ তৎস্বত্বেও কোনো কোনোৱে ৱালীক এটা কাল্পনিক চৰিত্ৰ বুলি ক’ব খোজে৷

১০. ইউক্ৰেইনলৈ যোৱাৰ পূৰ্বে তেওঁ ফেইচবুক পোষ্টবোৰত ‘W’ৰ স্বাক্ষৰ প্ৰদান কৰি গৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড
বিনোদন

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

October 22, 2026
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে
ৰাজনীতি

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

October 22, 2026
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ
বিশ্ব

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

October 22, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
Next Post
৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?

৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?

অতি কমেও ৭৯ গৰাকী শিশু নিহত, আহত ১০০ গৰাকীৰো অধিক শিশু

অতি কমেও ৭৯ গৰাকী শিশু নিহত, আহত ১০০ গৰাকীৰো অধিক শিশু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.