• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজধানীত নহয়, শ্বহীদ ভগৎ সিঙৰ গাঁৱত শপত গ্ৰহণ কৰিব ভগৱন্ত মানৰ পঞ্জাৱ আপ চৰকাৰে

ৰাজধানীত নহয়, শ্বহীদ ভগৎ সিঙৰ গাঁৱত শপত গ্ৰহণ কৰিব ভগৱন্ত মানৰ পঞ্জাৱ আপ চৰকাৰে

4 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

6 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

6 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

7 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

8 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

8 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

10 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

11 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

11 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

12 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

13 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

14 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাজধানীত নহয়, শ্বহীদ ভগৎ সিঙৰ গাঁৱত শপত গ্ৰহণ কৰিব ভগৱন্ত মানৰ পঞ্জাৱ আপ চৰকাৰে

editor by editor
March 12, 2022
in ভাৰত, ৰাজনীতি
0
ৰাজধানীত নহয়, শ্বহীদ ভগৎ সিঙৰ গাঁৱত শপত গ্ৰহণ কৰিব ভগৱন্ত মানৰ পঞ্জাৱ আপ চৰকাৰে
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ পঞ্জাৱৰ নেতা ভগৱন্ত সিং মানে শনিবাৰে পঞ্জাৱৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়৷

ৰাজ্যপাল পুৰোহিতক চৰকাৰ গঠনৰ দাবী জনোৱাৰ পিছতে ৰাজভৱনৰ বাহিৰত সাংবাদিকসকলৰ আগত পঞ্জাৱৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ভগৱন্ত সি মানে কয় যে তেওঁৰ চৰকাৰে শ্বহীদ ভগৎ সিঙৰ গাঁৱত শপত গ্ৰহণ কৰিব৷

৪৮ বছৰীয়া একালৰ কমেডিয়ান, অভিনেতা তথা বৰ্তমানৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰীজনে মন্ত্ৰীসভাৰ সতীৰ্থসকলৰ সৈতে অহা ১৬ মাৰ্চত শ্বহীদ ভগৎ সিঙৰ গাঁৱত দুপৰীয়া ১২.৩০ বজাত শপত গ্ৰহণ কৰিব৷

লগতে পঢ়ক আসন্ন তৃতীয় বিশ্বযুদ্ধ! ৰাছিয়াক সকীয়ালে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে

‘‘সমগ্ৰ পঞ্জাৱৰ লোকে শপত গ্ৰহণ অনুষ্ঠানলৈ আহিব আৰু ভগৎ সিঙৰ স্মৰণত প্ৰাৰ্থনা কৰিব৷ আমি এখন অতি ভাল কেবিনেট গঠন কৰিম, আমি ৰাজ্যৰ ইতিহাসত কেতিয়াও নোলোৱা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিম৷ তাৰবাবে  আপোনালোকে অলপ অপেক্ষা কৰক৷’’ ৰাজভৱনৰ বাহিৰত সাংবাদিক এইদৰে কয় পঞ্জাৱৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে৷

ধুৰী বিধানসভা আসনৰ পৰা প্ৰায় ৫৮ হাজাৰ ভোটত জয়ী হোৱা ভগৱন্ত মানে শুকুৰবাৰে মোহালীত আম আদমি পাৰ্টিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বিধায়িনী বৈঠকত অংশগ্ৰহণ কৰে৷ সেই সভাতে ভগৱন্ত মানক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰাৰ পিছত শনিবাৰে পুৱা ১০.৩০ বজাত চৰকাৰ গঠনৰ দাবীৰে ৰাজভৱত উপস্থিত হৈ ৰাজ্যপালক সাক্ষাৎ কৰে৷

ইফালে ভগৱন্ত মানে নৱনিৰ্বাচিত আপৰ বিধায়কসকলক নিৰ্দেশ দিছে ৰাজধানী চণ্ডীগড়ত নহয়, সমষ্টিতহে অধিক সময় অতিবাহিত কৰিব লাগিব৷ তেওঁলোকক কেবিনেটৰ বাবে লালায়িত নহ’বলৈও আহ্বান জনাইছে ভগৱন্ত মানে৷

লগতে পঢ়ক ছাত্ৰীৰ বন্ধা চুলি আৰু উন্মুক্ত ডিঙিয়ে ছাত্ৰৰ যৌন কামনা বৃদ্ধি কৰে, ছাত্ৰীৰ বন্ধা চুলি নিষিদ্ধ বিদ্যালয়ত

‘‘মুখ্যমন্ত্ৰীৰ উপৰিও আমাৰ কেবিনেটত ১৭ গৰাকীহে মন্ত্ৰী থাকিব৷ কোনোৱে আক্ষেপ নকৰিব৷ আপোনালোক সকলোৱে একো একোজন কেবিনেট মন্ত্ৰী৷’’ দলৰ ৯২ গৰাকী বিধায়কক উদ্দেশ্যি এইদৰে কয় ভগৱন্ত মানে৷

উল্লেখ্য যে ১১৭ আসন বিশিষ্ট পঞ্জাৱ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ, আকালী আৰু বিজেপিসহ সকলো দলকে ধূলিস্যাৎ কৰি আম আদমি পাৰ্টিয়ে ৯২ খন আসন লাভেৰে ভগৱন্ত সিং মানৰ নেতৃত্বত চৰকাৰ গঠন কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBhagwant Singh MannPunjab AAPPunjab Govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ
বিবিধ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

July 20, 2026
Next Post
‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  

‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  

৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?

৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.